বিনা বেতনেৰে অৱসৰ প্ৰাপ্ত শিক্ষকৰ বিদায়ী সম্বৰ্ধনা সভা আৰু সংবাদমেল

◆অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ ◆শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক‍্যমঞ্চ আৰু গহপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক‍্যমঞ্চৰ সহযোগিত ◆বিনা বেতনেৰে অৱসৰ প্ৰাপ্ত শিক্ষকৰ বিদায়ী সম্বৰ্ধনা সভা আৰু সংবাদমেল ■স্থান: গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ■তাৰিখে : ১১/৮/২০১৮ ■ সময় :দিনৰ ১২ বজাত

Read More...

অৰুণাচল প্ৰদেশৰ পৰা অবৈধ বিদেশীক খেদিব সদৌ অৰুণাচল ছাত্র সন্থাই

অৰুণাচল প্ৰদেশৰ পৰা অবৈধ বিদেশীক খেদিব সদৌ অৰুণাচল ছাত্র সন্থাই :সদৌ অৰুণাচল ছাত্র সন্থাই ১৫ আগষ্ট ৰ ভিতৰত অৰুণাচল প্ৰদেশ এৰিবলৈ আহ্বান জনাইছে অবৈধ নাগৰিক সকলক । অসমত এন আৰ চি ৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠন AAPSU য়ে অৰুণাচলত থকা অবৈধ বিদেশীক নিদিষ্ট সময় সীমাৰ ভিতৰত তাৰ পৰা উলাই আহিবলৈ হুংকাৰ দিছে । তাৰ লগে লগে অসমত শংকা হৈছে যে তেওঁলোক তাৰপৰা আহি পুনৰ অসমত বসতি কৰিবলৈ ল’ব বুলি, সেইয়ে আজি গহপুৰ আছুৰ নেতৃত্বত গহপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত বিষয়া ৰিংকু বড়োক স্মাৰক পত্ৰ প্ৰদান কৰে লগতে…

Read More...

গহপুৰত পানীত পৰি শিশু মৃত্যু

গহপুৰত পানীত পৰি শিশু মৃত্যু গহপুৰৰ বাকৰি নামৰ গাওঁখনত কালি সন্ধ্যা প্ৰায় ৭ মান বজাত সংঘতিত হ’ল এক কৰুণ ঘটনা। পানীত পৰি কৰুণ মৃত্যুক সাবটিলে বাকৰি পঞ্চায়তৰ অৰ্ন্তগত আখৈফুটা গাঁৱৰ নেশ তেলি নামৰ ব্যক্তি জনে। সন্ধিয়া নিজ ঘৰৰ পৰা বাকৰি চেন্টাৰলৈ বজাৰ কৰাৰ উদেশ্যে ওলাই গৈছিল ব্যক্তিজন।কিন্তু দুৰ্ভাগ্যবসত বাকৰি চেন্টাৰৰ এটা জানত চাইকেল সহ পিছলি পৰে জানটোত।অৱশ্যে চাইকেলখন পাৰতে ৰৈ গ’ল যদিও ব্যক্তিজনক স্থানীয় ৰাইজে বচাবলৈ সক্ষম নহ’ল। অৱশ্যে যাদৱ নেৱাৰ ,জিতুমনি শৰ্মা,চিতা চলিহাই কিছু পলমকৈ হ’লেও সাহসিকতাৰে জানটোত নামিছিল যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত দুখ প্ৰকাশ কৰিছে।

Read More...

গহপুৰত  বেডমিন্টন প্ৰশিক্ষনৰ সফল সামৰণি

            গহপুৰত  বেডমিন্টন প্ৰশিক্ষনৰ সফল সামৰণি     অসম খবৰ গহপুৰ ২৭ জুলাই:-গহপুৰত অন্ত পৰিল বেডমিন্টন প্ৰশিক্ষন শিবিৰৰ। যোৱা ৫ জুলাই পৰা ৰাজ্যিক খেলুৱৈ তথা ৰাষ্ট্ৰীয় আম্পায়াৰ অৰূপ উপাধ্যায়ৰ প্ৰশিক্ষনত অনুষ্ঠিত হোৱা বেডমিন্টন খেলৰ প্ৰশিক্ষনৰ অন্ত পৰে ২৬,৭,১৮ তাৰিখে। সামৰনি অনুষ্ঠানত শিশু বেডমিন্টন খেলুৱৈ সকলক উক্ত প্ৰশিক্ষন শিবিৰত অংশ গ্ৰহণৰ প্ৰমান পত্ৰ প্ৰদান কৰি সফল পৰিসমাপ্তি ঘটায় ।

Read More...