বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত

  গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ নিৰ্বাচিত হৈ SUNDAY নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ লোৱাৰ সুবিধা লওক অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত l

Read More...

প্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে

প্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে অভিনন্দন গোস্বামী কিছুদিন পূর্বে মুক্তি লভা অসমীয়া ছবি ‘অন্তৰীণ’ ৰ প্ৰসংগতে কেইটিমান কথা মনলৈ আহিল৷ ফেচবুকযোগে বিভিন্নজনৰ পষ্টত পঢ়িবলৈ পালো যে এটা দর্শনীত নূন্যতম ২০ জন দর্শক হলেহে সেই দর্শনী ছবিগৃহ কতৃপক্ষই প্ৰদর্শন কৰিবলৈ সক্ষম হব , তাতোকৈ কম হলে কোনোপধ্যেই ছবি প্ৰদর্শিত নহয়, কাৰণ চিনেমা হলৰ মালিকে নিজেই লোকচান ভৰি কোনো দর্শনী প্ৰদর্শন কৰিব নোৱাৰে৷ তাকে লৈ আকৌ বির্তকৰ সৃষ্টি হ’ল, অসমীয়া চিনেমা আমাৰ মানুহে নাচায়! ‘বাহুবলী-২’ চাবলৈ ১ কিলোমিটাৰমান দীঘল শাৰী পতা দর্শকৰ মাজৰ পৰা অন্ততঃ ২০ জন মানে আগ্ৰহ প্ৰকাশ…

Read More...

MUKHA ⬇

  Assamese New Movie Poster Opened  ‘MUKHA‘ The poster of Mukha , an upcomming  assamese movie was launched some months before. Seeing the poster the movie looks quite promising. As per our news reporter, the team of Mukha is planning to launch the 2nd poster at press club in guwahati. The script is written by Banajit Sharma and Dharitri Sharaban and the movie is directed by Karbi director Dhireswar Ronghang. As per the news we got , the movie teaser is going to realese in new year and discussions is…

Read More...

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….) “কেলেণ্ডাৰ” এখন সামাজিক মনোৰম ধৰ্মী নতুন অসমীয়া কথাছবি অহা ১৬ ফেব্ৰুৱাৰী ত মুক্তি লাভ কৰিব। বৰ্তমান অসমীয়া ছবিজগতৰ বক্স অফিচত মুক্তিৰ পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেলেণ্ডাৰ নামৰ ছবিখন। এই ক্ষেত্ৰত ছবিখনৰ মূল বিষয়বস্তু আৰু ছবিখনৰ পৰিয়ালবৰ্গ ই চলোৱা ব্যতিক্ৰমী প্রচাৰে চৰ্চাৰ মূল বুলিব পাৰি। কেলেণ্ডাৰ নামৰ শব্দটোৰ সৈতে আমাৰ প্ৰতিজন লোকৰ এক ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে । ঠিক একেদৰে সদ্য মুক্তি পাবলগা ‘কেলেণ্ডাৰ’ ছবিখনো আমাৰ দৈনন্দিন সমাজ জীৱনৰ এখন পৰিয়ালকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনীভাগত দেখুৱা হৈছে এখন কেলেণ্ডাৰে সলনি কৰি দিছে এখন সৰু নগৰত বাস…

Read More...