মানস জ্যোতি শৰ্মা ৰক্ত জীৱন

  প্ৰিয় সতীৰ্থবৃন্দ    আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে কালি গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউত ত ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ গুৱাহাটীৰ দ্বীপশিখা ফাউণ্ডেশ্বনৰ লগত হোৱা এক আলোচনা চক্ৰত জন্মৰে পৰা ১৯ বছৰ বয়সৰলৈকে যি কোনো কেঞ্চাৰ ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা M.D. Mrs Mrinmoy Boruah বাইদেউয়ে আমাৰ ৰক্তই জীৱনৰ সদস্য সকলক আশ্বাস দিয়ে। লগতে ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন দীপক ৰাজখোৱা দেৱৰ লগতে প্ৰাঞ্জল কটকী দেৱে আমাৰ ৰক্তই জীৱন গোটৰ তৰফৰ পৰা বি বৰুৱা কেঞ্চাৰ হস্পিতালত ভৰ্তি হোৱা প্ৰত্যেকজন কেঞ্চাৰ ৰোগী বাবে প্ৰয়োজন সাপেক্ষ…

Read More...

ৰক্তদান জীৱন দান 📝 নয়ন জ্যোতি কটকী

ৰক্তদান জীৱন দান —————————— আমাৰ গৌৰৱ ৰক্তদাতা     নয়ন জ্যোতি কটকী…   অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা পূণ্যধৰ সোণোৱাল নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰে ৰক্তদাতা নয়ন জ্যোতি কটকী ডাঙৰীয়াই … ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মাৰ সহযোগত নিজৰ কৰ্মব্যস্ততাৰ মাজত আৰ্তজনৰ বাবে অকণমান সময় উলিয়াই ৰক্তদানৰ বাবে আগবাঢ়ি আহে সন্মানীয় সোণোৱাল ডাঙৰীয়া… ৰক্তদানৰ দৰে এক মহান কৰ্মৰে জনসাধাৰণৰ মাজত মানৱীয়তাৰ পৰিচয় দিয়া বাবে সন্মানীয় নয়নজ্যোতি কটকী দেৱৰ সু স্বাস্থ্যৰ কামনা কৰি তেখেতক আমাৰ ৰক্তই জীৱনৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো…

Read More...

ৰক্তদান জীৱন দান

ৰক্তদান জীৱন দান মানস জে ৱাই শৰ্মা   অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা বন্টি সিং নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰোগী জনৰ আত্মীয় জনে এটোপাল ৰক্তৰ বাবে এজন ৰক্তদাতা বিচাৰি চিন্তাত বিভোৰ হৈ পৰিছিল.. ঠিক সেই সময়তে আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মা দেৱৰ সহযোগত ডিব্ৰুগড়ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ নৱাগত সদস্য শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱে উক্ত ৰোগী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে স্বেচ্ছাই ৰক্তদান কৰে .. ৰক্তদানৰ দৰে এনে এক মহান কৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱৰ…

Read More...

সু-স্বাস্থ্যৰ ইটো- সিটো

সু-স্বাস্থ্যৰ ইটো- সিটো   আদাই – ৰক্ত প্ৰবাহ সুস্থিৰ কৰি ৰাখে । নহৰু- আতৰাব পাৰে অধিক চৰ্বি । কল খালে – সুস্থিৰ হৈ থাকে ৰক্ত চাপ । ভেদাইলতা – কৰ্কট ৰোগৰ প্ৰতিৰোধী । কালজিৰাই- নিদ্ৰাহীনতা দুৰ কৰে । মানিমুনি -দৃষ্টি শক্তি প্ৰখৰ কৰে ।

Read More...

ৰক্তই জীৱন প্ৰাণ

ৰক্তই জীৱন প্ৰাণ (ৰক্তদানৰ তিতা-কেঁহা শিতানতৰ কিছু কথা) 📝 মানস জে ৱাই শৰ্মা কথাৰে ——————————————————– এজন টে’ট শিক্ষক, দেউতাকৰ জীৱন ৰক্ষাৰ বাবে লাগে O+ve ব্লাডৰ ৩টা ইউনিট.. যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে…আজি দিনৰ ১১ মান বজাত মোক ফোন কৰিলে যে :- দুটা O+ve ব্লাডৰ প্ৰয়োজন…মই ৰোগীৰ সম্পূৰ্ণ তথ্য বিচাৰিলো মোক লগে লগে মেছেইজ যোগে সম্পূৰ্ণ তথ্য দিলে… মই লগতে সুধিলো যে ঘৰত দিব পৰা মানুহ আছে নে …? মোৰ প্ৰশ্নৰ প্ৰত্তুতৰত ক’লে যে ঘৰত কোনো নাই ব্লাড দিব পৰা .. মই আকৌ সুধিলো যে আপুনি দিলে নে …? মোক ক’লে…

Read More...