দীঘলীয়া সংগ্ৰামৰ অন্তত আজি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ

  ➡ বিদেশী নাগৰিকৰ চিনাক্ত পৰ্বৰ প্ৰথমটো খোজ।এক দীঘলীয়া সংগ্ৰামৰ অন্তত আজি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ । ➡ সৰ্বদলীয় সভাৰ সিদ্ধান্ত । চূড়ান্ত এন আৰ চি প্ৰকাশ নোহোৱালৈকে কাকো বিদেশী গণ্য কৰা নহ’ব।বৈধ নাগৰিকৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াব ৰাজ্য চৰকাৰে। ➡ এন আৰ চিক লৈ ৰয়টাৰত উচটনিমূলক প্ৰতিবেদন । ৰাজ্যত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা। নাগৰিকপঞ্জীক অসমৰ বাংলাভাষী মুছলমানৰ বিৰোধী আখ্যা। ➡  ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এটা দুষ্টচক্ৰই আইনী সাহায্যৰ নামত আৰম্ভ কৰিছে ছিণ্ডিকেটৰাজ। অভিযোগ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ । ➡ অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন। গোৱালপাৰা জিলাৰ ভৌগোলিক সীমা…

Read More...