উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ !

বিস্ফোৰক সামগ্ৰীসহ সোণাৰিত আটক আলফাৰ লিংক মেন উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ ! চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত ১৪৯ চি আৰ পি এফ ২৪৪ ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ সহযোগত চলা অভিযানত চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা আৰক্ষী আৰু চি আৰ পি এফে এজন আলফাৰ লিংকমেন আটক কৰে। দ্বীপ আৰন্ধৰা ওৰফে মদন নামৰ আলফা স্বাধীনৰ লিংকমেনজনৰ পৰা উদ্ধাৰ কৰা হয় ২ কেজি ওজনৰ বিস্ফোৰক আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰ’নিক ডিটনেটৰ, এটা পইণ্ট ২.২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী। বগীবিল…

Read More

এন আৰ চি-ৰ ওজৰ-আপত্তি থাকিলে ৩১ ডিচেম্বৰৰ পূৰ্বে দাখিলৰ আহ্বান মাজুলীৰ জিলা উপায়ুক্তৰঃ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে অভিযোগ থাকিলে, অভিযোগ দাখিল কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কেন্দ্ৰ মুকলি কৰা হৈছে। এই সুচিধা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়ত/চক্ৰ বিষয়াৰ কাৰ্যালয়ত/এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ হ’ব আৰু কাৰ্যালয় খোলা থকাৰ সময়ত যিকোনো ব্যক্তিয়ে সেয়া চাব পাৰিব। এন আৰ চি-ত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকাত যদিহে আপত্তি আছে, তেন্তে তেনে ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাত আপত্তি জনাই “অভিযোগ দাখিল কেন্দ্ৰ” বা সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰত অহা…

Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব ৷ গগৈৰ মতে তেও এতিয়াও ৰাজনীতিত সক্ৰিয় ৷ দলক আগবঢ়াই নিয়াৰ বাবে তেওঁ এতিয়াই ৰাজনীতিৰ পৰা অৱসৰ নলয় ৷ বদৰুউদ্দিন আজমলৰ দলক নি শেষ কৰাই মুল উদ্দেশ্য বুলি গগৈয়ে কয় ৷ আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ সমৰ্থন নজনাই ৷৷ লগতে ড° হিমন্ত বিশ্ব শৰ্মা অচল টকা হবলৈ বেচি দিন নাই বুলি কতাক্ষ কৰে গগৈয়ে ৷ তেও বিজেপি চৰকাৰৰ দুৰ্নীতি হোবাৰ কথা উল্লেখ কৰি তেও কয় প্ৰতিটো কামত ২শতাংশ…

Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০২১ অসম বিধান সভা নিৰ্বাচনত প্ৰতিদন্ডিতা আগবঢ়াব

 গগৈৰ মতে তেও এতিয়াও ৰাজনীতিত সক্ৰিয় ৷ দলক আগবঢ়াই নিয়াৰ বাবে তেওঁ এতিয়াই ৰাজনীতিৰ পৰা অৱসৰ নলয় ৷ বদৰুউদ্দিন আজমলৰ দলক নি শেষ কৰাই মুল উদ্দেশ্য বুলি গগৈয়ে কয় ৷আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ সমৰ্থন নজনাই ৷৷ লগতে ড° হিমন্ত বিশ্ব শৰ্মা অচল টকা হবলৈ বেচি দিন নাই বুলি কতাক্ষ কৰে গগৈয়ে ৷তেও বিজেপি চৰকাৰৰ দুৰ্নীতি হোবাৰ কথা উল্লেখ কৰি তেও কয় প্ৰতিটো কামত ২শতাংশ কমিচন নাপালে ঠিকাদাৰে কাম নাপায় বুলি ৰাজ্যচৰকাৰখনক সমালোচনা কৰে ৷ আগন্তুক বিধান সভা নিৰ্বাচনত…

Read More

২০২১ চনত বিধানসভা নিৰ্বাচন নেখেলে ড° হিমন্ত বিশ্ব শৰ্মাই

● অগপ-বিজেপি মিত্ৰতা প্ৰসংগতো মন্তব্য আগবঢ়াই শৰ্মাই ৷ ● অগপই ৰাখিব লাগিব মিত্ৰতাৰ মৰ্যাদা শৰ্মাই এই কথা সদৰী সাংবাদিকৰ আগত ৷

Read More

বিশ্বনাথত BJP ৰ বৃহৎ জয়

বিহালী সমষ্টিৰ মুঠ ১৭ খন গাঁও পঞ্চায়তেই BJP ৰ দখলত । সমষ্টিটোৰ মুঠ ৪ টা জিলা পৰিষদ সমষ্টিয়েই BJP ৰ দখলত । জিনজিয়া জিলা পৰিষদত অজয় দাস, মোনাবাৰীত তৰুণ তাঁতি , বৰগাংত ৰঞ্জনজ্যোতি দাস ,আৰু নিজ বিহালীত জয়ী হৈছে দীপিকা দেৱী ঢাকাল । চতিয়া সমষ্টিৰ নাগশংকৰ জিলা পৰিষদৰ ৫ খন পঞ্চায়তেই BJP ৰ দখলত। নাগশংৰ জিলা পৰিষদত BJP ৰ হিতেশ বৰুৱা জয়ী । # বিশ্বনাথ সমষ্টিৰ ১১ খন পঞ্চায়ত BJPৰ দখলত । এগন কংগ্ৰেছৰ দখললৈ । ৫ খনৰ ফলাফল বাকী । বৰপথাৰ জিলা পৰিষদত BJP প্ৰৰ্থী প্ৰবীন হান্সেৰ জয় । ৩টা…

Read More

নাগ্ৰীজুলিত ৰকেট লাঞ্চাৰ উদ্ধাৰ

তামুলপুৰ থানাৰ অন্তৰ্গত নাগ্ৰিজুলী আৰক্ষী চকীৰ অধীনস্থ বিমলা নগৰত আজি উদ্ধাৰ হৈছে এটা ৰকেট লাঞ্চাৰ । বাল্টি নদীৰ পাৰত খেলি থকা অৱস্থাত কেইজনমান চেমনীয়াই প্ৰত্যক্ষ কৰে ৰকেট লাঞ্চাৰটো। তেওঁলোকে লগে লগে স্থানীয় ৰাইজক বিষয়টো অৱগত কৰায় । ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । সেনা আৰু আৰক্ষীয়ে সেনাৰ বোমা বিশেষজ্ঞ দলৰ লগত যোগাযোগ অব্যাহত ৰাখে । পৰবৰ্তী সময়ত সেনাৰ বোমা বিশেষজ্ঞই বোমাটো নিষ্ক্ৰিয় কৰিব বুলি জানিব পৰা গৈছে । সম্প্ৰতি সেনা আৰু আৰক্ষীয়ে বোমাটোৰ চৌদিশে পহৰা দি আছে । আৰক্ষীৰ ভাষ্য মতে ৰকেট লাঞ্চাৰটো ২০০৬ ৰ সেনাৰ ফায়াৰিং…

Read More

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগ

 আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলে RBI ৰ পৰা পদত্যাগ কৰে ৷ ২০১৬ চনৰ আগষ্ট মাহত RBI ত গৱৰ্ণৰ হিচাপে নিযুক্তি হৈছিল উৰ্জিত পেটেলৰ ৷ পেটেলে মতপ্ৰকাশ কৰে যে সম্পূৰ্ণ ব্যক্তিগত কাৰণত RBI ৰ পৰা পদত্যাগ কৰে উৰ্জিত পেটেলে ৷ দেশত বিমুদ্ৰাকৰণ হৈছিল পেটেলৰ দিনতেই ৷ কেন্দ্ৰীয় চৰকাৰৰ সংঘাতৰ পৰিণতি পদত্যাগ উৰ্জিত পেটেলৰ।

Read More

জামুগুৰিহাটৰ টৌভঙাত শোকাৱহ পথ দুৰ্ঘটনা, থিতােত নিহত দুজন ,আহত ১

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি আৰক্ষী থানা অন্তৰ্গত টৌভঙাত আজি দুপৰীয়া প্ৰায় ১২ মান বজাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত পথ দুৰ্ঘটনাত গুণগুণ নামৰ আলট্ৰা বাছ খনে AS 12L 4723 নম্বৰৰ তিনিজনীয়া পৰিয়াল এটা গৈ থকা বাইক খনক মুহতিয়াই নিয়ে ৷ জানিবপৰামতে বাইক খনত দূৰ্গা শৰ্মা (পিতৃ), অৰুণা শৰ্মা (মাতৃ)আৰু প্ৰণৱ শৰ্মা (পুত্ৰ) তিনিজনীয়া পৰিয়ালটি বাইক খনত তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে বাছ খনে মহতিয়াই নিয়ে আৰু লগেলগেই পিতৃ আৰু পুত্ৰৰ আকস্মিকভাৱে মৃত্যু ঘটে আৰু মাতৃৰ সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷ জামুগুৰিহাটৰ ৰঙাচুকুৱা নিকতবৰ্ওী…

Read More

ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বিশ্বনাথ জিলা সমিতি প্ৰতিবাদ

ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বিশ্বনাথ জিলা সমিতি প্ৰতিবাদ। শতাধিক বজৰংগ দলৰ সদস্য ই ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত ৰাজপথ উত্তাল কৰি তুলে ।

Read More

ওদালগুৰিত ৰেলত বোমা বিস্ফোৰণ, আহত ২ জন

ওদালগুৰিৰ হৰিশিঙাত ৰে’লত বোমা বিস্ফোৰণ। কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটী ১৫৮১৫নং ৰে’লখনৰ ৪নং ডবাত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণত ২জন লোক আহত। আহত এজনৰ নাম ৰাহুল দাস। পূৰ্বৰে পৰা ৰে’লত বোমাটো সংস্থাপন কৰাৰ সন্দেহ। হৰিশিঙাত আৱদ্ধ হৈ আছে ৰে’লখন। DIG অনুৰাগ আগৰৱালাৰ নেতৃত্বত ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ বৃহত্‍ দল।

Read More

আলফালৈ যোৱা অভিজিৎ গগৈৰ গভীৰ অৰণ্যৰ পৰা এক ভিডিঅৰ যোগেদি জনালে মনৰ কথা

আলফালৈ যোৱা অভিজিৎ গগৈৰ গভীৰ অৰণ্যৰ পৰা এক ভিডিঅৰ যোগেদি জনালে ম’নৰ কথা। সম্পূৰ্ণ সামৰিক পোছাকেৰে হাতত অত্যাধুনীক অস্ত-হস্ত লৈ আলফা সদস্যৰ ভাষ্য।

Read More

গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা

গুৱাহাটী ২৮ নৱেম্বৰ : গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা ৰাজ্যৰ বিভিন্ন স্থানত লগতে মহানগৰীত দেখা গল এইবাৰ আলফাৰ স্বাধীনৰ পতাকা পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে পতাকাখন ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন

Read More