ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে ভুৱা অভিযোগ

বুধবাৰে নিৰ্বাচন পক্ৰিয়া চলি থকা সময়তে তিনিচুকীয়া জিলাৰ ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন দেৱে বাৰেকুৰি গাওঁ পঞ্চায়তৰ এটা ভোটকেন্দ্ৰত খবৰ লবলৈ গৈ মিছা অভিযোগৰ বলি হ’য়। বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি উক্ত ভোটকেন্দ্ৰটোত খবৰ লৈ ওলাই আহোতে এজন ব্যক্তিয়ে বিধায়কৰ গাড়ী আগভেটি লৈ ভোট দিয়াৰ বিনিময়ত টকা খোজে কিন্তু বিধায়ক গৰাকীয়ে টকা দিবলৈ অমান্তি হোৱাত সেই ব্যক্তিজনে নিজেই নিজৰ পকেটৰ পৰা কেইখনমান পাঁ‌চশ টকীয়া নোট উলিয়াই বিধায়ক গৰাকীত তাচিল্য কৰে। ঠিক সেই সময়তেই বিৰুধী দ’লৰ কোনো লোকে ফ’টো তুলি ভোটৰ নামত টকা বিলোৱাৰ এক মিচা অভিযোগ…

Read More...

মৰাণলেণ্ডৰ বাতৰি সন্দৰ্ভত মৰাণ জনজাতিৰ সংগঠনসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া, সংবাদ মাধ্যম আসাম টকছৰ বিৰুদ্ধে এজাহাৰ দাখিল”

যোৱা ২২ নৱেম্বৰ তাৰিখে অসমৰ বৈদ্যুতিক সংবাদ মাধ্যম আসাম টকছত উজনি অসমৰ মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগঠন জন্ম হোৱাৰ বাতৰি প্ৰচাৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ জনজাতিৰ কেউটা সংগঠনে । আজি তিনিচুকীয়াৰ হোটেল জ্যোতিত এখন সংবাদ মেল আয়োজন কৰি সংগঠন কেইটাৰ নেতৃবৃন্দই প্ৰকাশ কৰে যে-এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে মৰাণ সমাজক বাৰুকৈয়ে ক্ষুন্ন কৰি তুলিছে। সৰ্বদিশতে অনগ্ৰসৰ মৰাণ সমাজখনক শৈক্ষিক, আৰ্থসামাজিক দিশত সকলোৰে সমভাৱে আগুৱাই যোৱাৰ হকে মৰাণ জনজাতিয় সংগঠন সমূহে অহৰহ প্ৰচেষ্টা চলাই আহিছে। মৰাণ সংগঠন সমূহে মৰাণ জনজাতিৰ হেৰাই যোৱা সাংবিধানীক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আৰু ৰাজনৈতিক সুৰক্ষা পাবৰ বাবে…

Read More...

জনগোষ্ঠীয় ঐক্য মঞ্চৰ কলা দিৱস

অসমৰ ছয় জনগোষ্ঠী মৰাণ, মটক, তাই আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনজাতিক জনজাতিকৰন প্ৰদানৰ দাবীত দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি অহাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠী কেইটাৰ প্ৰতি মাহীআই দৃষ্টিৰে চাই আছে। নিৰ্বাচনৰ আগমুহূৰ্ত প্ৰতিবছৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা চৰকাৰ খনৰ প্ৰতি জাঙুৰ খাই উঠিছে জনগোষ্ঠী কেইটা।  দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত  জনগোষ্ঠীয় ঐক্য মঞ্চই পালন কৰিছে ক’লা দিৱস। তিনিচুকীয়াৰ আই,টি,আই খেলপথাৰত অনুষ্ঠিত কৰা ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আগমনৰ সময়তেই আজি পুৱাৰে পৰা আটাইকেকটা জনগোষ্ঠীয় প্ৰতিনিধিয়ে তিনিচুকীয়া…

Read More...

পথাৰত নামিল বিধায়ক সঞ্জয় কিশান

হাতত নাঙল-কোৰ লৈ পথাৰত বিধায়ক সঞ্জয় কিশান   অসমৰ চৌদিশে এতিয়া শাওনৰ পথাৰত কৃষক সকল ব্যস্ত হৈ পৰাৰ সময়তেই হাতত নাঙল-কোৰ লৈ তিনিচুকীয়াৰ লাইপুলি মৰাণকৰি গাৱঁ‌ৰ খেতি পথাৰত ৰাইজৰ সতে দেখা গ’ল তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানক। কামৰ সৰু বৰ নাই তাকেই আদৰ্শ হিচাপে প্ৰমাণ কৰি দেখুৱাব খুজিছে বিধায়ক গৰাকীয়ে । Markowitz & Mellencamp A Track Record of Success in Defense Litigation Practice Areas Joint Degree Click edit button to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit. Real Estate Click edit button to change this text.…

Read More...