বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ   অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখাৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে-বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিশ্বজিত শৰ্মা, নৱ বৰুৱা, হেমন্ত দাস কে ধৰি অৰ্ধশতাধিক আছুৰ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ কৰ্মী সকলে উপস্থিত থাকে।

Read More

বিলাসীপাৰাত বন্ধ সৰ্বাত্মক

ছয়গৰাকী কৃষক মুক্তিৰ কৰ্মী আটক আৰক্ষীৰ জাতিধবংসী আইন ২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৪৬ টা জাতীয় সংগঠনে ২৩ অক্টোবৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰাজ্য খনত বন্ধৰ আহ্বান কৰাত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। উক্ত বন্ধ সফল কৰাৰ উদ্দেশ্যে ৰাজপথ লৈ ওলাই অহা কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ ছয় গৰাকী কৰ্মীক আৰক্ষী প্ৰশাসনে আটক কৰি বিলাসীপাৰা থানা লৈ আনে। বৰ্তমান কৃষক মুক্তি কৰ্মী কেই গৰাকী থানাত আটকাধীন হৈ আছে। আটকাধীন কৰ্মী সকলৰ ভিতৰত আছে ছফিয়ৰ ৰহমান আহমেদ, ছাদ্দাম…

Read More

বিলাসীপাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ-শতাধিকৰ অধিক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ

  বিলাসীপাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ-শতাধিকৰ অধিক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ    সমগ্ৰে দেশৰ লগতে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ কে ধৰি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কংগ্ৰেছে বন্ধৰ আহ্বান জনাইছিল তাৰ প্ৰভাৱ আজি সম্পুৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিত। বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা পশ্চিম সমষ্টিৰ মাছপাৰাত ৰাষ্ট্ৰীয় ঘাইপথতত ৰাতিপুৱা ৮,৩০ বজাত টাইৱাৰ জ্বলাই যুৱ কংগ্ৰেছী সকলে বিজেপি গ, বেক২, মূল্য বৃদ্ধি ৰোধ কৰক, ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই…

Read More

ৰাণীগঞ্জ ফলক বিহীন পি এম জি পকী ৰাস্তা নিৰ্মাণ

ৰাণীগঞ্জ ফলক বিহীন পি এম জি পকী ৰাস্তা নিৰ্মাণ      ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি                         তদন্তৰ দাবী ৰাইজৰ   অসম খবৰ   বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম     ২ আগষ্ট:- পৰিৱৰ্তনৰ নামত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃতাধীন চৰকাৰ গঠন কৰিছে যদিও সেয়া ফুটুকাৰ ফেনৰ পৰিনত হৈ পৰিছে। তাৰ জলন্ত প্ৰমাণ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰানীগঞ্জ কছলাটাৰী পি এম জি আঁচনিৰ নিৰ্মাণ কৰি থকা পকী ৰাস্তা। চৰকাৰী নিয়ম অনুসৰি যিকোনো আঁচনিৰ কাম কৰিবলৈ হ’লে আগতে ফলক…

Read More

বিলাসীপাৰাত এন আৰ চি খচৰা প্ৰকাশৰ প্ৰাকক্ষণত বিশেষ সজাগতা সভা

বিলাসীপাৰাত এন আৰ চি খচৰা প্ৰকাশৰ প্ৰাকক্ষণত বিশেষ সজাগতা সভা   অসম খবৰ বিলাসীপাৰা ,২৯ জুলাই:- সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা এলেকা বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষা গৃহত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। অহা কালি চুড়ান্ত NRC খচৰা প্ৰকাশ সম্পৰ্কে আজি অনুষ্ঠিত সজাগতা সভা খনত বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝা, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ছাৰফ্ৰাৰাজ হক, বিলাসীপাৰা মহকুমা আৰক্ষী দণ্ডাধীশ সৰোজ সোণোৱাল, দণ্ডাধীশ ৰূপকোমল ৰাভা আদিয়ে উপস্থিত থাকি NRC খচৰা প্ৰকাশ সম্পৰ্কে পৰ্য্যালোচনা কৰে। যিবিলাক ব্যক্তিয়ে NRC ৰ চুড়ান্ত খচৰা পৰা বাদ…

Read More