চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ 

চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ    অসম খবৰ চিৰাংৰ পৰা লিটন বসাক ২০আগষ্টঃ  বিজনী উপসংমণ্ডল অসম ৰাজ্যিক  বিদ্যুৎ পৰিষদ ত   সোমবাৰ দিনা ১১ মান বজাত নিখিল ভাৰত কৃষকসভা ফাগুণাগাও শাখাৰ নেতৃত্বত ফাগুণাগাওঁ গাঁঞা ৰাইজৰ  লগত ভাৰতৰ ছাত্ৰ ফেডাৰচন বিজনী আঞ্চলিক কমিটিয়ে বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে বিজনীত যৌথ আন্দোলন সাব্যস্থ কৰে। বিজনীত নিয়মীয়া বিজুলী সৰ্বৰাহৰ দাবীৰ লগতে সময়মতে বিল দিয়া, বকেয়া বিল কিস্তিত লোৱা, সঘনাই লোডছেডিং প্ৰত্যাহাৰ কৰাৰ দাবীত বিজনী চেণ্ট্ৰেল বেংকৰ সন্মুখত সমবেত হৈ  প্ৰখৰ ৰ’দ ও নেউছি এক  সমদল উলিয়া প্ৰাায় এক…

Read More...

দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ

দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ। এন,আৰ,চিৰ ২৭ নং কেন্দ্রৰ, বিৰুদ্ধে অভিযোগ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী দোষীক বিহীত ব্যৱস্থা গ্রহনৰ দাবী আমছুৰ খাৰুপেটীয়া,  ২০আগষ্টঃ দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অধীন ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ এন,এছ,কে,২৭ নম্বৰৰ এল,আৰ,চি,আৰৰ গাফিলতিত এন,আৰ,চিৰ ,কেন্দ্রৰ পিছফালে মাটিত থকা অৱস্থাত একাংশ ৰাইজে  তুলি লৈ সংবাদ মাধ্যমৰ প্রকাশ কৰে ||উক্ত বিষয়টোৰ ভাইৰেল হোৱাৰ পাছত অঞ্চলটোত এক চেপা উত্তেজনাময় সৃষ্টি কৰিছে |এই সন্দৰ্ভত এল,আৰ চি ,আৰ,জগৎ জীৱন দত্তয়ে গা এৰা মন্তব্য দিয়ে | এন,আৰ,চিৰ কৰ্তৃপক্ষই এনেদৰে দলগাওঁ ৰাজহ চক্রৰ একাংশ এল,আৰ,চি,আৰে, সংখ্যালঘু লোকক এন ,আৰ,চিৰ,বিষয়া সকলে…

Read More...

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী দৰমহাৰ দাবিত চক্ৰ বিষয়াৰ যোগেদি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ  অৰূপ শইকীয়া(২০-০৮-২০১৮) জাতীয় দলিলস্বৰূপ এন,আৰ,চি, উন্নিতকৰণৰ কামত যিসকলে নিষ্ঠাৰে কৰি আহিছে সেইসকল কৰ্মচাৰিক চৰকাৰ তথা আই,এচ,এচ, নামত কোম্পানীতো লগ হৈ প্ৰাপ্য বেতনৰপৰা  বঞ্চিত কৰি ৰখাত তেওলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে । বিশদ খবৰ অনুসৰি বিগত ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰি মাহৰ পৰা সামান্য মজুৰিৰে কাৰ্যনিৰ্বাহ কৰি অহা লক্ষীমপুৰ জিলাৰ অৰ্ন্তগত কদম ৰাজহ চক্ৰৰ সাত টা সেৱা কেন্দ্ৰত নিশা ১১ বজালৈ সেৱা আগবঢ়োৱা ডাটা,এণ্ট্ৰি,অপাৰেটৰ সকলে যোৱা জুন মাহৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰাত ভিষণ আৰ্থিক সমস্যাৰ সন্মুখীন হব…

Read More...

ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক।

ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক। মৰিগাঁও পৰা পুলিন কাকতি  ,২০ আগষ্ট :  মৰিগাঁও জিলাৰ সদৰ থানা অন্তৰ্গত ভূৰবন্ধা ইউ বি আই বেংকত আজি দিনৰ প্ৰায় এঘাৰ  মান বজাত চুৰি চেক্ সহ লাহৰিঘাত থানা অন্তৰ্গত বৰবৰি গাৱঁৰ নুৰুদ্দিন নামৰ এজন চুৰক বেংকটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলে আটক কৰিবলৈ সক্ষম হয়। জানিবঁ পৰা যায় যে গণপতি দলৈ নামৰ ব্যবসায়ী জনে তেওঁ ভূৰবন্ধাৰ বেংকত থকা নিজা একাউন্টৰ ‍১০৭০০ টকাৰ চেক্ এখন ব্যবসায়ী দেনা-পাওনা বাবে দুইদিনৰ আগতে মৰিগাঁও শ্যাম ভাণ্ডাৰ ব্যবসায়ী স্বতাধিকাৰিক দিয়ে ,সেই চেক্ খনৰ সহ প্ৰায় ছাবিছ…

Read More...

দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত

দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত ।।। দেৰগাঁৱৰ পৰা অৰুপ কুমাৰ ৰায়  ৰিপৰ্ট, ২০আগষ্ট   এই খন পৃথিৱীত বিভিন্ন ধৰণৰ আজৱ ঘটনা সঘনাই সংগঠিত হৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। তাৰে কিছুমান ঘটনাৰ বিজ্ঞান সন্মত ভিত্তি থাকে যদিও প্ৰায় ভাগ ঘটনাৰ   অন্ধবিশ্বাসৰ বসবৰ্তী হৈ জনসাধাৰণে জলাকলা খাই বিপথে পৰিছালিত হোৱাৰো ঘটনা সংগঠিত হয়। বিজ্ঞান প্ৰযুক্তিৰ ভৰ পুক সময়ত যত মানুহে চন্দ্ৰ, সূৰ্যত ,মংগল গ্ৰহত বসবাস কৰিবলৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে তেনে সময়ত এজোপা প্ৰায় ২৫বছৰীয়া কৃষ্ণচুড়া গছে দেৰগাঁৱত সকলো জনসাধাৰণৰ বাবে কৌটুহলৰ বিষয় হৈ পৰিছে। উল্লেখ যোগ্য যে দেৰগাঁৱৰ…

Read More...

ঈদ উপলক্ষে এবিএমছুৰ বস্ত্ৰ বিতৰণ 

ঈদ উপলক্ষে এবিএমছুৰ বস্ত্ৰ বিতৰণ    শ্ৰীৰামপুৰ, ২০ আগষ্টঃ মুছলমান ধৰ্মালম্বৱী লোকৰ আগন্ত্তক পৱিত্ৰ  ঈদুল আজহা উপলক্ষে অতিকৈ দুখীয়া তথা বিধৱা মহিলাসকলক কাপোৰ হিতৰণ কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু’ৰ গোসাঁইগাওঁ জিলা সমিতিৰ অন্তৰ্গত ভোমৰাবিল আঞ্চলিক সমিতিয়ে। এবিএমছু’ৰ মিশন ২০২০ক অনুসৰণ কৰি আৰু আগন্ত্তক মুছলমান ধৰ্মাৱলম্বীসকলৰ আনন্দ তথা পৱিত্ৰ ঈদুল আজহাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি তিনি বজাৰ পৰা আাঞ্চলিকখনৰ সভাপতি খাইৰুল আলম শেখ, কাৰ্য্যকৰী সভাপতি হাফিজুৰ ৰহমান, সাধাৰণ সম্পাদক শাহজাহান শেখ, আব্দুল কাদেৰ আদিৰ নেতৃত্বত এক স্বজাতিৰ দলে ভোমৰাবিল আঞ্চলিক সমিতিৰ অন্তৰ্গত গাওঁসমুহত অতিকৈ দুখীয়া তথা বিধৱা…

Read More...

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন 

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন  সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ২০ আগষ্ট তাৰিখ ৰাতিপুৱা ৯.০০ বজাত নয়াহাট ৰাজীৱ ভৱনত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱৰ ৭৪তম জন্ম জয়ন্তী উপলক্ষে সদ্ভাৱনাযাত্রা কৰা হয়। ৰাতি পুৱা ৯.০০ বজাত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱক শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যপৰ্ন্য ফুল আদিৰে পুষ্পাঞ্জলি জনোৱা হয়। প্ৰয়াত নেতা গৰাকীক মাল্যপৰ্ন্য কৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে…

Read More...

প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ

প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ   শ্ৰীৰামপুৰ ২০ আগষ্ট, আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি আহাৰ লগে লগে প্ৰাক্তন বি এল টিৰ নেতা প্ৰানেশ গোৱায়াৰী  ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটোৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰানেশৰ কয় যে পৰ্ৱতঝোৰা সমষ্টিটো আজি লোকে শাসক দলে জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এই বেলি পৰ্বতঝোৰা ৰাইজে পৰিৰ্ৱতন বিচাৰিছে ৰাইজৰ দাবী বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক যাতে এই বেলি যুব নেতা প্ৰানেশৰ গোৱায়াৰীক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।

Read More...

জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট

জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট বঙাইগাঁও, আন্ত:ৰাষ্ট্ৰীয় পাৰ-পত্ৰ প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আজি বঙাইগাঁও জিলা সমিতিয়েও ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে বঙাইগাঁও জিলাৰ মানিকপুৰত ৷ আজিৰ কায্যসুচীত জিলা সমিতিৰ উপদেষ্টা টিকেন বৰুৱাৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷

Read More...

পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন

পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন   অসম খবৰ,গহপুৰ,১৯ আগষ্ট : গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত টকৌবাৰীস্থিত পূৰ্ৱ বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত পূৰ্ব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উদ‍্যোগত আজি বিয়লি এখন শৈক্ষিক সভা অনুষ্ঠিত হয় । পূৱ বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ সভাষত দীপক বৰাৰ সভাপতিত্বত সম্পাদক ৰীংকু দাসে আঁত ধৰা সভাখনত বিদ‍্যালয়খনৰ শতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে । সভাখনত মুখ্য অতিথিৰ আসনৰ পৰা চমু বক্তব্য প্ৰদান কৰি গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি ভূবনেশ্বৰ তাঁতীয়ে শিক্ষাই এটা জাতিৰ অগ্ৰগতিৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰি জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ…

Read More...

অসম চুক্তি প্ৰতাৰণাৰ দলিল

অসম চুক্তি প্ৰতাৰণাৰ দলিল: ১৯৭১ ৰ ভিত্তিত NRC ক লৈ হৰ্ষোল্লাসৰ কৰা সকলে ১৯৮০ ত ১৯৫১ চনক ভিত্তিবৰ্ষ বিচাৰিছিল- ছহিদ হৈছিল ৮৫৫ জন : সমুজ্জল ভট্টাচাৰ্যক সংবাদ মেলত প্ৰত্যাহ্বান অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ :  সমূজ্জল ভট্টাচাৰ্যক বদন,মীৰজাফৰ আৰু লালুকসোলাৰে তুলনা     অসম সংবাদ ,উজনি অসম : অসম চুক্তি প্ৰতাৰণাৰ দলিল ৷ ১৯৫১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ দাবীৰে আছুক উভতি ধৰিলে অসম প্ৰেমী যুব- ছাত্ৰ সমাজে ৷ সমূজ্জল ভট্টাচাৰ্যক বদন- বিভিষণ- মীৰজাফৰৰে তুলনা কৰি সংবাদ মেলত অসম প্ৰেমী যুব ছাত্ৰৰ দাবী— সমূজ্জল ভট্টাচাৰ্য অসমৰ অভিভাবক নহয় | ভাৰতৰ অন্য…

Read More...

গহপুৰত সৰ্প দংশনত শিশুৰ মৃত্যু

গহপুৰত সৰ্প দংশনত শিশুৰ মৃত্যু   অসম খবৰ,গহপুৰ,১৯ আগষ্ট : গহপুৰৰ ককিলা মাজগাঁৱত  এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী তমন্না শৰ্মাক আজি পুৱা ভাগতে নিজা বাসগৃহত সৰ্পই দংশন কৰে । কনমানি গৰাকীক ততাতৈয়াকৈ গহপুৰৰ অসামৰিক চিকিৎসালৈ নিয়া হয় কিন্তু অসামৰিক চিকিৎসালত উপযুক্ত চিকিৎসক নথকা বাবে বৰগাংস্থিত কেথলিক মিচন হস্পিতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ছাত্ৰীগৰাকীৰৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি পৰিয়ালৰ লোকে এতিয়াও প্ৰাণ পাই উঠিব বুলি বেজৰ সহায় লৈছে। কণমানি ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাই বৃহত্তৰ ডুবিয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Read More...

জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা    

জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা            অসম খবৰ, জামুগুৰিহাট ১৯আগষ্ট-জামুগুৰিহাটত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে এক ভয়ংকৰ দূৰ্ঘটনা ।হয় অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ জামুগুৰিহাটস্হ কায্যলয়টোৰ চুড়ান্ত হেমাহিৰ বাবেই বৃহত্তৰ অঞ্চলটোত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে যিকোনো ঘটনা।জামুগুৰিহাটৰ দৈনিক বজাৰৰ ওচৰৰ দাদুল হোমিঅ ফাৰ্মাচীৰ সন্মুখৰ ট্ৰেন্সফৰমাৰটোৱেই অঞ্চলটোৰ বহু পৰিয়াললৈ কঢ়িয়াই আনিব পাৰে কাল অমানিশা ।বিদ্যুত বিভাগৰ অকৰ্মণ্যতা আৰু হেমাহিৰ বাবেই বহু উচ্চ ক্ষমতাসম্পন্ন এই ট্ৰেণচফৰমাৰটো হাবি জংঘলেৰে আবৰি ধৰিছে।কোনো ধৰনৰ আবুৰ নথকা এই ট্ৰেণচফৰমাৰটোৰ তলতেই আনকি বৃহস্পতিবাৰে জামুগুৰিহাটত বহা সাপ্তাহিক বজাৰখনৰ বহু…

Read More...

Israel farming techniques

A small country like Israel proudly proclaims that they r capable of feeding the whole world population with their farming techniques. 

Read More...