নিবনুৱাৰ আদৰ্শ হ’ব পাৰে, নৱোদয় অৰ্গেনিক ফাৰ্ম

বঙাইগাঁৱৰ এদল শিক্ষিত উদ্যমী যুৱকৰ হাতত প্ৰাণ পাই উঠিছে নৱোদয় অৰ্গেনিক ফাৰ্ম ৷ ফাৰ্মত জড়িত ৭ জন যুৱকৰ সৰহ সংখ্যক যুৱকে টেটৰ শিক্ষক। তথাপিও কৃষি কৰ্ম জড়িত হৈ নিবনুৱা যুৱকৰ বাবে পদ প্ৰদৰ্শক হৈ থিয় দিছে এইকেইগৰাকী উদ্যমী যুৱকে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাৰ প্ৰয়োগক কৰি ২ বিঘা মাটিত বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে ৷ আলু, বিলাহী, ব্ৰকলি, ষ্ট্ৰৱেৰী, মটৰ, আদি পাছলি খেতি কৰি উদ্যমীতাক প্ৰদৰ্শিত কৰিছে। গ্ৰাহকৰ চাহিদা তেওঁলোকে আশা কৰাতকৈ অধিক সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে৷ ভাল খবৰ এয়েই যে নৱোদয় অৰ্গেনিক ফাৰ্মক কৰ্মোদ্যম অনুসৰণ কৰি…

Read More

কোচৰাজবংশীক জনজাতিকৰণৰ দাবীত ৮ জানুৱাৰীত আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

কোচৰাজবংশীক জনজাতিকৰণৰ দাবীত অহা ৮ জানুৱাৰীত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান : আক্ৰাছুৰ

Read More

পৰ্যটনৰ কেন্দ্ৰবিন্দু হ’ব পাৰে কাকৈজানা

ডিচ বঙাইগাঁও জিলাৰ সদৰৰ পৰা প্ৰায় ১৮ কি: মি: দুৰত্বত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে কাকৈজানা পাহাৰ ৷ উক্ত পাহাৰত বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ মুক্ত বিচৰন থলী ৷ জানিব পৰা মতে এই পাহাৰত প্ৰায় ৮০০- ৯০০ মান সোণালী বান্দৰ আছে ৷ কিন্তু বৰ্তমান সময়লৈকে অসম চৰকাৰৰ বন বিভাগে বিলুপ্তিৰ গ্ৰাসত পৰা সোণালী বান্দৰ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই । লগতে চৰকাৰেও পৰ্যটন আকৰ্ষণৰ বাবে কোনো পদক্ষেপ লোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ চৰকাৰে গঁড় সংৰক্ষণৰ ব্যৱস্থা যিদৰে কৰিছে সেইদৰে বিলুপ্তিৰ গৰাহত পৰা সোণালী বান্দৰৰ সংৰক্ষণৰ ব্যৱস্থা…

Read More

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত্যু

👉প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত্যুঃ 👉বঙাইগাওঁ লৱাৰ আসাম চিকিৎসালয়ত ৰাতিপুৱা ৫ঃ৩০ বজাত মৃত্যুঃ 👉হৃদস্পন্দন বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। 👉নিশা অভয়াপুৰী চিভিল হস্পিটেলত ভৰ্তি কৰে, যদিওঁ অৱস্থা সংকটজনক হোৱাত বঙাইগাওঁ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰে। ৫ঃ৩০ বজাত হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।

Read More

বঙাইগাঁও সৰভোগৰ দুই ভগ্নী

      বঙাইগাঁও  সৰভোগৰ দুই ভগ্নী খলকনি   অসম খবৰ বঙাইগাঁও,২৮ জুলাই : অসমৰ বহু মঞ্চত গীত গাই হৃদয় জিনিছল দুই ভগ্নীয়ে। হঠাৎ নেওচিব নোৱাৰা বাটৰ কাইট হল দৰিদ্ৰতা । থমকি ৰ’ব লগা হ’ল দুই ভগ্নী আফলুজা আৰু আকলিমা। বৰপেটা জিলাৰ সৰভোগৰ বালাৰভিটা গাঁৱৰ আফাজ উদ্দিনৰ প্ৰতিভাৱান দুই কন্যাৰ প্ৰতিভা থকা স্বত্বেও আগুৱাব পৰা নাই।  আফাজ উদ্দিনৰ দুই কন্যা আফলুজা আৰু আকলিমাৰ যাদুকৰী কষ্ঠই মোহিত কৰিছিল দৰ্শকক। অসমৰ বহু মঞ্চত গীত গাই হৃদয় জিনিছে দৰ্শকৰ দুই ভগ্নীয়ে। সু মধুৰ তথা যাদুকৰী কণ্ঠৰ গৰাকী আফলুজা আৰু আকলিমাই সকলো মঞ্চতে লাভ কৰিছিল শ্ৰোতাৰ অধিক…

Read More