প্ৰেম প্ৰেম, হৃদয়ৰ এটা বস্তু । ই মানুহক ভাল পাবলৈ শিকায়, প্ৰেমে প্ৰমক জীয়াই ৰাখে। আমাৰ সকলোৰে মনত প্ৰেম জীয়াই থাকে। প্ৰেমে কোনো জাতি ,ধৰ্ম, ধনী, গৰিব নাচায়, ই কেৱল সঁচা মানৰ প্ৰেম…
Read MoreCategory: দিনটোৰ চিন্তা
Good Day….
BISWANATH বিশ্বনাথ কলেজ শিক্ষকৰ দ্বাৰা ’কিতাপ পঢ়োঁ আহা’
বিশ্বনাথ কলেজ শিক্ষকৰ দ্বাৰা ’কিতাপ পঢ়োঁ আহা’ ম’বাইল ফোনৰ সম্প্ৰসাৰণৰ লগে লগে ফেচবুক WhatsApp, টুইটাৰ, ইউ টিউৱে জনমানসত ধুমুহাৰ সৃষ্টি কৰি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে মানসিকতা সলনি কৰি দেখা গৈছে ৷ বৰ্তমান কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ পূৰ্বতকৈ বহুত বেছি গুণ কমি গৈছে ৷ থিক তেনে সময়তে বিশ্বনাথ কলেজ শিক্ষক গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ শোণিতপুৰ মণ্ডলে বিশ্বনাথৰ কুঁৱৰী অঞ্চলৰ হৰেশ্বৰ গোৱালা এম, ই স্কুলত দিনজোৰা কাৰ্যসূচীৰে ’’কিতাপ পঢ়োঁ আহা” নামেৰে এটি সজাগতা অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠান টিৰ পতাকা উত্তোলন কৰি শোণিতপুৰ মাণ্ডলিকৰ সভাপতি ডঃ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ…
Read Moreগ্ৰন্থ: সজল সন্তুষ্টি আৰু কিছু ৰচনা: ডাঃ কুমাৰ পাৰ্থ প্ৰতিম
মনোৰম গগৈ (মনোৰম গগৈঃ বিশিষ্ট সাংবাদিক, সমালোচক, প্ৰৱন্ধকাৰ তথা সাহিত্যিক ) মনোৰম গগৈ: অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক শ্ৰীযুত মনোৰম গগৈ দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ ৷ “বুধবাৰ”, “আগান” আৰু অসমীয়া প্ৰতিদিনত সাংবাদিকতাৰ আদিপাঠ গ্ৰহণ কৰা গগৈদেৱে পৰবৰ্তী পৰ্য্যায়ত প্ৰান্তিক আৰু প্ৰত্যয়ত যথাক্ৰমে জ্যেষ্ঠ প্ৰতিবেদক আৰু সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰে ৷ অসমীয়া প্ৰতিদিনৰ দেওবৰীয়া আলোচনী “সম্ভাৰ”ৰ সম্পাদক হিচাপে ২০০১ চনৰপৰা ২০০৮ চনলৈ সেৱা আগবঢ়াই তেখেতে অসমৰ দৈনিক কাকতসমূহৰ দেওবৰীয়া আলোচনীৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰে ৷ ২০০৮ চনত তেখেতে চেটেলাইট চেনেল ডি ৱাই ৩৬৫ ত ডেপুটী এডিটৰ হিচাপে যোগদান…
Read More“কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে। জাতি ডাঙৰ হয় , জাতীয়তাবাদৰ হজে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।” – বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
“কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে। জাতি ডাঙৰ হয় , জাতীয়তাবাদৰ হজে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।” – বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
Read More