ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা

    ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা   আজি ভোগালীৰ উৰুকা ৷ সমগ্ৰ ৰাজ্য চাৰিওফালে উখল মাখল পৰিৱেশ ।মাঘ মানে ভোগ সকলোৱে আজি নিশা এসাঁজ ভাল কৈ খাব মিলিজুলি । এই ভোগৰ বিহু পৰা পৰিয়ালৰ মাজত উপভোগ কৰিব নাপায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মী সকলৰ গাত । এই ভোগৰ পৰা বঞ্চিত থকা বন কৰ্মী  সকলক আজি দেখা গ’ল । আনন্দৰ উৎসৱ । ভোগালীৰ আনন্দত ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত কাজিৰঙাৰ গভীৰ অৰণ্যত জাতীয় সম্পদ গঁড়ৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাত ব্যস্ত হৈ আছে বনকৰ্মীসকল ৷ ভোগলী…

Read More

জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী

  জোনাই সমষ্টিত গাঁৱে গাঁৱে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ / জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী । হাজাৰ সমৰ্থকে কপালে জোনাই । নিৰ্বাচন লৈ মাথোঁ কেইটামান দিন বাকী থকা সময়তে বিভিন্ন ৰাজনীতি দল সমুহে বিভিন্ন ধৰণৰ কৌশল অবলম্বন জড়িয়তে ভোটাৰক আকৰ্ষণ কৰা উদ্দেশ্য বিভিন্ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে । কোনোৱে হাতীলৈ ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছে কোনোৱে আকৌ দামী দামী বিলাসী গাড়ী লৈ প্ৰচাৰ চলাই ছে । পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদ দল ও । এই বাৰ শাসকীয় দল…

Read More

জোনাই সমষ্টিত গাঁৱে গাঁৱে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ◆জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী◆ হাজাৰ হাজাৰ সমৰ্থকে কপালে জোনাই

জোনাই পৰা ত্ৰিদিপ দাসৰ ৰিপৰ্ট অসম খবৰ, ২৭ নৱেম্বৰঃ নিৰ্বাচন লৈ মাথোঁ কেইটামান দিন বাকী থকা সময়তে বিভিন্ন ৰাজনীতি দল সমুহে বিভিন্ন ধৰণৰ কৌশল অবলম্বন জড়িয়তে ভোটাৰক আকৰ্ষণ কৰা উদ্দেশ্য বিভিন্ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।   কোনোৱে হাতীলৈ ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছে কোনোৱে আকৌ দামী দামী বিলাসী গাড়ী লৈ প্ৰচাৰ চলাইছে । পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদ দলও ।এই বাৰ শাসকীয় দল বিজেপি বাবে মুৰৰ কামোৰণি হৈ পৰিছে অসম গণ পৰিষদ দল । বিশেষকৈ ধেমাজি জিলাত পুণৰ শক্তিশালী ৰূপত অসম গণ পৰিষদক দেখা গৈছে ।…

Read More

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান, প্ৰসহনত বিহালীৰ এখন গাঁৱৰ

দুই নাওঁ দুই ভৰি দি বিপদত পৰা বিহালী এখন গাঁও, ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান। এফালে ৰাজ্য চৰকাৰৰ মিছন হান্দ্ৰেড আনফালে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ। মোডী চৰকাৰৰ স্বচ্ছতা অভিযানৰ ছাঁটোও নপৰা বিহালী মিলপুৰ গাঁৱৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছোঁ। জীয়াই থকাৰ মৌলিক অধিকাৰক উপেক্ষা কৰিছে জনপ্ৰতিনিধিয়ে। এইখন গাঁৱত নাই কোনো সুচল বাট পথ। স্বচ্ছতা এক পৰিহাস ৷ ধোঁৱাচাঙলৈ পৰিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনৰ সপোন ৷ যি সময়ত ৰাজ্য চৰকাৰে মিছন হান্দ্ৰেড আচঁনিৰ জড়িয়তে ১১১ খন বিশুদ্ধ খোৱা পানী যোগান আচঁনিৰে কোটি কোটি টকাৰ…

Read More

মানুহে মানুহৰ বাবে বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত

প্ৰথম সাম্প্ৰদায়িক মন্তব্য দিছিল শাসকীয় দলৰ বিধায়কে । অসমৰ অসমীয়াক অপমান কৰিছে বিধায়কে । এই মন্তব্য আছু উপদেষ্টা ভট্টাচাৰ্য্য যোৱা ৫ নৱেম্বৰ পৰা আৰম্ভ হোৱা সমন্বয় অনুষ্ঠান টো মঙ্গল বাৰে অন্ত পৰে । বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজন কৰা এই সমন্বয় দিনটোতে অঞ্চলটোত ১০ টাকৈ জনগোষ্টীয় ভাষাত পৰিবেশিত হ’ল “মানুহে মানুহৰ বাবে” গীতটি । অৰুণাচল সীমান্তৰ তিনিসুতিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য : ভট্টাচাৰ্যক উযাপন সমিতি আৰু আছু কৰ্ম কৰ্তা সকলে…

Read More

বিহালী ৰাংছালীত বন্যহস্তী তাণ্ডৱ 

বিহালী ৰাংছালীত বন্যহস্তী তাণ্ডৱ  ২০/২৫ জনীয়া এটা বন্যহস্তী জাকে সন্থাস চলায় ৰাংছালী জুৰীয়া পথাৰত । বিহালী বনাঞ্চল পৰা খাদ্য সন্ধানত উলাই অহা হাতী জাকটো প্ৰৱেশ কৰে 

Read More

বিশ্বনাথত ২৮৮ গৰাকী হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা বিতৰণ

  ● ৫৭ গৰাকী হিতাধিকাৰীলৈ মাটি আবণ্টন পত্ৰ অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে আজি ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথতো হিতাধিকাৰীসকলৰ মাজত মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত। তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আৰ পি শৰ্মা আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত এই সভাত বিশ্বনাথৰ জিলাৰ গহপুৰ, হেলেম, বিশ্বনাথ আৰু নদুৱাৰ (অংশ) ৰাজহ চক্ৰৰ মুঠ ২৮৮ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিৰ পট্টা আৰু ৫৭ গৰাকী ভূমিহীন হিতাধিকাৰীৰ…

Read More

একেদিনাই ২১ খন উন্নয়নমুলক আচঁনিৰ আধাৰশিলা মন্ত্ৰী ৰণজিৎ দত্ত : সামগ্ৰিক উন্নয়ন মাজেদি পৰিবৰ্তন সাধিব বিজেপি দলে” মন্ত্ৰী ৰণজিৎ দত্ত

    সামগ্ৰিক উন্নয়ন মাজেদি পৰিবৰ্তন সাধিব বিজেপি দলে” মন্ত্ৰী ৰণজিৎ দত্ত : একেদিনাই ২১ খন উন্নয়নমুলক আচঁনিৰ শিলান্যাস উদ্দোধনেৰে বিহালীত ৰণজিৎ দত্তৰ প্ৰাকপঞ্চায়ত নিৰ্বাচনী চমক : অভিলেখ সংখ্যক আচঁনি উদ্দোধনৰ নাৰিকল ভাঙি হাত বিষাইছে মন্ত্ৰী দত্তৰ* “সামগ্ৰিক উন্নয়নৰ মাজেদি ৰাজ্যবাসীৰ পৰিবৰ্তন সাধিব বিজেপি দলে ৷ চৰকাৰৰ হাতত পৰ্য্যাপ্ত পুঁজি আছে ৰাজ্যবাসীৰ উন্নয়নৰ বাবে খৰছ কৰিবৰ বাবে ৷ ” ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিহালী মণ্ডলত ২১ টাকৈ উন্নয়নমুলক আঁচনিৰ শুভ উদ্দোধন কৰি এইদৰেই প্ৰকাশ কৰে জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই ৷ ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো…

Read More

শিক্ষকৰ ৰূপত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত :

  ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত শিক্ষকৰ ৰূপত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত :   বিশ্বনাথত গুণোৎসৱত ভাগ ললে মন্ত্ৰী পল্লব লোছন দাসে :   গুণোৎসৱৰ প্ৰাগক্ষণত বিশ্বনাথত অথন্তৰ, জুই লাগিল বিদ্যালয়ত* আজি দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ দ্বীতিয় দিন ৷ বিশ্বনাথ জিলাৰ ১১০৪ খন বিদ্যালয়ৰ ৮৮২২৭ জন ছাত্ৰ ছাত্ৰীক সামৰি লৈছে গুনোৎসৱে ৷ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহী মূল্যায়ক হিচাবে উপস্থিত আছে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস আৰু বিহালীৰ ৯ নং লাইন প্ৰাথমিক বিদ্যালয়ত বহী মুল্যায়ক ৰূপে উপস্থিত থাকে জ্যেষ্ঠ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ৷ ৰাজ্যৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত কেৱিনেট…

Read More

সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন বিহালী শাখা ৭ ম দ্বি – বাৰ্ষিক অধিবেশন সফল সামৰণি

    দেওবাৰে বিহালী লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজুৰা কাৰ্যসূচীয়ে সফল সামৰণি পৰে সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন বিহালী শাখা সমিতিৰ ৭ তম দ্বি- বাৰ্ষিক অধিবেশন খনে । দিনৰ ১ বজাৰ মুল সভা খন উদ্বোধনক হিচাপে উপস্থিত থাকে হস্ততাত বস্ত্ৰ শিল্প মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰণজিৎ দত্ত । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক বাণেশ্বৰ খাউণ্ড । খাউণ্ডয়ে সভাত মন্তব্য প্ৰসংগত কয় জ্যেষ্ঠ নাগৰিক সকলৰ পাবলগীয়া প্ৰাপ্য সমুহ চৰকাৰে শীঘ্ৰে প্ৰদান কৰিব লাগে । লগতে জ্যেষ্ঠ নাগৰিক সকলক চিকিৎসা সেৱা ক্ষেত্ৰত…

Read More

ঠিকাদাৰক সকীয়নি মন্ত্ৰী ৰণজিৎ দত্ত

  শুকুৰবাৰে বিশ্বনাথ জিলা অধিনৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত পৃথক পৃথক কৈ মন্ত্ৰী ৰণজিৎ দত্তই ৬ স্থানত আধাৰশিলা স্থাপন কৰি কয় ঠিকাদাৰ সকলক । বিভাগীয় নীতি নিৰ্দেশনা মতে হ’ব লাগিব কাম ৰাইজতকৈ ,ঠিকাদাৰ ডাঙৰ নহয় ,নিম্নমানৰ কাম কৰিলে ঠিকাদাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব , প্ৰথম আহ্বানহে , চৰকাৰৰ ধন কোনো অব্যৱহাৰ হ’ব নোৱাৰিব কোনো কাৰণত নিম্নমাণৰ কাম কৰিব নোৱাৰিব ঠিকাদাৰে নহ’লে তাৰ শাস্তি ভুগিব লাগিব ঠিকাদাৰে শুক্ৰ বাৰে বিহালীৰ নীলবাৰী তথা বৰগাং নদীৰ দাঁতি-কাষৰীয়া অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই মন্ত্ৰী দত্তই আলতোষ মুণ্ডাৰ ঘৰৰ…

Read More

বিধায়ক প্ৰমোদ বৰঠাকুৰে স্থাপন কৰিলে ঘিলাধাৰী নদীৰ ওপৰত দলংৰ আধাৰশিলা

    আজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা আজিৰ এই পবিত্ৰ দিনটোতে শুভ কৰ্মৰ আৰম্ভণি কৰিলে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল কুৰুআটি প্ৰাথমিক বিদ্যালয় লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ঘিলাধাৰী নদীৰ ওপৰদি টৌ গামলা লৈ বিপদশংকুল ভাবে ঘিলাধাৰী নৈ পাৰ হৈ বিদ্যালয়লৈ অহা যোৱাৰ দৃশ্য সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল । সেই প্ৰকাশিত বাতৰি সন্দৰ্ভত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত পলাশনি আৰু কুৰুআটিৰ মাজত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তাৰ ওপৰিও ইতিমধ্যে সদ্যসমাপ্ত বিধানসভা অধিবেশনত উপস্থিত থকা বিধায়ক প্ৰমোদ বৰঠাকুৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কুৰুআতি…

Read More

বিশ্বনাথ বিহালীত অনুসুচীত জাতি যুৱ- ছাত্ৰ সন্থা প্ৰতিবাদ

বিহালী চেৰেলীয়ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটো সদস্য সকলে । ইফালে প্ৰতিবাদী সদস্য সকলক বিহালী আৰক্ষীয়ে আটক কৰি বিহালী আৰক্ষী থানালৈ যায় ।

Read More