পোহৰৰ দিনত পোহৰৰ বাটেৰে যাওঁ আহক

  জীৱন মানেই সংগ্ৰাম,  অভাৱৱেই আৱিষ্কাৰ মুল, বিহপুৰীয়া মাখনী দেউৰী কৰ্মই যে ধৰ্ম, বাক্য শাৰী প্ৰতিপন্ন কৰিলে বিহপুৰীয়া মাখনী দেউৰীয়ে, দাৰিদ্ৰতাক কোনো শব্দ নাই দৰিদ্ৰতাক অভাৱক প্ৰত্যাহ্বান জনোৱা এতিয়া লক্ষীমপুৰ বিহপুৰীয়াতেই নহয় সমগ্ৰ অসমতেই এতিয়া মাখনী দেউৰী নামৰ এই মহিলা গৰাকী সকলোৱে আদৰ্শ ৷ এই নাম মাখনী দেউৰী । এওঁ ঘৰ লক্ষীমপুৰ জিলা বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছিকটা দেউৰী গাৱঁৰ স্বজীৱি মহিলা । এই মহিলা গৰাকীয়েই শিকালে জীৱন মানে সংগ্ৰাম । জীয়াই থাকিবলৈ এমুঠি অন্ন আৰু এজোৰ কাপোৰ বৰষুণ ৰ’দ নপৰা এটি গৃহ আৰু প্ৰয়োজনী কেইটামান বস্তূ । বাকী একো নালাগে…

Read More

শুৱালকুচিতো স্মৰণ ভূপেনদাক

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি সপ্তমটো মৃত্যু বাৰ্ষিকী । মৃত্যু বাৰ্ষিকী উপলক্ষে বিশ্ব-বিশ্ৰুত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্য লগতে ভাৰত বিভিন্ন স্থানত । আন আন ঠাইৰ লগতে শুৱালকুচি তো আজি ভূপেনদাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা দেখা গ’ল ।

Read More

পাৰ কৰিছো তুমিহীন যন্ত্ৰনাৰ এটি এটি ৰাতি,

    পাৰ কৰিছো তুমিহীন যন্ত্ৰনাৰ এটি এটি ৰাতি, যন্ত্ৰনাদায়ক প্ৰতিটো ৰাতিৰ নষ্টালজিয়াই আমনি কৰে  তোমাক সুৱৰি। পাৰ কৰিছো হৃদয়স্পন্দন বঢ়াই তোলা  শব্দহীন অমানিশাৰ পদুলি।    চিৰিংকৈ মৰা বুকুৰ শব্দটোত  কিয় জানো  এক অজান ভয়ে ছানি ধৰে?  সুখেৰে ভৰপূৰ জীৱনৰ পজাতো কিয় বাৰো হঠাতে তুমিহীনতাত,  দুখেৰে জৰ্জৰিত এটি পজালৈ মোক উভটাই নিয়ে?    যন্ত্ৰনাৰ এটি এটি ৰাতি পাৰ কৰি পুৱা তোমাক বিচাৰি দুনয়নে হাবাথুৰি খাই ফুৰে, হাতৰ আঙুলিয়ে এনড্ৰইড ফোনটোত বাৰে বাৰে তোমাৰ নম্বৰটোকেই ডায়েল কৰে। ৰিং হোৱাৰ লগে লগে এক বিচাৰি নোপোৱা সপোনে মোক আকৌ মাতি নিয়ে। ”হেল’ ”…

Read More