এন এছ চি এনৰ চেয়াৰমেন খাংগোক অপসাৰণ  নগালেণ্ডত ভাতৃঘাটী  সংঘৰ্ষৰ হোৱা আশংকা

                     এন এছ চি এনৰ চেয়াৰমেন খাংগোক অপসাৰণ                      নগালেণ্ডত ভাতৃঘাটী  সংঘৰ্ষৰ হোৱা আশংকা ভয়ানক ভাতৃঘাটী সংঘৰ্ষৰ দিশে আগবাঢ়িছে নাগালেণ্ড দীৰ্ঘদিন যুদ্ধ বিৰতিত থকা এনএছআইএন (আই এম)ৰ মাজত বিভাজন ঘটি দুটা গোট হোৱাৰ বাবেই এই আশংকা কৰা হৈছে।     এক সূত্ৰ প্ৰকাশ   ১৭ আগষ্টত অনুষ্ঠিত এনএছআইএন (আই এম)ৰ এখন জৰুৰী বৈঠকত চেয়াৰমেন খাংগোক বিভিন্ন অভিযোগত দোষী সাব্যস্ত কৰি তেওঁৰ বিৰুদ্ধে মহা অভিযোগ অনা হৈছে। আনহাতে তাৎক্ষণিক ভাৱে বলব্যত হোৱাকৈ য়াং আঙক…

Read More...

দুগৰাকী মহিলাৰ সৈতে চাকৰিৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে ,এই অভিযোগ ভুক্তভুগি মহিলা ,মন্ত্ৰী বিৰুদ্ধে এজেহাৰ

দুগৰাকী মহিলাৰ সৈতে চাকৰিৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে । এই অভিযোগ ভুক্তভুগি মহিলা /মন্ত্ৰী বিৰুদ্ধে এজেহাৰ

Read More...

বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নীতি প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত ,শনিবাৰে নিশা কটালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ আমোলা, বিষয়া-কৰ্মচাৰীয়ে

  বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নীতি প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত ,শনিবাৰে নিশা কটালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ আমোলা, বিষয়া-কৰ্মচাৰীয়ে সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰে নিশাৰ আলহি হৈ কটালে। বিশ্বনাথ জিলা অন্তৰ্গত খণ্ড, বিহালী উন্নয়ন খণ্ড, বিষয়া অভিযন্তাকে ধৰি মুল বিষয়া কৰ্মচাৰী সকল আজি বিহালী বিভিন্ন গাওঁ পঞ্চায়ত অধিনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ লাভ কৰা ব্যক্তি সকলৰ ঘৰত নিশাটো কটায় । তাৰে কেইজনমান বিষয়া দৃশ্য আমি আপোনালোকৰ আগত দেখুৱলৈ বিচাৰিছোঁ । বিশেষকৈ নিশাটো হিতাধিকাৰীক গৃহত নিশা আহাৰ গ্ৰহণ কৰি নিশা টো কটালে বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ম: হবিবুৰ…

Read More...

সাহাৰ্য্য প্ৰদান ভাৰত মহাসাগৰৰ ভূতত্ত্ব গবেষণাৰ বাবে

  সাহাৰ্য্য প্ৰদান ভাৰত মহাসাগৰৰ ভূতত্ত্ব গবেষণাৰ বাবে অসম খবৰ, ৯ আগষ্ট : ভাৰত মহাসাগৰত গবেষণা কৰিব লোৱা মৌচুম প্ৰকল্পটিৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৬ কোটি টকা আগবঢ়োৱা হৈছে। প্ৰকল্পটোৰ প্ৰধান লক্ষ্য হ’ল ভূতাত্ত্বিক আৰু ঐতিহাসিক গবেষণাৰ দ্বাৰা ভাৰত মহাসাগৰৰ সমগ্ৰ উপকূলৰ সাংস্কৃতিক, ব্যৱসায়িক আৰু ধাৰ্মিক সম্পৰ্ক সমূহক একত্ৰিত কৰা।এই কথা লোকসভাত সাংস্কৃতিক মন্ত্রী মহেশ শৰ্মাই অবগত কৰে।লগতে তেওঁ কয় যে, ২০২৮ – ১৯ চনৰ বাবে এই প্ৰকল্পলৈ ২. ৮০ কোটি টকা আৰু ২০১৯ – ২০ লৈ ৩. ১৯ কোটি টকা ব্যয় কৰাৰ বাবে পন্থা হাতত লৈছে।এই প্ৰকল্পৰ বাবে ২০১৭…

Read More...

কাকপথাৰত গুলিয়াগুলিৰ ঘটনা

সমাগত স্বাধীনতা দিৱসৰ প্ৰাক           মুহুৰ্তত কাকপথাৰত           গুলিয়াগুলিৰ ঘটনা অাগন্তুক স্বাধীনতা দিৱসলৈ মাজত অাৰু কেইটামান দিন বাকী থকাত তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ পৰা মাত্ৰ তিনি কিলোমিটাৰমান নিলগৰ লাজুম বীণাপানীৰ সমীপত কালি নিশা প্ৰায় ৯:৪৫ বজাত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে কালি নিশা কাকপথাৰ অাৰক্ষীৰ এটি পহৰাদাৰি দলে ডিৰাক দিশৰ পৰা অাহি থকা অৱস্থাত লাজুম বীণাপানী প্ৰাথমিক বিদ্যালয়ৰ সমীপত পুৰ্বৰে পৰা ৰৈ থকা মটৰ চাইকেলৰ সৈতে যুৱককেইজনক প্ৰত্যক্ষ কৰাত অাৰক্ষীয়ে ৰ’বলৈ সংকেত দিয়ে যদিও মটৰ চাইকেলসহ যুৱক দুজন বীণাপানী…

Read More...

নাগৰিকপঞ্জী উন্নীতকৰণ দাবীত কঁপিল মেঘালয়

        ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবীত কপিল মেঘালয়   অসম খবৰ  ডিজিটেল ডেক্স  ৩ আগষ্ট অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত চলি থকা সময়ত মেঘালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী জনালে হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে । হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে মেঘালয়ত ইনাৰ লাইন পাৰ্মিট আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ দাবীত মেঘালয়ৰ ৰাজপথ অৱৰোধ কৰে । উল্লেখ যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা তালিকা প্ৰকাশৰ পিছত মেঘালয় আৰু নাগালেণ্ডৰ জাতীয় সংগঠন আৰু প্ৰশাসনে অবৈধ বিদেশী যাতে সুমাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাইছে ।

Read More...

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ অসম খবৰ নগাঁও ২৩ জুলাই নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েচনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে Jhorna Medhi য়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰিতা বৰদলৈ বৰাই মিছেছ মোষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ…

Read More...

বিশ্বনাথত ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিশ্বনাথত ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি অসম খবৰ বিশ্বনাথ চাৰিআলি, ২১ জুলাইঃ সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো দেশৰ ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি আহ্বান কৰা এক বিশেষ বৈঠকত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশ পুংখানুপংখভাৱে আলোচনা কৰা হয়। উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনত প্ৰায় সকলোবোৰ চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত থাকি এই দিৱস উদযাপন সন্দৰ্ভত গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়। সমাগত স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে…

Read More...

শোণিতপুৰীয়াৰ কৃৰ্তীত্ব

শোণিতপুৰীয়াৰ কৃৰ্তীত্ব অসম খবৰ ৰিপৰ্ট ১৮ জুলাই যোৰহাট অসম কৃষি বিশ্ববিদ্যায়ৰ ছাত্ৰী শ্ৰী অৰ্চিতা গোস্বামীয়ে দক্ষিন আফ্ৰিকাৰ জোহান্সবার্গৰ অন্তৰ্গত বেলাবেলাত অনুষ্ঠিত হৈ থকা ব্ৰিস্ক যুব সমাৰোহ – ২০১৮ ত অসমৰ পৰা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ ৰাষ্টীয় সেৱা যোজনাৰ জৰিয়তে এই সুযোগ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ২০১৮ চনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দিল্লীত অৰ্চিতাই ভাগ লোৱাৰ সুযোগ লাভ কৰিছিল। সমাৰোহত অৰ্চিতাই সত্ৰীয়া নৃত্যৰ লগতে বক্তৃতা প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।তেওঁৰ সত্ৰীয়া নৃত্যৰ গুৰু শ্ৰী যোগেনদত্ত বায়ন। অৰ্চিতা, তেজপুৰ উদয়ন পথ নিবাসী বিদ্যুত পৰিষদৰ সহকাৰী মহাপ্ৰবন্ধক শ্ৰী অনিলচন্দ্ৰ গোস্বামী আৰু শোণিতপুৰ জাতীয় বিদ্যালয়ৰ…

Read More...

কাকপথাৰ সোণজান গাওঁৰ শাৰীৰিক ভাৱে বিশেষ সক্ষম (মুকবধিৰ) এজন ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ

কাকপথাৰ সোণজান গাওঁৰ শাৰীৰিক ভাৱে বিশেষ সক্ষম (মুকবধিৰ) এজন ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ  কাকপথাৰৰ পৰা দ্বীপেন লহকৰ ১৮ জুলাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম অৰুণাচলৰ সীমান্তবৰ্তী অতি পিছ পৰা সোণজান বিষ্ণুপুৰ গাওঁৰ নিবাসী ৰূপেশ্বৰ বৰগোহাঁই আৰু স্বৰ্ণলতা বৰগোহাঁইৰ জ্যেষ্ঠ পুত্ৰ মাধুৰ্য্য বৰগোহাঁইয়ে আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত, ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। ক্ৰীড়াত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে সোণালী সুযোগ লাভ কৰা মাধুৰ্য্য বৰগোহাঁই হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচিত হোৱা এক মাত্ৰ খেলুৱৈ। চলিত বৰ্ষত গুৱাহাটী কাহিলীপাৰাস্থিত ভাউৰি দেৱী চেৰাউগী মুকবধিৰ…

Read More...

ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ

অসমলৈ গৌৰৱ কুসুমটোলা জোৱান তথা গহপুৰ বালিজানৰ ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ অসম খবৰ@ষ্টাফ ৰিপ’ৰ্টাৰ শ্ৰীমন্ত দাস,২ জুলাইঃ- যোৱা ১ জুলাই ২০১৮ তাৰিখৰে মধ্যপ্ৰদেশৰ জৱলপুৰ ৰানি দুৰ্গাৱতী সংগ্ৰহালয়ত অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ কমিটিয়ে আয়োজন কৰা অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮বৰ্ষৰ বটাঁ বিতৰণ সভাত বিশ্বনাথ জিলা গহপুৰ বালিজান কটকী চুকৰ নিবাসী প্ৰয়াত টংঙ্কেশ্বৰ দিহিঙ্গীয়া দ্বিতীয় পুত্ৰ ড°মঞ্জিৎ দিহিঙ্গীয়ালৈ। জানিব পৰা মতে ড৹ মঞ্জিৎতে চাইকেলিং,আৰু মাৰাথান দৌৰ লগতে নিষ্ঠাৰ আৰু নিজৰ দায়বদ্ধ মাজত ৰাখি অহৰহ সমাজৰ সেৱা ফলত সমিতি খনে লাইভ টাইম এচিভমেন্ট দুটাকৈ বটাঁ বাবে নিৰ্বাচিত কৰি বটাঁ…

Read More...

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক  অসম খবৰ@নিউজ ডেস্ক ,১০ জুন :- মস্কোত অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব ১২১ সংখ্যক ফিফা বিশ্বকাপ বিশ্ব ৰেংকিংৰ ৯৭ সংখ্যক স্থানত থকা ভাৰতৰ বাবে বিশ্বকাপৰ মূল পৰ্বত খেলাটো এতিয়া সপোন হৈয়ে আছে যদিও থমকি ৰোৱা নাই সমগ্ৰ দেশখনৰ অনুৰাগীসকল । নিজৰ ভালপোৱা দলটোক উৎসাহ জনাবলৈ ৰাছিয়াত উপস্থিত থাকিব বহু সংখ্যক ভাৰতীয় নাগৰিক । ফিফাৰ পৰা পোৱা তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে ইতিমধ্যে ৫৪% টিকট মুকলি কৰি দিয়া হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় অনুৰাগীয়ে সংখ্যা ১৭,৯৮২ খন টিকট সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ।

Read More...