বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ “পেড মেন” খ্যাত নয়ন শইকীয়াই

বিশ্বনাথলৈ পুণৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ        “পেড মেন” খ্যাত নয়ন শইকীয়াই   আপোনালোকে হয়টো চুপাৰমেন , স্পাইডাৰমেন অথবা হিটমেনৰ কাল্পনিক চৰিত্ৰৰ অভিনেতা তথা বোলছবি বহুবাৰ দেখিছে বিশেষকৈ কিছুদিন পূৰ্বে ভাৰতীয় ছবিজগতত অতিকৈ চৰ্চা লাভ কৰা অক্ষয় কুমাৰ অভিনীত “পেড মেন” ৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে । বাস্তৱ জীৱনৰ ওপৰত আধাৰিত পেডমেনৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসমৰ লগতে উত্তৰ পুৰ্বাঞ্চলত অসমৰ পেড মেন হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নয়ন শইকীয়াৰ আন এক সুখবৰে সমগ্ৰ বিশ্বনাথৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে । বিশ্বনাথ চাৰিআলিৰ গড়েহাগীস্থিত এই যুৱকজন কলকাতাত হোটেল…

Read More...

ভোগজৰা ?

দুই উদ্যমী যুৱক ধনজিৎ আৰু দেবব্ৰতে ভোগজৰা সোৱাদৰ সাকোঁ নাম দি ফেচবুকত এটা পেজ খুলি আৰম্ভ কৰিছিল ব্যৱসায়৷ সেইয়াই আৰম্ভণি৷ বৰ্তমান ভোগজৰাই ব্যাপক সহাৰি লাভ কৰিছে গ্ৰাহকৰ৷বৰ্তমান এই উদ্যোগটোত জড়িত হৈ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গাঁৱৰ বহুকেইগৰাকী মহিলাও ৷ বিশেষকৈ মনিকা বৰগোহাঁই নামৰ মহিলা গৰাকীয়ে এই ব্যৱসায়টো গঢ় দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছে৷ দুই যুৱক ধনজিত গগৈ আৰু দেৱব্ৰত শৰ্মাৰ প্ৰশংসনীয় প্ৰদক্ষেপে সাকাৰ ৰূপ পাই গ্ৰাহকৰ ঘৰে ঘৰে স্থান পোৱাৰ খবৰে এক আশাৰ বতৰা কঢ়িয়াই আনিছে থলুৱা উদ্যোগী সকললৈ। Dhanjeet Gogoi Deba Brata Sharma Posted by Nabul Konwar on Monday,…

Read More...

বিষয়ঃ-নাটক

#_বিষয় – #_নাটক সৰুৰে পৰা “নাটক” ভাল পাওঁ …. নাটকত বা মঞ্চত পোনপটীয়াকৈ অভিনয় নকৰিলেও গুৰুজনা সৃষ্ট ভাওনা ত ল’ৰালিৰ পৰাই সৰু বৰ বিভিন্ন চৰিত্ৰত ভাও দি আহিছো ৷ বুজা হোৱাৰে আমাৰ অঞ্চলটোত বিভিন্ন অপেছাদাৰী নাট্যগোষ্ঠীয়ে কৰা নাটক, বিহুৱে পূজাই গাঁৱে গাঁৱে কৰা নাটক, ভ্ৰাম্যমান থিয়েটাৰৰ নাটকবোৰ নিয়মিয়াকৈ উপভোগ কৰি আহিছো ৷ আমাৰ পৰিয়ালটোৰ অধিকাংশ অগ্ৰজ অভিনয়ৰ পৰা নাটক লিখালৈকে নাট্যক্ষেত্ৰৰ সৈতে জড়িত ৷ নাটকৰ প্ৰতি এই টানটো হয়তু মোৰ তেজতে থকা ৷ সেই সূত্ৰেই নাট্য-প্ৰীতিৰ বীজটো কিজানি সৰুৰ পৰাই অংকুৰিত হৈছিল ৷ সেই বীজটোৱেই কালক্ৰমত পোখা মেলিলে ৷ সৰুৰে…

Read More...

আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :

 আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :   কাইলৈ সন্ধিয়া ৭বাজি ১৫ মিনিটৰ পৰা প্ৰচাৰ কৰিবলগীয়া LIVE PHONE IN অনুষ্ঠান HELLO YUVAVANI ৰ অতিথি – কণ্ঠশিল্পী অনিন্দিতা পাল।। অনুষ্ঠানটি চলি থকাৰ সময়ত শ্ৰোতাসকলে 0361-2661876,0361-2662325 – এই দুটি নম্বৰত ফোন কৰি আমাৰ অতিথিৰ সৈতে কথা পাতিব পাৰিব।।   শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া ৭ বাজি ১৫ মিনিটত Hello Yuvavani…   #MW 289.9mtre, 1035khz (আকাশবাণী গুৱাহাটী : খ শাখা)

Read More...

দেশৰ সুৰক্ষা স্বাৰ্থৰ অর্থে নিৰ্মিত প্ৰথমটো মহিলা “SWAT” দল

নিউজ ডেস্ক@ নিউ দিল্লী:- দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ অধীনত দেশৰ প্ৰথমটো SWAT (Special Weaponds And Tactics) নিৰ্মাণ কৰি উলিয়াইছে। এই মহিলা দলটোত ৩৬ গৰাকী মহিলা সদস্যা আছে আৰু লক্ষণীয় দিশটো এইযে প্ৰতিগৰাকী মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ। তেওঁলোকৰ কান্ধত দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দায়িত্ব আছে। এই মহিলা কামাণ্ডসকল NSG আৰু দিল্লী আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত। একে-৪৭ আৰু এমপি৫ চবমেচিন গানৰ বিশেষও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু তেওঁলোকৰ বাবে এই কামণ্ড যাত্ৰা ইমান সৰল নাছিল। এই মহিলা কামণ্ডসকলে আজিৰ এই পৰ্য্যায় পাবলৈ ভালেখিনি ত্যাগৰ বিনিময়ত তেওঁলোকৰ…

Read More...

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা অভিষ্কা কাশ্যপ এগৰাকী অসমীয়া যুৱতী । বয়স ২৪ বছৰ, নাম অভিষ্কা কাশ্যপ । মহানগৰীৰ বেলতলাৰ যুৱতী অভিষ্কা এতিয়া এগৰাকী বৈমানিক । গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা অভিষ্কাই ২০১৫ বর্ষত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে । স্বামীৰ অনুপ্ৰেৰণাত নিজকে এগৰাকী বৈমানিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৰা মাৰিছিল সাত-সাগৰ তেৰ নদী সিপাৰৰ দেশ আমেৰিকালৈ আৰু ফ্লৰিডাত থকা বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰত বিমান চালকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আৰু তাতে প্ৰায় ১০ মাহ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰি অভিষ্কা এতিয়া…

Read More...

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র ইউনেস্কোই কাজাকিস্থানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা  আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  ‘আস্থানা -দ্যা চিটি অৱ পিচ্ ‘ শীৰ্ষক বিষয়টিৰ ওপৰত বিশ্বৰ বহুকেইখন দেশৰ বাৰৰ পৰা সোতৰ বছৰ বয়সৰ ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰে। এই চিত্র প্ৰদৰ্শনীত নতুন দিল্লীৰ ইউনেস্কো ক্লাৱ এন্ড এচোছিয়েশ্বন অৱ ইন্ডিয়া (CUCAI)ই ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীৰ মাজৰ পৰা অসম কন্যা বাৰ বছৰীয়া আকাংক্ষাই অঁকা চিত্র আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে বাচনি কৰে। নগাঁৱৰ জ্যোতি চিত্রাংকন বিদ্যালয়ৰ ছাত্রী আকাংক্ষা কাশ্যপ নগাঁৱৰ ছয় আলিৰ…

Read More...

প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা প্ৰদীপ লস্কৰ,কলিয়াবৰ জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া । দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত…

Read More...

Longest Barefoot Marathon Run World Records 200.2km Dr. Manjit Dihingia 12th APBn

Posted by Manjit Dihingia on Saturday, August 4, 2018 Posted by Manjit Dihingia on Saturday, August 4, 2018 Posted by Manjit Dihingia on Saturday, August 4, 2018 “মোৰ যোৱা ইংৰাজি ১৯ ডিচেম্বৰ পৰা ২০ ডিচেম্বৰ ২০১৭লৈকে অসম আৰক্ষী মুখ্য কাৰ্যালয় পৰা সম্পূৰ্ণ অনুমতি লৈ,বিশ্বনাথ জিলা উপায়ুক্ত মহোদয় লগতে আৰক্ষী অধীক্ষক মহোদয় দেৱৰ পৰা অনুমতি লৈ খালি ভৰিৰে একেৰাহে ২৫ঘন্টা ১০ মিনিট সময়ত ২০৫ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ নামটো বিশ্ব প্ৰথম জন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব’লৈ সক্ষম হোৱা এটা সৰু নিউজ আপলোড কৰিলোঁ ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্ট কৰিব ধন্যবাদ…

Read More...

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ । মহানগৰীৰ জ্যোতিকুছিত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উদ্বোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিঅ”। পিংকিছ মেকআপ ষ্টুডিঅ’ত অতি কম খৰচতে যুৱতী-মহিলাসকলক সৌন্দৰ্যচৰ্চা কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব । এই সম্পৰ্কত পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতীসকলক বিভিন্ন ধৰণৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে…

Read More...

অসমীয়া ছবি নিৰ্মাণত ব্যস্ত এগৰাকী উদ্যমী লিখক অৰ্ণৱ নাথ

অসমীয়া ছবি নিৰ্মাণৰ কামত ব্যস্ত জামুগুৰিহাটৰ লিখক অৰ্ণৱ নাথ অসম খবৰ জামুগুৰিহাট,৩১ জুলাই জামুগুৰিহাটৰ উজৰাচুক গাৱঁৰ এজন যুৱক ৷ নাম লিখক নাথ , নাটক চিনেমাৰ প্ৰতি আগ্ৰহী যুৱক জন শেহতীয়াকৈ ব্যস্ত হৈ পৰিছে এখন সম্পূৰ্ণ অসমীয়া ছবি নিৰ্মাণৰ কামত ৷আৰ্থিক ভাবে টনকিয়াল নহয় যদিও অতি কম খৰচৰে এখনি সুন্দৰ ছবি নিৰ্মাণৰ চেষ্টা যুৱক জনৰ ৷ শ্ৰোতা – দৰ্শকক এখন ভাল অসমীয়া ছবি উপভোগ কৰাবৰ বাবে অসমৰ ভিন্ন প্ৰান্তত চিএ গ্ৰহণত ব্যস্ত হৈ পৰিছে তেওঁৰ লগতে একাংশ যুৱক ৷ শব্দ প্ৰডাকচনৰ জৰিয়তে লিখক নাথৰ পৰিচালনা , কাহিনী , চিএনাট্য সংলাপ আৰু স্থানীয় কেইবাজনো…

Read More...

বৰলুইতৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা:ভৱজ্যোতি কলিতালৈ মিষ্টাৰ ৰঙিয়া খিতাপ 

বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা ●  মিষ্টাৰ ৰঙিয়া খিতাপ ভৱজ্যোতি কলিতালৈ ●  হিমাশ্ৰী লহকৰলৈ মিছ ৰঙিয়া    অসম খবৰ@ৰঙিয়া, ২৪ জুলাই : ৰাজ্যৰ উদ্যমী সাংস্কৃতিক গোষ্ঠী বৰলুইতৰ উদ্যোগত যোৱা বুধবাৰে এক ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাখনিত মিষ্টাৰ ৰঙিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৰঙিয়াৰ লাচি বিষ্ণুপুৰৰ যুৱক ভৱজ্যোতি কলিতাই । প্ৰথম ৰানাৰ্ছ আপ হিচাপে ওদালগুৰিৰ যুৱক প্ৰেমকান্ত ৰাভা আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ লাভ কৰে ধুবুৰীৰ ৰাজদ্বীপ কুমাৰক নিৰ্বাচিত কৰা হয় । ফেশ্বন প্ৰতিযোগিতাখনিত মিছ ৰঙিয়া খিতাপ হিচাপে লাভ কৰে ৰঙিয়া ৰেল ষ্টেচনৰ হিমাশ্ৰী লহকৰে । প্ৰথম ৰানাৰ্ছ আপ…

Read More...

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ অসম খবৰ নগাঁও ২৩ জুলাই নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েচনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে Jhorna Medhi য়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰিতা বৰদলৈ বৰাই মিছেছ মোষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ…

Read More...

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত…

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত… অসম খবৰ@(বৰ্ণালী কলিতা)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১১জুলাইঃ- সুদূৰ ইউৰোপ মহাদেশৰ ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবলত অসমৰ তনয়া গীতকা তালুকদাৰে অসমক প্ৰতিনিধিত্ব কৰি ফটো সাংবাদিকতা অব্যাহত ৰাখিছে। এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসম। তেওঁৰ এই কৃতিত্বত সমগ্ৰ অসম তথা অসমীয়া জাতিয়ে গৌৰৱবোধ কৰিছে। গীতিকা তালুকদাৰলৈ ৰাজ্যৰ লগতে অসম খবৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

Read More...