প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ

প্ৰাক্তন বি এল টিৰ যুৱ নেতা প্ৰানেশৰ গোৱায়াৰী অসমবাসী তথা বিটিচি বাসী ৰাইজলৈ পবিত্ৰ ঈদউজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা ও অভিনন্দনঃ   শ্ৰীৰামপুৰ ২০ আগষ্ট, আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি আহাৰ লগে লগে প্ৰাক্তন বি এল টিৰ নেতা প্ৰানেশ গোৱায়াৰী  ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটোৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰানেশৰ কয় যে পৰ্ৱতঝোৰা সমষ্টিটো আজি লোকে শাসক দলে জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এই বেলি পৰ্বতঝোৰা ৰাইজে পৰিৰ্ৱতন বিচাৰিছে ৰাইজৰ দাবী বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক যাতে এই বেলি যুব নেতা প্ৰানেশৰ গোৱায়াৰীক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।

Read More...

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী নৈ শিশু শিল্পী অৰ্ণৱৰ শ্ৰদ্ধাঞ্জলি

  ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী নৈ শিশু শিল্পী অৰ্ণৱৰ শ্ৰদ্ধাঞ্জলি   কাৰবি আংলং জিলাৰ বকলীয়াঘাট ৰজা পথাৰ তিনি আলিৰ শিশু শিল্পী অৰ্ণৱে দাৰফাঙে  ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ বাতৰিটো পায় তেখেতৰ বিদেহী আত্মাৰ সৎগতিৰ কাৰণে নিজ হাতে ৰং তুলিকাৰ বোলনিৰে  এখন ছবি অংকন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।।

Read More...

যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যলয়ত “মইণ্ড পাৱাৰ কৰ্মশালা”

যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যলয়ত “মইণ্ড পাৱাৰ কৰ্মশালা”   যোৰহাট অভিযন্তা মহাবিদ্যালয় পৰা ৰাণাদ্বীপ দুৱৰা     জীৱনত সাফল্য লাভ কৰিবলৈ হ’লে সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰে চোৱা দৰকাৰ । মানুহৰ মনটোৱেই হৈছে জীৱনৰ মুল চালিকাশক্তি। এই চালিকাশক্তিক যদি যোগাত্মক দৃষ্টিভংগীৰে পৰিচালনা কৰিব পৰা যায় তেন্তে জীৱনত সফলতা আহিবই। যোৰহাট আভিযান্ত্ৰীক মহাবিদ্যালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হ’য় “মানসিক শক্তি উৎকৰ্শ সাধন” ( Mind Power) এক কৰ্মশালা। “Mind Power & Motivational Speaker” শ্ৰীযুত ৰূপান্তৰ চাউৰকৰ দ্বাৰা পৰিচালিত উক্ত কৰ্মশালাত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। উক্ত কৰ্মশালাত প্ৰশিক্ষক গৰাকীয়ে মানসিক শক্তি বিকাশ, সাফল্য লাভৰ…

Read More...

বোকাখাতত আৰম্ভ ৰাজ্যিক নাট সমাৰোহ

বোকাখাতত আৰম্ভ ৰাজ্যিক নাট সমাৰোহ অসম খবৰ গোলাঘাট, ১০ জুলাইঃ ১৯৩৫ চনৰে পৰা বোকাখাত চহৰত নাট্য চৰ্চাৰ এক পৰিবেশ গঢ়ি উঠাৰ পৰিপ্ৰেক্ষিততে যোৱা ৯ জুলাইৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আৰু ইলেকট্ৰ’নিক মিডিয়া জাৰ্ণেলিষ্ট এছ’চিয়েচন, কাজিৰঙা নিউজ নেটৱৰ্কৰ সহযোগত এখনি ৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত হৈছে। কালি প্ৰথম নিশাৰ নাট হিচাপে বিশিষ্ট নাট্যকৰ্মী অমৰ শৰ্মাৰ ৰচিত আৰু ছিৰিয়াছ নাট্যকৰ্মী জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিকল্পনা-পৰিচালনাৰে মঞ্চস্থ হ’য় “ডেম পেহাৰ দূৰবীণ” শীৰ্ষক নাটখনিৰ। সুন্দৰ পৰিচালনাৰে মঞ্চায়ন হোৱা নাটখনিত শিল্পীসকলৰ দলগত অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্দ্ধ কৰি ৰখাত সফল হৈছে পৰিচালক তথা অভিনেতাসকল। দৰ্শকৰ সৈতে একাত্মতা…

Read More...

অসম শিশু-সাহিত্য কোষ- সংকলনৰ বাবে গ্রন্থ প্ৰেৰণ কৰিবলৈ অনুৰোধ

জাননী অসম শিশু-সাহিত্য কোষ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ২০০০ চনৰ ৩১ ডিচেম্বৰলৈকে প্ৰকাশিত সকলো অসমীয়া শিশু আৰু কিশোৰ সাহিত্য পুথি সংগ্ৰহ কৰি সঙ্কলন হিচাপে সংৰক্ষণৰ বাবে প্ৰকাশ কৰাৰ কাম চলি আছে ৷ আপুনি লিখা বা আপোনাৰ সংগ্ৰহত তেনে গ্ৰন্থ থাকিলে তলৰ ঠিকনাত যোগাযোগ /প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো ৷ ঘুৰাই বিচাৰিলে কিতাপসমূহৰ কপি ৰাখি ঘূৰাই পঠোৱা হ’ব ৷ ঠিকনা:- Jyoti Khataniar Project Executive Asom Sishu Sahitya Kosha KKHS Open University Housefed Complex Last gate Dispur Guwahati 781006 Contact no.8472051339 Email. jyotikhataniar@gmail.com

Read More...

সমগ্ৰ ৰাজ্যজুৰি ঈদৰ প্ৰস্তুতি : সকলোলৈ শুভেচ্ছা জ্ঞাপন

সমগ্ৰ ৰাজ্যজুৰি ঈদৰ প্ৰস্তুতি : সকলোলৈ শুভেচ্ছা জ্ঞাপন 📃ছাদিকুজ জামান সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজানৰ অন্তত ঈদ উদযাপন কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন হৈ উঠিছে । কিন্তু যোৱা কেইদিনমানৰ পৰা হোৱা ধাৰাষাৰ বৰষুণে আনন্দ উৎসাহ কমোৱা পৰিলক্ষিত হৈছে । বহু ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত হোৱাত অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে । সেইবাবে নিজ নিজ মছজিদতে নামাজ বাবে ধৰ্মপ্ৰাণ লোক সাজু হৈছে । অসমৰ সমূহ ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে বহুজনে । ঈদে যাতে নাশ কৰে অশান্তি, অন্ধবিশ্বাস, কু-সংস্কাৰ,অপকৰ্ম আৰু তাৰ বিপৰীতে সাফল্য,শান্তি,আশাৰ বতৰা কঢ়িয়াই আনক তাকে কামনা…

Read More...

আশাৰ ৰেঙণি হওঁক জীয়াভৰলী : চৰকাৰৰ শুভ দৃষ্টি পৰিলে মূল্যবান সম্পদত পৰিনত হ’ব জীয়াভৰলী

নৈ পৰীয়া ৰাইজৰ  জীৱন যুদ্ধৰ সাৰথি জীয়াভৰলী চৰকাৰৰ শুভ দৃষ্টি পৰিলে মূল্যবান সম্পদত পৰিনত হ’ব জীয়াভৰলী অসম খবৰ,  বিশ্বনাথ  , ১২ মে:-  শোনিতপুৰ জিলাৰ সীমান্ত বৰ্তি অৰুণাচলচল পাহাৰৰ পৰা কুলু কুলু সুৰেৰে নাচি বাগি ভৈয়ামলৈ বৈ অহা নদী খন পাহাৰীয়া ৰাইজৰ মাজত কামেং নামেৰেই পৰিচিত । মুঠ ২৪৯ কি:মি:দৈৰ্ঘ্যৰ আৰুনাচল প্ৰদেশৰ মাজেৰে বৈ আহি মহাবাহু ব্ৰহ্মপুত্ৰত নিজকে সমৰ্পিত কৰিছে জীয়াভৰলী নদী খনে । লোক কথাৰ নায়িকা এই জীয়াভৰলীক কেন্দ্ৰ কৰি গড় লৈ উঠিছে আন কেতবোৰ কাহিনী । জীয়াভৰলী নদীখনৰ পাৰৰ সহজ সৰল মানুহ বোৰৰ বাবে নৈ “…বুৰঞ্জীৰ পাটত নিজস্ব ঐতিহ্যৰে…

Read More...