গহপুৰৰ হেলেমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, আদিবাসী সকলক জনজাতিকৰন আৰু শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি ৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই অৱৰোধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ কৰাৰ দাবী আছা কৰ্মীৰ।         গহপুৰৰ পৰা কেমেৰাত হিতেশ পায়েং ৰ সৈতে মহেন্দ্ৰ পগাগ

Read More

গহপুৰৰ কেকুৰীজানত হত্যাকাণ্ড

গহপুৰৰ কেকুৰীজানত হত্যাকাণ্ড। স্বামীয়ে নিজ পত্নীক 3*4 বাতামেৰে মৰীয়াই হত্যা। জিতু কলিতা (৩৮)নামৰ লোকজনে নিজ পত্নী ৰিস্পা কলিতাক (৩৫) নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ।

Read More

গহপুৰৰ হেলেমত বাংলাদেশী আটক

গহপুৰৰ হেলেমত বাংলাদেশী আটক। বুৰৈ চাহ বাগিছাৰ পৰা ৰাইজে আটক কৰি হেলেম আৰক্ষীক গতাই দিছে লোক জনক। আটক কৰা বাংলাদেশী লোক জন পিটু মণ্ডল (23) পিতা বীৰেন মণ্ডল । ডেৰবছৰ পূৰ্বে বাংলাদেশৰ গোপালগঞ্জৰ ছিংগাৰ পৰা কলকতা হৈ অসমলৈ ব্যৱসায় সুত্ৰে আহিছিল বুলি স্বীকাৰ।

Read More