ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

  পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা ২টা পৰ্যায়ত হ’ব পঞ্চায়ত নিৰ্বাচন ৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ১২ ডিচেম্বৰত হ’ব ভোট গননা প্ৰথম পৰ্যায়ত হ’ব ১৬খন জিলাত ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ত হ’ব বৰাক-নামনিকে ধৰি ১০খন জিলাত ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৫ নৱেম্বৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৯ নৱেম্বৰ ১ম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৯ নৱেম্বৰ ২য় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ২২ নৱেম্বৰ সৰ্বমুঠ প’লিং ষ্টেচন – ২৩,৫০৫টা

Read More...

লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা

  আজি বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত আগন্তুক গুণোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় সচেতন ৰাইজ আৰু অভিভাৱক সকলৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । নগেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা তথা আঁত ধৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকাই । সভাত অংশগ্ৰহন কৰে বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষক পূৰ্ণকান্ত চাহু, প্ৰাক্তন শিক্ষক কুমাৰ পোখ্ৰেল, অশ্বিনী দাস, লক্ষীন দাস, লোহিত দত্ত, নীল দাস, টংক বৰা, বেবীধৰ বৰা, বিহালী আদৰ্শ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ক্ষিৰোদ দাস, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ…

Read More...