পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান

  পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান : ব্যতিক্ৰমী কুইজ প্ৰতিযোগিতা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত , বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু প্ৰকৃতি সংগঠন উপত্যকাৰ বিশেষ সহযোগত আজি পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গমিৰিপালৰ শোনিত কোৱঁৰ গজেন বৰুৱা উচ্চ মাধ্যমিক বিদ্যলয়ত বন আৰু প্ৰকৃতি সংৰক্ষণৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰক্ষাগৃহত আয়োজিত আকৰ্ষনীয় এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশ্বনাথ বনসংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসে ৷ আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাই ৷ অনুষ্ঠানত…

Read More

গহপুৰৰ হেলেমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, আদিবাসী সকলক জনজাতিকৰন আৰু শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি ৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই অৱৰোধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ কৰাৰ দাবী আছা কৰ্মীৰ।         গহপুৰৰ পৰা কেমেৰাত হিতেশ পায়েং ৰ সৈতে মহেন্দ্ৰ পগাগ

Read More

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম আগমনৰ প্ৰাকক্ষণত আছুৰ জংগী আন্দলনৰ হুংকাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বানত বিজনীত আঞ্চিলিক ছাত্ৰ সন্থা মূুখ্য কাৰ্যালয়ৰ সন্মূখত আছুৰ সদস্য সকলে নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবিত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সংশোধনী বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে । লগতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি প্ৰতিবাদকাৰীসকলে এই বিধেয়ক বাতিল নকৰিকে অনাগত দিনত জংগী আন্দলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচৈ পৰীয়া ৰাইজৰ সহযোগত জোঁৰ সমদল ‌

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী বুধবাৰে সন্ধিয়া দেৰগাঁও অঞ্চলৰ নিকতৰ্বত্তী দিচৈ চাৰি আলিৰ পৰা গেলাবিল নদী ৰাজীৱ গান্ধি সেতুৰ লৈকে স্থানীয় দিচৈ পৰীয়া ৰাইজৰ সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱা হুচিয়াৰ , নৰেন্দ্ৰ মোডী হুচিয়াৰ , বিজেপি গ’ বেক , নাগৰিক সংশোধনী বিধেয়ক বাতিল কৰক , হিন্দু মুছলিম ভাই ভাই আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী জোঁৰ সমদৰ মাজতে ৰোগী কৰিওৱা এখন এম্বুলেঞ্চ ক্ষন্তেকৰ বাবে আৱদ্ধ হ’ব লগা হয় । প্ৰায় শতাধিক…

Read More

বিশ্বনাথৰ বিহালীত অনুষ্ঠিত হৈ থকা মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি

বৈদুতিক মাধ্যম আৰু ডেক্সক আক্ৰমণ মূখ্য সম্পাদকৰ বিশ্বনাথৰ বিহালীত হৈ থকা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে । মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ভক্ত সকলে প্ৰতি বছৰে মিলিত হৈ ধৰ্ম চৰ্চা কৰাৰ লগতে সাংগঠনিক, বিত্তীয় আদি বিভিন্ন আলোচনাত মিলিত হয় । কেন্দ্ৰীয় অধিৱেশনৰ আজি তৃতীয় দিনা পুৱা এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই। য’ত অসমৰ প্ৰায় প্ৰতিটো ধৰ্ম সংস্কৃতিৰ লোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজা নিজা সংস্কৃতি পৰিৱেশন কৰে । প্ৰায় শতাধিক বাহনেৰে উলিওৱা শোভাযাত্ৰাত জিলা খনৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন প্ৰান্তৰ ‌লোকে অংশগ্ৰহণ…

Read More

লক্ষেশ্বৰ মৰাণক শাৰীৰিক আক্ৰমণৰ আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদী সমদল

  ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলাৰ লগতে গুৱাহাটীত লতাশিল খেলপথাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ ভাৰতীয় জনতা পাৰ্টি’ তিনিচুকীয়া জিলাৰ সভাপতি লক্ষেশ্বৰ মৰাণক শাৰীৰিক আক্ৰমণৰ আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত “প্ৰতিবাদী সমদল”

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” বিৰুদ্ধে মৰাণ গজপুৰীয়া পৰা তিলৈনগৰ হৈ বাইক ৰেলী

আজি অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” বিৰুদ্ধে মৰাণ গজপুৰীয়া পৰা তিলৈনগৰ হৈ বাইক ৰেলী কৰি মৰাণত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লয়। উল্লেখযোগ্য যে এই আন্দোলনৰ কাৰ্য্যসূচীত প্ৰায় ২শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাত উপস্থিত থাকি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোৱৰে তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে।

Read More

গোসাঁইগাঁওত জনজাতিকৰণৰ বিৰুদ্ধে ট্ৰাইবেল সংঘৰ হাতে হাতে জুইলৈ প্ৰতিবাদ

অসম খবৰ ১ফেব্ৰৱাৰী : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে আজি বিভিন্ন জিলাৰ লগতে গোসাঁইগাঁওতো কেন্দ্ৰীয় তথা অসম চৰকাৰৰ বিৰুদ্ধে ক্ষুন্ন হৈ সদৌ অসম ট্ৰাইবেল সংঘই এক বৃহৎ প্ৰতিবাদি কাৰ্যসূচী গ্ৰ্হন কৰে৷ ট্ৰাইবেল সংঘটোৰ গোসাঁইগাঁও শাখাৰ প্ৰায় শতাধিক সদস্যবৃন্দাই উক্ত বিলখনৰ বাতিলৰ দাবিত হাতে হাতে জুই লৈ সমদলখনত পতিবাদ কৰা পৰিলক্ষিত হয় ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ,বি জে পি গো বেক , নৰেন্দ্ৰ মোদী হায় হায় আদি ধ্বনিৰে গোটেই চাহৰ উত্তাল কৰি তোলে । অসম আৰু কেন্ত্রীয় চৰকাৰৰ জানাজাতিকাৰণৰ স্থিতিক লৈ অসন্তুষ্ট প্ৰকাশ কৰি সংঘটোৰ গোসাঁইগাঁওৰ সম্পাদক নিবাৰন বসুমাতাৰীয়ে কয়…

Read More

বিজনীত মুখত কলা কাপোৰ বান্ধি জোঁৰ সমদলেৰে বিজনী চহৰ কঁপালে বিজনী আঞ্চলিক ছাত্ৰ সন্থা

চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ,৩১জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬বাতিলৰ দাবীত আজি সন্ধিয়া ৭বজাতসদৌ বিজনী আঞ্চলিক ছাত্ৰ সন্থাই মুখত কলা কাপোৰ বান্ধি জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক সদস্য তথা বিজনী ৰাইজৰ সহযোগত হাতে হাতে জোঁৰ ,পতকা বেনাৰ লৈ অসম চৰকাৰ হায় হায় ,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ৰঞ্জীত দাস মুৰ্দাবাদ বিজেপি দাদাগিৰী নছলিব আদিৰে চৰকাৰ বিৰোধী ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । জোঁৰ সমদলকাৰী য়ে বিজনী আঞ্চলিক ছাত্ৰ সন্থা মূখ্য কাৰ্য্যলয়ৰ পৰা মুল পথেৰে যাত্ৰা কৰিপুনৰ আঞ্চলিক ছাত্ৰ সন্থা মূখ্য কাৰ্য্যলয়ৰ যাত্ৰাৰ সামৰণি মাৰে…

Read More

চিৰাংৰ বিজনীত জনজাতিকৰণৰ বিৰুদ্ধে জোলৈ প্ৰতিবাদ ট্ৰাইবেল সংঘ,চিচি তেৱাইৰ

চিৰাঙৰ পৰা লিটন বসাক, অসম খবৰ ১ফেব্ৰৱাৰী : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে জনজাতি সংগঠন সমূহৰ ৷ ট্ৰাইবেল সংঘ,চিচি তেৱাইৰ আজি সন্ধিয়া চিৰাঙ জিলা বিজনী মহকুমাৰ অন্তৰ্গত বৰ লাওগাও ,শিলবাৰী, মঙ্গলিয়ান অকে ধৰি বিভিন্ন গাওঁ সমূহত ছয় জনগোষ্ঠীৰ কৰন বিল বাতিলৰ দাবিত হাতে হাতে পোস্তাৰ জোঁ লৈ সমদল কাৰিসকলে পতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গো বেক , নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰে বিজেপি দলকো তীব্ৰ সমালোচনা কৰি হুমকাৰৰ দিয়ে ছয় জনগোষ্ঠীৰ জনজাতি কৰণত…

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জামুগুৰিহাটত অৱস্থান ধৰ্মঘট

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি বাঁও গণতান্ত্ৰিক মৰ্চা – চি. পি. আই , চি. পি. আই (এম) জামুগুৰি , উওৰ জামুগুৰি আঞ্চলিক কমিটিৰ সহযোগত “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” বাতিলৰ দাবীত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে CPI দলে জামুগুৰিহাটৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কৰে ৷ আনহাতে একাংশ লোকে ব্যক্ত কৰে যে – এই আইন গৃহীত হলে আমি যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হম , তাৰোপৰি এই আইন গৃহীত হলে জাতি , মাটি আৰু কৃষ্টি-সংস্কৃতিৰ ওপৰতো বিৰোপ প্ৰভাৱ পৰিব বুলি মতপ্ৰকাশ কৰে ৷ গতিকে ” নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” গৃহীত…

Read More

ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ৰ পানী যোগান ব্যৱস্থা আনুষ্ঠানিক ভাৱে মুকলি কৰিলে- ডাঃ কানুলাল দাসে 

সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে । সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাস দেৱে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ । প্ৰাপ্ত বাতৰি মতে ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত । আজি বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্হিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস…

Read More

দৰঙত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঘাইপথ অৱৰোধ

বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে কৰিলে এই প্ৰতিবাদ

Read More

বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক

  বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক     বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক গোপন সূত্ৰৰ পম খেদি যুটীয়া অভিযান চলাই বুধবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং ভোজমাৰী গাৱৰ পৰা এজন কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চিকাৰী জনৰ নাম আব্দুল জলিল (৩০) বুলি জানিব পৰা গৈছে। চিকাৰী জনৰ পৰা মাটিত পুতি থোৱা অৱস্থাত দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাই সজীৱ গুলীৰ লগতে দুটা মেগজিন উদ্ধাৰ হৈছে। কুখ্যাত…

Read More

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত চিৰাঙৰ বিজনীত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি বিজনী জিলা কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা এঘাৰ পৰা পৰা অনুষ্ঠিত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন বিভাগৰ শতাধিক পুৰুস-মহিলা চৰকাৰী কৰ্মচাৰীয়ে অংশ লয় ৷ বিজনী জিলা কৰ্মচাৰী পৰিষদে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যাতে এই বিধেয়কখন আইনত পৰিণত নকৰে তাৰ বাবে দাবী জনাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Read More