সমগ্ৰ ৰাজ্যৰ লগতে দিশপুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন

নৰ্থ বেংক ডেভেপ্লমেণ্ট চছাইটিয়ে দিছ্পুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন কৰাৰ লগতে ২৮ বছৰ সম্পূৰ্ণ কৰে এই অনুষ্ঠানতিয়ে । উল্লেখ্য যে উক্ত বৰ্ষপতি অনুষ্ঠানটিত এখনি সমাজ বাৰ্তা নামৰ আলোচনী খন উন্মোচন কৰে নেমকেয়াৰ নাৰ্ছিংহোমৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই ।

Read More...

কাহিলিপৰাত বাঘৰ আতংক

এইয়া কোনো অভয়াৰণ্য বা ঘন অৰণ্যৰ দৃশ্য নহয় । এই দৃশ্য ক্ষুদ ব্যস্ততাময় গুৱাহাটী মহানগৰৰ কাহিলিপৰা দৃশ্য । খাদ্যৰ সন্ধানত নতুবা অন্য কাৰণত বনাঞ্চলৰ পৰা ঘন জন অৰণ্যৰ মাজত মুক্ত বিচৰণ বাঘৰ । সাৱধান কাহিলিপৰা বাসী ৰাইজ এতিয়া বাঘ ওলাইছে কাহিলিপৰাত । ডি পি আই ৰাজীৱ নগৰ হৈ ভঙাঘৰ অভিমুখে যোৱা পথৰ এই দৃশ্য । সন্ধিয়া দুই যুৱকে নিজৰ ব্যক্তিগত বাহনেৰে ৰাজীৱ নগৰ হৈ ভঙাঘৰ গৈ থকাত অৱস্থাত হঠাতে এটা লতামেকুৰী বাঘ সহ পাছতকৈ বাঘৰ পোৱালি প্রত্যক্ষ কৰে। ঘটনাটো ঘটাৰ পিছ মুহূৰ্ততে এতিয়া আতংকিত হৈ পৰিছে ৰাজীৱ নগৰ বাসী ৰাইজ…

Read More...

ভাৰত বন্ধত দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতি

  Posted by Asom Khobor on Sunday, September 9, 2018   #ভাৰত #বন্ধৰ #প্ৰভাৱ সৰ্বাত্মক   ভাৰত বন্ধ উত্তপ্ত গুৱাহাটী মহানগৰ দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। শ শ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সচিবালয়ত। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিশাল ৰেলী কংগ্ৰেছ নেতা কৰ্মীৰ । ভিৰ কৰিছে মহানগৰীৰ ৰাজপথ । হৰিশ ৰাৱট আৰু ৰিপুণ বৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Read More...

মহানগৰীত চোৰৰ উপদ্ৰপ : লুটি নিলে ২৫ টাকৈ মোবাইল

BREAKING NEWS মহানগৰীৰ আৰ্য নগৰত চাঞ্চল্য , নিশা এটা (আদ্য পি জি ) নামৰ ছাত্ৰী বাস’ত চোৰৰ আতংক হোষ্টেলৰ সকলো ছাত্ৰীৰ মোবাইল লুটি নিলে চোৰে । গোচৰ তৰিলে ভৰলু আৰক্ষীক ।

Read More...

৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি

বিতৰ্কিত মন্তব্যৰে অৰুণ জেটলিৰ টুইট ৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি   ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিৰ । অসমৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত মন্তব্য কৰি জেটলিয়ে কয় , বিগত ৫০ বছৰ অসমত মুছলমান লোকৰ জনসংখ্যা ৩.৯ গুণে বৃদ্ধি পাইছে । জেটলিয়ে তেওঁৰ টুইটাৰ একাউণ্ট দ্বাৰা এই কথা প্ৰকাশ কৰিছে । ১৯৬১-২০১১ বৰ্ষলৈকে ৫০ বছৰে হিন্দু ধৰ্মলম্বী লোকৰ জনসংখ্যা বাঢ়িছে মাত্ৰ ২.৪ গুণ । আনফালে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে গৈ ৩.৯ গুণ । আৰু ঠিক এই কাৰণেই অসমৰ জনবিনাশ বিপুলভাৱে প্ৰভাৱিত হৈছে…

Read More...

NSK কাৰ্য্যলয়ত মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়

BREAKING NEWS মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়   মহানগৰৰ কাহিলিপাৰা দাক্ষিনগাঁও তিনিআলি স্থিত দাক্ষিনগাঁও হাইস্কুলত আজি মহানগৰ আয়ুক্ত হীৰেন নাথে মত বিনিময় কৰে Nsk ( code 0756/Dispur4) NSK কাৰ্যালয়ত নিয়োগ হৈ থকা বিষয়া আৰু ৰাইজৰ সৈতে । আয়ুক্ত নাথে অসম খবৰৰ সাংবাদিকক জনোৱা মতে এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা মহানগৰীত সৃষ্টি হোৱা নাই আৰু লগতে তেওঁ জনাই যে মহানগৰ আৰক্ষী সকলো সময়তে সষ্টম হৈ আছে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ।

Read More...

নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা ◆ নাম বাদ পৰিলেও সংকীট হোৱাৰ প্ৰয়োজন নাই… অসম খবৰ @গুৱাহাটী,৩০ জুলাই: এন আৰ চি পূৰ্ণাঙ্গ খচৰা তালিকা নাম প্ৰকাশ নোহোৱাৰ বাবে এগৰাকী মহিলাই কান্দোনত ভাগি পৰিল । আজি প্ৰকাশ পালে এন. আৰ.চিৰ সম্পূৰ্ণ খচৰা তালিকা। তালিকাখনক লৈ বহুতৰ মুখত হাঁহি বিৰিঙিল যদিও আকৌ বহুতৰ চকুত চকুলো দেখা পোৱা গ’ল। আমি দেখুৱাব খোজা এইগৰাকী মহিলা এন আৰ চিত নাম নাহিল । পুৱাই এন আৰ চিৰ কেন্দ্ৰ গৈ দেখা নাপালে নিজৰ নামটো । মহিলা গৰাকী অভিযোগ কৰে সম্পূৰ্ণ তথ্য…

Read More...

জালুকবাৰীত উদ্ধাৰ ৮ ফুটৰ অজগৰ

অসম খবৰ@ জাহিদুল ইছলাম,গুৱাহাটী,২৪ জুলাই:- মহানগৰী জালুকবাৰীৰ গৰিগাঁও অঞ্চলত আজি ৮ ফুট দীঘল এডাল অজগৰ ৰাইজে উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত বন বিভাগৰ লোকৰ হাতত গতাই দিয়ে ।

Read More...

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন   পুনৰ ১৯জন ৰাজপত্ৰিত বিষয়ালৈ চমন ডিব্ৰুগড় আৰক্ষীৰ। ১৮ জুলাইত কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব বিষয়াকেইজনে। ২০১৬ চনত নিযুক্তি লাভ কৰিছিল বিষয়াকেইজনে। ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱাৰ সন্দেহত হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে। চমন জাৰি কৰা বিষয়াসকলৰ ভিতৰত আছে ১৩জন ACS, ৩জন APS আৰু এজনকৈ DTO, কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শক। চমন জাৰি কৰা বিষয়াকেইগৰাকী হ’ল ক্ৰমে ACS বিষয়া উৎপল ভূঞা, বৰ্ণালী দাস, সুশোভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰনপী, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ ছাইবুৰ ৰহমান…

Read More...