গুৱাহাটীৰ মাজ মজিয়াত ৰুম, ফ্লেট ভাড়া দিয়াৰ নামত অসাধু ব্যৱসায়িৰ দপ্ দপনি

গুৱাহাটীৰ মাজ মজিয়াত ৰুম ,ফ্লেট, ভাড়া দিয়াৰ নামত গুৱাহাটীৰ কিছুমান দালালে কৰি আহিছে দুৰ্নীতি । একোটা ৰুম অথবা ফ্লেট দিয়াৰ বাবদ লুটে ৩০০ৰ পৰা ৫০০ টকা পৰ্যন্ত । আজি এইজন অসাধু ব্যক্তিক হাতে-লুটে ধৰি গতাই দিয়া হয় দিশপুৰ থানাত । ব্যক্তি জনৰ হোটেল অথবা গেষ্ট হাউচৰ মালিকৰ লগত কোনো ধৰনৰ সৰ্ম্পক নথকাৰ স্বীকাৰ কৰে দিশপুৰ গেষ্ট হাউচৰ মেনেজাৰে । ব্যক্তি জনে তেওঁৰ পৰিচয়ৰ ভুল তথ্য দিয়ে যদিও সাধাৰণ ৰাইজে মাৰ-পিট নকৰাকৈ আৰক্ষীক গতাই দিয়ে ।

Read More...