World AIDS Day

#World #AIDS #Day 2018 আজি বিশ্ব এইড্ছ দিৱস। এইছ আই ভিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে এইছ আই ভিত আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা তথা সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা উদযাপন কৰি অহা হৈছে এই বিশ্ব এইড্ছ দিৱসটি।

Read More...

গুৱাহাটীত উপস্থিত গোলাপ ৰাভা

মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত অসম সন্তান গোলাপ ৰাভা। সুদূৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে গোলাপ ৰাভাই। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰীৰ চৰ্চাবিদগৰাকীক উষ্ম আদৰণি জনালে বিভিন্নজনে।

Read More...