মৰিগাঁওত ডিজিটেল সাংবাদিক সংস্থাৰ কাৰ্য্যালয় উন্মোচন

মৰিগাঁওত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ অন্তৰ্গত মৰিগাঁও জিলা ডিজিটেল সাংবাদিক সংস্থাই আজি তেওঁ লোকৰ নিজা স্থায়ি কাৰ্য্যালয় গৃহ শুভআৰম্ভ কৰে। এই অনুষ্ঠানত কাৰ্য্যালয় শুভআৰম্ভ কৰে ভূৰবন্ধা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অতুল চন্দ্ৰ বৰুৱাই । কাৰ্য্যালয়টো শুভআৰম্ভ হোৱা পিছতে সেই কাৰ্য্যালয়তে মৰিগাঁও জিলা ডিজিটেল সাংবাদিক সংস্থাৰ সভানেত্ৰী অনিতা পাটৰ সভাপতিত্বত ডিজিটেল সাংবাদিকতা ওপৰত এখন সভা আয়োজন কৰে আৰু সাধাৰণ সম্পাদক পুলিন কাকতি উদেশ্য ব্যাখ্যা কৰা উক্ত সভাত কাৰ্য্যালয় উদ্বোধক অতুল বৰুৱাই বৰ্ত্তমান সময়ত ডিজিটেল সাংবাদিকত গুৰত্ব সম্পকে বক্তব্য আগবঢ়োৱা লগতে সচিব অৰ্চিনী কাকতিেয়। যথেষ্ট ৰসাল ও গুৰুত্ব পুৰ্ণ বক্তব্য…

Read More

ৰণ শিঙা বাজিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব যুঁজৰ

আৰম্ভ হ’ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ মনোনয়ণ পত্ৰ দাখিল প্ৰক্ৰিয়া।নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া দুটা দিনৰ আজি প্ৰথমদিনা দেখা গ’ল প্ৰতিটো দলৰে প্ৰাৰ্থী সকলৰ হাতত একোটাকৈ ধুনীয়া ফাইলসহ ভুৰবন্ধা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত।এই ফাইলতে নিজৰ নিজৰ নথিপত্ৰ লৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দাখিল কৰিব নিজৰ নিজৰ মনোনয়ণ পত্ৰ । অগপ,বিজেপি,কংগ্ৰেছ,আৰু অন্যান্য প্ৰাৰ্থীৰ তৎপৰতা লগতে দেখা গ’ল কাৰ্যালয়ৰ কৰ্মচাৰীৰ ব্যস্ততা।এই ক্ষেত্ৰত আমি ভূৰবন্ধাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰুৱাক আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ আমাৰ সাংবাদিকক জনাই যে আজি দিনটোত কিছু কিছু লোকে মনোনয়ন পত্ৰ জমা কৰে যদিও কাইলৈ অধিক ভিৰ হোৱা…

Read More

ত্ৰিছ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু অষ্টাশী সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আদৰণি সমিতি, লাইখুটা স্থাপন

মাজত মাথো দুটা মাহ৷ মুঠ চাৰিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ফ্ৰেৱুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখৰ পৰা অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে সংঘৰ প্ৰধান পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই৷ প্ৰধান পদাধিকাৰ গৰাকীয়ে আনুষ্ঠানিকভাৱে লাইফুটা স্থাপন কৰাৰ লগে লগে মৰিগাঁও সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ পদাধিকাৰ গৰাকীয়ে গুৰুজনাই দি যোৱা আদৰ্শৰে আগবাঢ়ি যাব বুলি মত প্ৰকাশ কৰে৷ ইফালে লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যুৱমন্ত্ৰী পীয়ূষ…

Read More

মৰিগাঁওত সন্দেহজনকভাৱে গাড়ীসহ তিনি গৰু চোৰক আটক

মৰিগাঁওত সন্দেহ জনক অৱস্থাত টাটা ম’বাইল গাড়ীত সাতটা গৰু সহ তিনি গৰু চুৰক আটক মৰিগাঁও জিলাৰ ভুৰবন্ধা মণ্ডলৰ ন কটহগুৰি VDP সহযোগত আজি নিশা সন্দেহ জনক অবস্হাত এখন টাটা ম’বাইল গাড়ীত ৭ টা গৰু সহ তিনিজন ব্যক্তিক আতক কৰে। জানিব পৰা মতে ডিমাপুৰৰ পৰা মৰিগাঁও সাপকাটি গাঁৱৰ মোবাৰক আলি,মঃ আলি আৰু কালিকা জাৰি কৰিম উদ্দিনে গৰু কেইটা আনি ভুৰবন্ধা কটহগুৰি গাঁৱত প্ৰবেশ কৰা সময়তে সেই গাঁৱত থকা গাঁওৰক্ষী বাহিনীয়ে আটক কৰে। পিছত সিহতক গৰু কেইটা সন্দভত প্ৰশ্ন কৰাত তেঁওলোকে উপযুক্ত প্ৰমাণ দিব নোয়াৰাত চুৰ কেইটাক ন কটহগুৰি এল পি স্কুলত…

Read More

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা   অসম খবৰ@ মৰিগাঁও,৩০ জুলাই শান্তি শৃংখলা পৰিবেশত মৰিগাঁৱত আজি প্ৰকাশ পালে দ্বিতীয় খন NRC খচৰা সমগ্ৰ ৰাজ্য খনত মুঠ ৩ কৌতি ২৯ লাখ লোকে এই NRC আবেদন কৰিছিল যদিও তাৰে ২ কৌতি ৮৯ লাখ ৬৭৭ জনৰ নাম সন্নিবিষ্ট হৈছে আৰু ৪০ লাখ ৭ হাজাৰ ৭০৮ জনৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে। ইতিমধ্যে NRC ৰ কতৃপক্ষৰ পৰা জানিব পৰা গৈছে যে এই বাদ পৰা লোক সকলৰ চিন্তা কৰা কোনো কাৰণ নাই এই সকল লোকে পুনৰ আবেদন কৰিব পাৰিব । আজি পুৱা…

Read More