বিচিত্ৰ কাব্য

বিচিত্ৰ কাব্য  ——————   -দেৱজিৎ লাহন   প্ৰেম   তেওঁ আনলৈ বেঁকাকৈ চালেও মই যে পাওঁ দুখ, এয়াই মোৰ বুকুৰ অসুখ।…   প্ৰেৰণা   তেওঁ মোক মাথো এষাৰ কথা ক’লে মোৰ হেঁপাহৰ চৰাইটো উৰি গ’ল সপোন হিমালয়ৰ ফালে।…   সপোন   সপোন সি মোৰ অৱচেতনাৰ পৰিধি ভাঙি  উজাই আহে কোনোবা মায়াময় ৰাতি।   সপোন সি… মোৰ অন্ধকাৰ গোপন কোঠালৈ লৈ আনে আশাৰ জোনাকী।   সুখানুভূতি   শূন্যতা কঢ়িয়াই ফুৰা মোৰ মনৰ ঋতুত প্ৰাণ পাই উঠিছে ৰিমঝিম বৰষাৰ সৰল বন্দনা।   দুখ   তোমাৰ মুখত শূন্যতাৰ গান মোৰ বুকুত চকুলোৰ নদী…

Read More...

কেৰেলাৰ বানপানীত আবদ্ধ মঙলদৈৰ মহিলাক উদ্ধাৰৰ অনুৰোধ যুৱ ছাত্ৰ পৰিষদৰ 

কেৰেলাৰ বানপানীত আবদ্ধ মঙলদৈৰ মহিলাক উদ্ধাৰৰ অনুৰোধ যুৱ ছাত্ৰ পৰিষদৰ    উজ্জ্বল জোতি ডেকা, মঙলদৈ, ২১ আগষ্ট :- কেৰেলাৰ সংহাৰী বানত দৰঙৰ পূব মঙলদৈ অঞ্চলৰ দুগৰাকী মহিলা আবদ্ধ হৈ আছে, মহিলা দুগৰাকীক উদ্ধাৰৰ বাবে চৰকাৰ, জিলা প্ৰসাশনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব মঙলদৈ আঞ্চলিক সমিতিয়ে। পূব মঙলদৈ অঞ্চলৰ মেনাপাৰা গাওঁৰ ৰেণু ডেকা আৰু মুদৈবড়ীৰ মিনাৱতী বড়ো নাথ  নামৰ মহিলা দুগৰাকী কেৰেলাৰ এই সংহাৰী বানৰ কবলত পৰি আবদ্ধ হৈ আছে।  মহিলা দুগৰাকীৰ এই খবৰে  ভুক্তভোগী পৰিয়ালটো হতাশ হৈ পৰিছে। এইক্ষেত্ৰত দৰঙৰ উপায়ুক্তক…

Read More...

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী দৰমহাৰ দাবিত চক্ৰ বিষয়াৰ যোগেদি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ  অৰূপ শইকীয়া(২০-০৮-২০১৮) জাতীয় দলিলস্বৰূপ এন,আৰ,চি, উন্নিতকৰণৰ কামত যিসকলে নিষ্ঠাৰে কৰি আহিছে সেইসকল কৰ্মচাৰিক চৰকাৰ তথা আই,এচ,এচ, নামত কোম্পানীতো লগ হৈ প্ৰাপ্য বেতনৰপৰা  বঞ্চিত কৰি ৰখাত তেওলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে । বিশদ খবৰ অনুসৰি বিগত ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰি মাহৰ পৰা সামান্য মজুৰিৰে কাৰ্যনিৰ্বাহ কৰি অহা লক্ষীমপুৰ জিলাৰ অৰ্ন্তগত কদম ৰাজহ চক্ৰৰ সাত টা সেৱা কেন্দ্ৰত নিশা ১১ বজালৈ সেৱা আগবঢ়োৱা ডাটা,এণ্ট্ৰি,অপাৰেটৰ সকলে যোৱা জুন মাহৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰাত ভিষণ আৰ্থিক সমস্যাৰ সন্মুখীন হব…

Read More...

মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।

মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।   অসম খবৰ উজনিঅসম    মানৱদৰদী ৰাজনৈতিক নেতা তথা নতুন ভাৰত নিৰ্মাতা, আদৰ্শবাদী ও মূল্যবোধ ৰাজনীতিৰ পিতামহ , বিচক্ষণ  নেতা দেশৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰি দেশৰ ৰাজনৈতিক নেতাসকলৰ বাবে এক আদৰ্শ নজিৰ ৰাখি থৈ যোৱা  জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে শিৱসাগৰ বৌদ্ধিক সমাজে । ন সপ্তাহ ধৰি দিল্লীৰ এইমছ চিকি$সালয়ত চিকি$সাৰত অৱস্থাত আজি বিয়লী ৫ বাজি ৫ মিনিটত  শেষ নিশ্বাহ ত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে…

Read More...

শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall) 

শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall)    আন আন ৰাজ্যৰ গ্ৰাহকৰ মন জয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ষ্টাইল বাজাৰ এতিয়া অসমৰ কেইবাখনো জিলাত । আন ৰাজ্যৰ লগতে  অসমৰ গ্ৰাহক সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে বহু জাতি কোম্পানী ষ্টাইল বাজাৰে  । ভাৰতবৰ্ষত  ৪৫টাতকৈও অধিক শ্বপিং মহল থকা ষ্টাইল  বাজাৰে কিছু দিন পূৰ্বে তেজপুৰ চহৰত মুকলি কৰিলে এটা শ্বপিং মহল । সেই শ্বপিং মহলটোৱে অতি কম দিনৰ ভিতৰত  গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হ’ল। তাৰ  পিচতে অলপতে নগাঁওতটোও এটা  মুকলি…

Read More...

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷ 

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷  অসম খৱৰ , ১৬ আগষ্ট : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আজি এই পৃথিৱীৰ পৰা মহাপ্ৰস্থান ঘটিছে ৷ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা ৯ সপ্তাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল ৷ ১১ জুনত তেওঁক AIIMS ভৰ্ত্তি কৰোৱা হৈছিল আৰু সেইদিনাৰ পৰা চিকিৎসাধীন হৈ থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি AIIMS শেষনিশ্বাস ত্যাগ কৰে ৷ ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্ম গ্ৰহন কৰিছিল আৰু আজি ২০১৮ চনৰ ১৬ আগষ্ট তাৰিখে ,  ৯৩  বছৰত তেওঁ মহাপ্ৰস্থান ঘটে ৷ মূল্যবোধৰ ৰাজনীতিৰ অন্যতম বাটকটীয়া আছিল…

Read More...

বিশিষ্ট অভিনেতা পবন বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তি

অসম খবৰ, ৪ জুলাই : যোৱাকালি বিয়লি প্ৰায় ২-৪৫ বজাত অসমৰ নাত্যজগতৰ এক পৰিচিত নাম পৱন বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটে।৭৯ বছৰ বয়সত তেও মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুই কন্যাসহ জোৱাই নাতি নাতিনীক এৰি থৈ যায়। শিৱসাগৰ আমোলাপটিৰ বেজবৰুৱা চুকত জন্মগ্ৰহণ কৰা বিশিষ্ট নাট্যশিল্পীগৰাকীয়ে ডিব্ৰুগড়ত বসবাস কৰিছিল।

Read More...