২৮ জানুৱাৰীত অসম বিধান সভাৰ অধিৱেশন

  নিউজ ডেস্কঃ ২৮ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত অসম বিধান সভাৰ এখন অধিৱেশন দিছপুৰত অৱস্থিত অসম বিধান সভাৰ কক্ষত অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ দ্বাৰা জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ।

Read More

মহনগীৰত পুনৰ লজ্জাজনক নৃশংস ঘটনা

বছৰটোৰ পাহিলা দিনটোতে তিনি বছৰীয়া শিশুক ধৰ্ষণ এজন পাষণ্ডৰ হাতীগাঁও মাজাৰৰ সমীপতে ভাৰাঘৰত ঘটিল এই আমানৱীয় কাণ্ড পাষণ্ডজনৰ নাম ইমান আলি (৫০) , ঘৰ গোৰেশ্বৰত পেছাগতভাৱে ৰাজমিস্ত্ৰী ৰূপে কাম কৰা ধৃত লোকজনে চকলেট গাখীৰ খুওৱাৰ প্ৰলোভন দি তিনি বছৰীয়া শিশুটীক নিজ ৰুমলৈ নি ধৰ্ষণ কৰিছিল। পিছত স্থানীয় ৰাইজে ধৃত লোকজনক আবদ্ধ কৰি ৰাখি উত্তম মাধ্যম সোধাই আজি গতাই দিয়ে হাতীগাঁও আৰক্ষীক। ঘটনা সন্দৰ্ভত ভূক্তভূগী পৰিয়ালে হাটীগাঁও থানাত দাখিল কৰিছে এজাহাৰ ।

Read More

১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং “

দিছপুৰ প্ৰেছক্লাবত আবেলিৰ ৰং গ্ৰন্থ উন্মোচনী সভাত ডঃ ভাৱেশ দাস ১৭টা গল্পৰ সান্নিধ্যৰে ৰেণুমালা বৰা চেতিয়াৰ গ্রন্থ “আবেলিৰ ৰং  গোলাঘাটত জন্ম লাভ কৰা লেখিকা চেতিয়াই দেৱৰাজ ৰয় কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি টোকলাই চাহ গৱেষণা গাৰত চাকৰি জীৱনৰ পাতনি মেলে ।বৰ্তমান অৱসৰ গ্ৰহণ কৰি গল্প,প্ৰবন্ধ লিখাত মনোনিবেশ কৰি সাহিত্য সমাজৰ বাবে বৰঙণি আগবঢ়াই ।

Read More

অসম চৰকাৰ চাকৰীয়ালৰ বাবে সুখবৰঃ ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ

অসম চৰকাৰৰ কেবিনেট আজি এক গুৰুত্বপূৰ্ণ সভাত ২০১৯ বৰ্ষত মুঠ ৩৫ দিনৰ বন্ধ হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।  ২ দিন অৰ্ধ বন্ধৰো সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৯ বৰ্ষত অসম চৰকাৰৰ চাকৰিয়ালৰ ৩৫ দিনীয়া বন্ধ তালিকাত ১০ ছেপ্টম্বৰ দিনটো মুছলমান সম্প্ৰদায় ধৰ্মীলোকৰ বাবে আৰু ১৩ অক্টোৱৰ দিনটো লক্ষ্মী পূজা উপলক্ষে ২ দিনৰ অৰ্ধ চুটি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধ তালিকাত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু ৫২টা দেওবাৰ বন্ধ অসম চৰকাৰৰ চাকৰিয়ালে অহা বৰ্ষটোত মুঠ ৩০ দিনৰ ১২ দিনহে নৈমিত্তিক বন্ধ ল’ব পাৰিব। ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ তালিকা হ’ল-…

Read More

গুৱাহাটীত উপস্থিত গোলাপ ৰাভা

মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত অসম সন্তান গোলাপ ৰাভা। সুদূৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে গোলাপ ৰাভাই। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰীৰ চৰ্চাবিদগৰাকীক উষ্ম আদৰণি জনালে বিভিন্নজনে।

Read More

জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ চিৰবিদায়

  সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক দু-সংবাদ । জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামী আৰু নাই। মুম্বাইত চিকিৎসাধীন হৈ থকা গোস্বামীয়ে শুকুৰবাৰে নিশা ১২.৪৫ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে। কৰ্ণেল মনোৰঞ্জন গোস্বামী এগৰাকী বিশিষ্ট স্তম্ভ লেখক হিচাপে সকলোৰে মাজত পৰিচিত। লেখা মেলা জগতখনৰ উপৰিও ৰাজনৈতিক,সামাজিক বিশ্লেষক হোৱাৰ লগতে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে হওক প্ৰকাশ কৰিছে।

Read More

NEWS@24

■ জনপ্ৰিয় কণ্ঠশিল্পী ছানলৈ দলিওৱা নাছিল শিলগুটি। অসমীয়া গীতৰ অনুৰোধেৰে দলিয়াইছিল কাগজৰ টুকুৰাহে। আৰক্ষীয়ে নিশ্চিত কৰিলে এই কথা। বাংলা গীত গোৱাৰ বাবে শিল দলিওৱা বুলি অভিযোগ উঠিছিল। ফেচবুকৰ জৰিয়তে হৈছিল এই অপপ্ৰচাৰ। ■ বেলতলাৰ ৱায়াৰলেছত নাৰী নিৰ্যাতনৰ ঘটনা। দেওবাৰে সন্ধিয়া গুৱাহাটী হাইক’ৰ্টৰ মহিলা অধিবক্তাক নিৰ্যাতন শ্ৰমিকৰ। সন্ধ্যা ভ্ৰমণৰ বাবে গৈছিল মহিলা অধিবক্তাগৰাকী। মহিলাগৰাকীক পথৰ পৰা টানি নিয়াৰ অপচেষ্টা পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ। মহিলাগৰাকীয়ে চিঞৰাত ৰাইজে উদ্ধাৰ কৰিলে। লম্পট শ্ৰমিকক কৰায়ত্ত কৰি গতালে আৰক্ষীক। সম্প্ৰতি হাতীগাঁও থানাত লম্পট ছাইফুল ইছলাম। ■ আজি যোৰহাটলৈ আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং। যোৰহাটৰ নৰ্থ…

Read More

গুৱাহাটীৰ মাজ মজিয়াত ৰুম, ফ্লেট ভাড়া দিয়াৰ নামত অসাধু ব্যৱসায়িৰ দপ্ দপনি

গুৱাহাটীৰ মাজ মজিয়াত ৰুম ,ফ্লেট, ভাড়া দিয়াৰ নামত গুৱাহাটীৰ কিছুমান দালালে কৰি আহিছে দুৰ্নীতি । একোটা ৰুম অথবা ফ্লেট দিয়াৰ বাবদ লুটে ৩০০ৰ পৰা ৫০০ টকা পৰ্যন্ত । আজি এইজন অসাধু ব্যক্তিক হাতে-লুটে ধৰি গতাই দিয়া হয় দিশপুৰ থানাত । ব্যক্তি জনৰ হোটেল অথবা গেষ্ট হাউচৰ মালিকৰ লগত কোনো ধৰনৰ সৰ্ম্পক নথকাৰ স্বীকাৰ কৰে দিশপুৰ গেষ্ট হাউচৰ মেনেজাৰে । ব্যক্তি জনে তেওঁৰ পৰিচয়ৰ ভুল তথ্য দিয়ে যদিও সাধাৰণ ৰাইজে মাৰ-পিট নকৰাকৈ আৰক্ষীক গতাই দিয়ে ।

Read More

বক্তৃতা অনুষ্ঠান

মহাশয়/ মহাশয়া, নমস্কাৰ গ্ৰহণ কৰিব ৷  দিশপুৰ প্ৰেছ ক্লাৱে সমসাময়িক সামাজিক পৰিস্থিতি আৰু পৰিবেশক বিষয়বস্ত হিচাবে লৈ প্ৰতিবছৰে কোনো এক নিৰ্দিষ্ট বিষয়বস্তৰ ওপৰত এখনি বক্তৃত্বানুষ্ঠানৰ আয়োজন কৰি আহিছে ৷ আমি দীৰ্ঘদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছো ভাৰতীয় ইতিহাসক বিভিন্ন সময়ত,বিভিন্ন স্তৰত বিকৃত কৰণ কৰা হৈছে ৷  যাৰ বাবে সাধাৰণ জনতাৰ উপৰিও নৱ প্ৰজন্মই ইতিহাসৰ প্ৰকৃত তথ্য তথা সমল গোটোৱাত ব্যৰ্থ হৈছে ৷  ফলত বিভিন্ন সময়ত ঐতিহাসিক সত্য সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈ আহিছে ৷ ভা দেশৰ স্বাধীনতা আন্দোলন,ভাৰত বিভাজন সন্দৰ্ভতো বুৰঞ্জী বিকৃতকৰণ অতি উদ্দেশ্য প্ৰণোদিত আৰু ন্যস্ত স্বাৰ্থৰ বাবে একাংশ মহলে কৰি…

Read More

সমগ্ৰ ৰাজ্যৰ লগতে দিশপুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন

নৰ্থ বেংক ডেভেপ্লমেণ্ট চছাইটিয়ে দিছ্পুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন কৰাৰ লগতে ২৮ বছৰ সম্পূৰ্ণ কৰে এই অনুষ্ঠানতিয়ে । উল্লেখ্য যে উক্ত বৰ্ষপতি অনুষ্ঠানটিত এখনি সমাজ বাৰ্তা নামৰ আলোচনী খন উন্মোচন কৰে নেমকেয়াৰ নাৰ্ছিংহোমৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই ।

Read More

কাহিলিপৰাত বাঘৰ আতংক

এইয়া কোনো অভয়াৰণ্য বা ঘন অৰণ্যৰ দৃশ্য নহয় । এই দৃশ্য ক্ষুদ ব্যস্ততাময় গুৱাহাটী মহানগৰৰ কাহিলিপৰা দৃশ্য । খাদ্যৰ সন্ধানত নতুবা অন্য কাৰণত বনাঞ্চলৰ পৰা ঘন জন অৰণ্যৰ মাজত মুক্ত বিচৰণ বাঘৰ । সাৱধান কাহিলিপৰা বাসী ৰাইজ এতিয়া বাঘ ওলাইছে কাহিলিপৰাত । ডি পি আই ৰাজীৱ নগৰ হৈ ভঙাঘৰ অভিমুখে যোৱা পথৰ এই দৃশ্য । সন্ধিয়া দুই যুৱকে নিজৰ ব্যক্তিগত বাহনেৰে ৰাজীৱ নগৰ হৈ ভঙাঘৰ গৈ থকাত অৱস্থাত হঠাতে এটা লতামেকুৰী বাঘ সহ পাছতকৈ বাঘৰ পোৱালি প্রত্যক্ষ কৰে। ঘটনাটো ঘটাৰ পিছ মুহূৰ্ততে এতিয়া আতংকিত হৈ পৰিছে ৰাজীৱ নগৰ বাসী ৰাইজ…

Read More

স্বতন্ত্ৰতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ “ৰাষ্ট্ৰধ্বজ”ক লৈ দেশবাসীলৈ আহ্বান

দেশৰ ৭১ তম স্বাধীনতা দিৱসৰ আগমুহূর্তত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীলৈ দেশৰ ৰাষ্ট্ৰীয় পতকাখনক লৈ এক আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশবাসীক প্লাষ্টিকৰে নিৰ্মিত “ৰাষ্ট্ৰধ্বজ” ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শ জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কয় যে, ” ৰাষ্ট্ৰধ্বজা ভাৰতবাসীৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ৰাষ্ট্ৰধ্বজাখনে সন্মানজনক স্থান পোৱা দৰকাৰ।” গৃহমন্ত্ৰালয়ে লগতে এইটোও উল্লেখ কৰে যে, মহত্বপূৰ্ণ কাৰ্য্যক্ৰমসমূহত কাগজেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ সলনি প্লাষ্টিকেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। নিৰ্দেশনাত উল্লেখ কৰিছে যে, প্লাষ্টিকৰ পতকা কাগজৰ পতকাসমূহৰ দ্বাৰা জৈৱিক ৰূপেৰে অপঘটিত হোৱা…

Read More

  আজি বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস

  এই দিৱস উপলক্ষে খিলঞ্জীয়া মঞ্চ অসমৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজপথত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰা প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰা যাত্ৰাত। খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা আৰু সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে সংগঠনটো এই কাৰ্যসূচী। ইফালে এই অনুষ্ঠানত অতিথি হিচাপে নেইনগলো ক্ৰমী, ড০ নংথবাম জিতেন, ড০ উপেন ৰাভা হাকাচাম, ড০ মাৰকো মিত্ৰিকে প্ৰমূখ্যে কৰি বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Read More

মহানগৰীত চোৰৰ উপদ্ৰপ : লুটি নিলে ২৫ টাকৈ মোবাইল

BREAKING NEWS মহানগৰীৰ আৰ্য নগৰত চাঞ্চল্য , নিশা এটা (আদ্য পি জি ) নামৰ ছাত্ৰী বাস’ত চোৰৰ আতংক হোষ্টেলৰ সকলো ছাত্ৰীৰ মোবাইল লুটি নিলে চোৰে । গোচৰ তৰিলে ভৰলু আৰক্ষীক ।

Read More