দেশৰ সুৰক্ষা স্বাৰ্থৰ অর্থে নিৰ্মিত প্ৰথমটো মহিলা “SWAT” দল

নিউজ ডেস্ক@ নিউ দিল্লী:- দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ অধীনত দেশৰ প্ৰথমটো SWAT (Special Weaponds And Tactics) নিৰ্মাণ কৰি উলিয়াইছে। এই মহিলা দলটোত ৩৬ গৰাকী মহিলা সদস্যা আছে আৰু লক্ষণীয় দিশটো এইযে প্ৰতিগৰাকী মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ। তেওঁলোকৰ কান্ধত দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দায়িত্ব আছে। এই মহিলা কামাণ্ডসকল NSG আৰু দিল্লী আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত। একে-৪৭ আৰু এমপি৫ চবমেচিন গানৰ বিশেষও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু তেওঁলোকৰ বাবে এই কামণ্ড যাত্ৰা ইমান সৰল নাছিল। এই মহিলা কামণ্ডসকলে আজিৰ এই পৰ্য্যায় পাবলৈ ভালেখিনি ত্যাগৰ বিনিময়ত তেওঁলোকৰ…

Read More...

কাইলৈ উন্মোচিত হ’ব ‘নাট্যতত্ত্ব আৰু আলোচনা’

কাইলৈ উন্মোচিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত  ‘নাট্যতত্ত্ব আৰু আলোচনা‘ গুৱাহাটী : ১০আগষ্ট@ অহা ১১ আগষ্ট শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত ‘নাট্যতত্ত্ব আৰু আলোচনা’ নামৰ এখন প্ৰবন্ধ সংকলন গুৱাহাটীৰ দিঘলীপুখুৰী পাৰত অৱস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আবেলি ৪ বজাত উন্মোচন কৰা হ’ব । নাটকৰ বিভিন্ন বিষয়ৰ, ৫১২ পৃষ্ঠাৰ প্ৰায় আঠচল্লিশটা প্ৰবন্ধৰে সংকলিত উক্ত গ্ৰন্থখনি উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। উল্লেখ্য যে, গ্ৰন্থখনত নাটকৰ তাত্বিক দিশসমূহৰ আলোচনা কৰাৰ লগতে অসমীয়া কেইখনমান উল্লেখযোগ্য নাটকৰ ওপৰত বিদ্যায়তনিক আলোচনা আগবঢ়োৱা…

Read More...

Longest Barefoot Marathon Run World Records 200.2km Dr. Manjit Dihingia 12th APBn

Posted by Manjit Dihingia on Saturday, August 4, 2018 Posted by Manjit Dihingia on Saturday, August 4, 2018 Posted by Manjit Dihingia on Saturday, August 4, 2018 “মোৰ যোৱা ইংৰাজি ১৯ ডিচেম্বৰ পৰা ২০ ডিচেম্বৰ ২০১৭লৈকে অসম আৰক্ষী মুখ্য কাৰ্যালয় পৰা সম্পূৰ্ণ অনুমতি লৈ,বিশ্বনাথ জিলা উপায়ুক্ত মহোদয় লগতে আৰক্ষী অধীক্ষক মহোদয় দেৱৰ পৰা অনুমতি লৈ খালি ভৰিৰে একেৰাহে ২৫ঘন্টা ১০ মিনিট সময়ত ২০৫ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ নামটো বিশ্ব প্ৰথম জন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব’লৈ সক্ষম হোৱা এটা সৰু নিউজ আপলোড কৰিলোঁ ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্ট কৰিব ধন্যবাদ…

Read More...

ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো :)

  ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো :)Rupamjyoti আৰু Pranjit দাক বহুত ধন্যবাদ।আপোনালোকে চাই জনাবচোন Posted by Uddipta Kumar Bhattacharyya on Tuesday, August 29, 2017 ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো 🙂 Rupamjyoti আৰু Pranjit দাক বহুত ধন্যবাদ। আপোনালোকে চাই জনাবচোন…

Read More...

গোসাইগাৱঁত বন বিভাগৰ অভিযানত চোৰাং কাঠ সহ টাটা মোবাইল গাড়ী জব্দঃ

গোসাইগাৱঁত বন বিভাগৰ অভিযানত চোৰাং কাঠ সহ টাটা মোবাইল গাড়ী জব্দঃ   শ্ৰীৰামপুৰ 9 আগষ্টঃ গোসাইগাঁও মহকুমাৰ কাশিয়াবাৰীত যোৱা নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ এ এছ১৫চি/০৪১৮ নম্বৰৰ এখন টাটা মোবাইল জব্দ কৰে ৷ বন বিভাগৰ সুত্ৰত জানিব পৰামতে কচুগাঁও বন সংমন্ডলৰ অন্তৰ্গত গোসাইগাঁও ডিপোৰ বন কৰ্মীৰ দলে যোৱা নিশা নিয়মিত টহল দি থকা সময়ত কাশিয়াবাৰী এলেকাদি চোৰাং ৱেপাৰীয়ে কাঠ সৰবৰাহ কৰাৰ খৱৰ পায় ৷ লগে লগে টহলদাৰী দলটোৱে কাশিয়াবাৰীত উপস্হিত হৈ অভিযান চলাই কাঠ সহ গাড়ীখনক জব্দ কৰে ৷ অৱশ্য চোৰাং বেপাৰী সকল পলাই যায়…

Read More...

◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।

BREAKING NEWS ◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।   An Indian Army Major and three soldiers were martyred in a gun battle that also left two militants dead on Tuesday when an incursion bid from Pakistan was foiled on the Line of Control (LoC) in Jammu and Kashmir, a defence official said. Defence Ministry spokesman Colonel Rajesh Kalia said a group of militants tried to infiltrate to this side of the LoC in Bandipora’s Gurez sector, some 180 km north of Srinagar. “They were challenged when they…

Read More...

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন : বিৰোধীৰ প্ৰাৰ্থী বন্দনা চৱন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচন৷ এই পদৰ বাবে বিৰোধী পক্ষই প্ৰক্ষেপ কৰিছে সাংসদ বন্দনা চৱনক৷ ৫৭ বৰ্ষীয় বন্দনা চৱন শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ সাংসদ৷ উল্লেখ্য, ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই মাৰাথন বৈঠকত মিলিত হৈ আছে৷ শাসনাধিষ্ঠিত এন ডি এই ইতিমধ্যে প্ৰক্ষেপ কৰিছে হৰিবংশ নাৰায়ণ সিঙক৷ এন ডি এৰ অংশীদাৰ তথা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি(ইউ)ৰ সাংসদ হৰিবংশ নাৰায়ণ সিং৷

Read More...

মহাৰাষ্ট্ৰত ১৭ লাখ চৰকাৰী কৰ্মচাৰীৰ বিদ্ৰোহ

শাসকগোষ্ঠীলৈ বৃহৎ প্ৰত্যাহ্বান নমাই তিনিদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ ১৭ লক্ষাধিক চৰকাৰী কৰ্মচাৰীয়ে । সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীতেই এই ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদী কৰ্মচাৰী সমাজৰ অভিযোগ মতে আয়োগৰ পৰামৰ্শসমূহ দেৱালীৰ পূৰ্বে কাৰ্যকৰী কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেয়া অহা ২০১৯ বৰ্ষৰ জানুৱাৰীৰপৰাহে প্ৰযোজ্য হ’ব বুলি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰে । প্ৰাপ্ত তথ্য অনুসৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে ব্যয় হ’ব ২১,০০০ কোটি টকা । কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত চূড়ান্ত অচলাৱস্থাৰ আশংকা কৰা হৈছে মহাৰাষ্ট্ৰত ।

Read More...

শিপিনীসকলে বিশ্ব বজাৰ দখল কৰিব লাগিব : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

‘আমাৰ হস্ততাঁত উৎপাদিত সামগ্ৰীয়ে বিশ্ব বজাৰ দখল কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ বাবে বিপণন ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব ৷ পৰম্পৰাগতভাৱে আমাৰ বস্ত্ৰশিল্পৰ এক সুনাম আছে ৷ সেইবাবে বাহিৰৰ পৰা অহা গামোচাই যাতে আমাৰ বজাৰ দখল কৰিব নোৱাৰে সেই প্ৰত্যাহ্বান আমাৰ শিপিনীসকলে ল’ব লাগিব ৷ আমি আমাৰ অভাৱ পূৰণ কৰাৰ বাবে মন বান্ধিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব ৷’ https://twitter.com/CMOfficeAssam আজি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ৰাজ্যিক ভিত্তিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে…

Read More...

বিদেশীমুক্ত হ’ব লাগিব নাগৰিকপঞ্জী

” বিদেশী সদায় বিদেশীয়েই। তাত হিন্দু-মুছলমান বুলি প্ৰশ্ন আহিব নালাগে‌। চূড়ান্ত এন আৰ চিত এজনো বিদেশীৰ নাম থাকিব নোৱাৰিব।”এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি,সাংসদ বদৰুদ্দিন আজমলৰ। আজমলে কয়,” এতিয়া বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই এন আৰ চিক লৈ নিজ নিজ কৃতিত্ব দাবী কৰিবলৈ লৈছে। প্ৰকৃততে এন আৰ চি উচ্চতম ন্যায়ালয়ৰ অৱদান। এই বিষয়টো সকলোৱে বুজি উঠিছে । সেই বাবে কোনো অপ্ৰীতিকৰ ঘটনা অসমত হোৱা নাই আৰু নহয়।ইয়াৰ ‘ক্ৰেডিট’ অসমৰ ৰাইজৰ।” আজমলে কয়,” এন আৰ চিৰ নামত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছে সংখ্যা লঘুক লৈ খেলিছিল ‘ব্লেকমেইলিঙ’ৰ খেল।চতুৰ্থবাৰ শাসনলৈ অহাৰ…

Read More...

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ । মহানগৰীৰ জ্যোতিকুছিত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উদ্বোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিঅ”। পিংকিছ মেকআপ ষ্টুডিঅ’ত অতি কম খৰচতে যুৱতী-মহিলাসকলক সৌন্দৰ্যচৰ্চা কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব । এই সম্পৰ্কত পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতীসকলক বিভিন্ন ধৰণৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে…

Read More...

ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ “অসম সূৰুয” সন্মান প্ৰদান

সমুজ্জ্বল ভট্টাচাৰ্যলৈ “অসম সূৰুয” সন্মান গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই  “বিশিষ্ট ব্যক্তিক উচ্চ সন্মান” নামৰ এক অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়োৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক এই  সন্মান প্ৰদান কৰে। কুকিল কণ্ঠী গায়িকা অণিমা চৌধুৰীক “সংগীত মুকুতা” সন্মান, নাৰীবাদী লেখিকা বেবিৰাজ ৰাজখোৱাক “অসম নাৰীকণ্ঠী” সন্মান, লোকশিল্পী খগেন গগৈক “সংগীত নন্দন” সন্মান, সু- লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক “সাহিত্য জেউতি” সন্মান, সু- চিকিৎসক মাধৱ ৰাজবংশীক ”সমাজ সূৰ্য” সন্মান, পেৰডী শিল্পী বুলবুল হুছেইনক “সংগীত ৰত্ন” সন্মান, ভায়’লিন বাদক মনোজ বৰুৱাক ” ভায়’লিন সম্ৰাট ” সন্মান , কবি – গীতিকাৰ নিতুল কুমাৰ…

Read More...