বিশ্বনাথত BJP ৰ বৃহৎ জয়

বিহালী সমষ্টিৰ মুঠ ১৭ খন গাঁও পঞ্চায়তেই BJP ৰ দখলত । সমষ্টিটোৰ মুঠ ৪ টা জিলা পৰিষদ সমষ্টিয়েই BJP ৰ দখলত । জিনজিয়া জিলা পৰিষদত অজয় দাস, মোনাবাৰীত তৰুণ তাঁতি , বৰগাংত ৰঞ্জনজ্যোতি দাস ,আৰু নিজ বিহালীত জয়ী হৈছে দীপিকা দেৱী ঢাকাল । চতিয়া সমষ্টিৰ নাগশংকৰ জিলা পৰিষদৰ ৫ খন পঞ্চায়তেই BJP ৰ দখলত। নাগশংৰ জিলা পৰিষদত BJP ৰ হিতেশ বৰুৱা জয়ী । # বিশ্বনাথ সমষ্টিৰ ১১ খন পঞ্চায়ত BJPৰ দখলত । এগন কংগ্ৰেছৰ দখললৈ । ৫ খনৰ ফলাফল বাকী । বৰপথাৰ জিলা পৰিষদত BJP প্ৰৰ্থী প্ৰবীন হান্সেৰ জয় । ৩টা…

Read More...

বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া

ঘাইকৈ শাসনাধীস্ত গেৰুৱা দলেই মাৰিছে শেষ হাঁহি ৷ প্ৰাপ্ত তথ্য আনুসৰি বিশ্বনাথ জিলাৰ ফলাফলৰ শেহতীয়া তথ্য এনেধৰনৰ ৷ বৰগাং জিলা পৰিষদৰ গাংমৌথান পঞ্চায়তৰ ৮নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ জয় ৷ বিহমাৰী গাঁও পঞ্চায়ত ৩ টা ৱাৰ্ড বিজেপিৰ দখলত ৷ বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত কুমলীয়া গাও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ বিজেপি প্ৰাৰ্থী ক্ষেম অধিকাৰীয়ে ২৬০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰী জিলা পৰিষদৰ অন্তৰ্গত মিজিকা গাওঁ পঞ্চায়তৰ ১০ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ বিশ্বনাথৰ পাভৈ জিলা পৰিষদৰ পাভৈ গাওঁ পঞ্চায়তৰ…

Read More...

বিহালীত অবৈধ শিল -বালি কঢ়িওৱা ডাম্পাৰ জব্দ /ৰাইজে জব্দ কৰি চমজাই দিলে বন বিভাগক

বিহালীত অবৈধ শিল -বালি কঢ়িওৱা ডাম্পাৰ জব্দ ।ৰাইজে জব্দ কৰি চমজাই দিলে বন বিভাগক বিহালী বুৰৈ নদীত অব্যাহত আছে অবৈধ শিল -বালি বেহা । দীৰ্ঘদিন ধৰি নদী খনত একাংশ শিল- বালি মাফিয়াই অবৈধ ভাৱে নদীৰ খনৰ পৰা শিল -বালি অবাধ ভাৱে কঢ়িয়াই নিয়া অভিযোগ বিশ্বনাথৰ পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াক একাংশ দল সংগঠনে দি অহা পিছতো বিষয়া প্ৰতি কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে। ইফালে নদী খনত দুটা এটা মহল অনুমতি লাভ মহলদাই লাভ কৰিছে যদিও অধিকাংশ ডাম্পাৰ, ট্ৰাক, টেক্টত চালান ব্যৱহাৰ নকৰি এখন চালান কে দুই তিনি সপ্তাহত চলাই…

Read More...

ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বিশ্বনাথ জিলা সমিতি প্ৰতিবাদ

ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বিশ্বনাথ জিলা সমিতি প্ৰতিবাদ। শতাধিক বজৰংগ দলৰ সদস্য ই ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত ৰাজপথ উত্তাল কৰি তুলে ।

Read More...

বিহালীত লাচিত দিৱসৰ দিনাই লাচিতৰ দৰে যুদ্ধ সংকল্প ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইঃ”কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত”

ডঙুৱা সৰ্বানন্দই বুজি নাপাই সৰু লৰা ছোৱালীৰ মৰম সৰ্বানন্দ সোনোৱাল ডঙুৱা মানুহ ৷ সেয়েহে বৰলা সৰ্বানন্দই বুজি নাপায় সৰু লৰা ছোৱালীৰ মৰম ৷ শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰি চাহ বাগিছাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই নিৰ্বাচনী সভাত প্ৰকাশ কৰে পঞ্চায়ত নিৰ্বাচনত দুটাত কৈ অধিক সন্তান থকা লোকে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি চৰকাৰে কৰা নতুন নিয়ম সন্দৰ্ভত কয় বিয়া নপতা সৰ্বানন্দই ল’ৰা ছোৱালীৰ মৰম কি বুজি পাব একো বুলি নাপায় বাবেই এই নতুন নিয়ম বনাইছে ৷ চৰকাৰে পানী যোগান ধৰিব লাগে, চৰকাৰে…

Read More...

বিহালীত ধৰ্ষণৰ অপচেষ্টা,ৰাইজৰে উত্তম-মধ্যম দি অভিযুক্তক গতালে আৰক্ষীক

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়াৰ হাতীমৰাত ধৰ্ষণৰ অপচেষ্টা কৰা এজন লোকক ৰাইজে উত্তম-মধ্যম শোধাই বিহালী আৰক্ষীক চমজাই দিয়ে। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা প্ৰায় ১০ বজাত হাতীমৰা গাওঁৰ এগৰাকী ২৪ বছৰীয়া বিবাহিত মহিলাক ঘৰত অকলশৰে থকাৰ সুযোগ লৈ স্থানীয় বাবু আলী(৩৮) নামৰ চৰিত্রহীন লোকজনে মহিলাগৰাকীৰ মুখত সোপা দি ধৰ্ষণৰ চেষ্টা কৰে। ঠিক সেই সময়তে মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ ওলাই আহি লোককজনক খেদি যায়। লগে লগে যুৱকজনে সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। পিছত আজি আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় ৰাইজে যুৱক জনক বিচাৰ খোচাৰ…

Read More...

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ                    সফল সমাপ্তি   উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ…

Read More...

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি   অসম খবৰ বিশ্বনাথ চাৰিআলি ৪ আগষ্ট -: উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ নবোদয় বিদ্যালয়ৰ অধক্ষ্য…

Read More...

NRC পৰিস্থিতিকলৈ কোন জিলাত কোন মন্ত্ৰীক দায়িত্ব দিলে মুখ্যমন্ত্ৰীয়ে

NRC পৰিস্থিতিকলৈ কোন জিলাত কোন মন্ত্ৰীক দায়িত্ব দিলে মুখ্যমন্ত্ৰীয়ে অসম খবৰ@ ২৫ জুলাই :- ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ NRC চুড়ান্ত খচৰা প্ৰকাশৰ পাছত ৰাজ্যৰ কেইখনমান জিলাৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনা ঘনীভূত হোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা পৰিস্থিতি বুজ লবলৈ তথা প্ৰতিটো মুহূৰ্তত প্ৰশাসনৰ লগতে ৰাইজৰ মাজত থাকি পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মন্ত্ৰী সকলক নিৰ্দেশ দিছে । এই দায়িত্বত আছে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী। বিশেষকৈ এই মন্ত্ৰী সকলক স্পৰ্শকাতৰ জিলা সমূহত দায়িত্ব দিয়া হৈছে । এন, আৰ, চিৰ খচৰা প্ৰকাশ পূৰ্বে ৰাজ্যৰ পৰিস্থিতিৰ উমান পাইছে উচ্চতম ন্যায়ালয়ে । লগতে ৰাজ্যিক সমন্বয়ক…

Read More...