নগাঁৱত পোষ্টেল পেয়িং বেংক উদ্বোধন,

  নগাঁৱত পোষ্টেল পেয়িং বেংক উদ্বোধন, নগাঁও প্ৰধান ডাকঘৰত আজি ইণ্ডিয়ান পেয়িং পোষ্টেল বেংকৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়– এতিয়াৰ পৰা এই বেংকিং সে্ৱাৰ জৰিয়তে ৰাইজ বেংকিং সেৱাৰ পৰা বঞ্চিত নহয়। ভিতৰুৱা গাঁ‌ৱৰ লোকেও এই বেংকিং সেৱাৰ পৰা উপকৃত হ’ব পাৰিব। ইয়াতকৈ আৰু ডাঙৰ সুবিধা একো নাই বুলি উল্লেখ কৰি গোহাঁইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱত ৰূপায়িত হৈছে বুলি উল্লেখ কৰে। নগাঁও প্ৰধান ডাকঘৰৰ মুখ্য প্ৰবন্ধক কমল মাহাতুয়ে উদ্দেশ্য বাখ্যা কৰা শুভাৰম্ভ সভাত আদৰণি ভাষণ প্ৰদান কৰে ডাক বিভাগৰ ডিব্ৰুগড়…

Read More...

■ইতিহাসত আজিৰ দিনটো■

■ইতিহাসত আজিৰ দিনটো■  অৰূপ শইকীয়া, লক্ষীমপুৰ ১)১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হয় ৷ ২)১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক ভেৰিয়া এলউইনৰ জন্ম হৈছিল ৷ ৩)১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হয় ৷ ৪)১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা তাৰিকুদ্দিন আহমেদৰ মৃত্যু দিন ৷ ৫)১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল ৷ ৬)১৯১০ চনৰ এই দিনটোতে কোৰিয়া জাপানৰ অধীনলৈ যায় ৷ ৭)১৯৪৭ চনৰ এই দিনটোতে ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয় ৷ এই সমিতিখনৰ অধ্যক্ষ আছিল ড০ ভীমৰাও…

Read More...

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান কফি আন্নানৰ দেহাৱসান

অসম খবৰ, কোকিলা ১৯ আগষ্টঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান কফি আন্নানৰ দেহাৱসান আৰু নাই।     ছুইজাৰলেণ্ডত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আন্নানে। ১৯৯৭ চনৰ পৰা ২০০৬ চনলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কফি আন্নানে। আন্নানে শান্তিৰ নোবেল বঁটাৰেও বিভূষিত হৈছিল ঘানাৰ কূটনীতিবিদজন। ছিৰিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে লৈছিল বিশেষ উদ্যোগ।

Read More...

লোকসভাত এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত হেঁচা…

Read More...

নিহত ২ সন্ত্ৰাসবাদী

পুনৰ অশান্ত জম্ম-কাশ্মীৰ: সুৰক্ষাবাহিনীৰ           গুলিত নিহত ২ সন্ত্ৰাসবাদী অসম খবৰ গুৱাহাটী, আগষ্ট-০৩: শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ সোপোৰ জিলাত ভাৰতীয় সুৰক্ষাবাহিনীৰ মাজত পুনৰ সংঘটিত হয় ভয়াৱহ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত সুৰক্ষাবাহিনীৰ হাতত ২ টাকৈ সন্ত্ৰসবাদী নিহত হয়। তথাপিও সুৰক্ষাবাহিনীয়ে সুৰক্ষাৰ দিশৰ পৰা এই পৰ্যন্ত অঞ্চলটোত অভিযান চলাই আছে। জানিব পৰা মতে, সুৰক্ষাবাহিনীয়ে বৃহস্পতিবাৰে ৰাতিয়ে সন্ত্ৰসবাদীৰ সম্ভেদ পাইছিল। তাৰপাছতেই আৰম্ভ হৈছিল অভিযান। খবৰ অনুযায়ী দুয়োটা সন্ত্ৰসবাদী সোপোৰ জিলাত দ্রুছু গাঁৱখনত কূটঘাটৰ উদ্দেশ্যেৰে আত্মগোপন কৰি আছিল। তাৰপাছত সুৰক্ষাবাহিনীৰ দলটোৱে সমগ্ৰ অঞ্চলটোক ঘেৰিলৈ দুয়োটা সন্ত্ৰসবাদীক গুলিয়াই নিহত কৰে।

Read More...

গৃহীত হ’ল “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮

গৃহীত হ’ল ‘অপৰাধী আইন সংশোধন      বিধেয়ক ২০১৮’   অসম খবৰ, গুৱাহাটী ৩১ জুলাই দেশত দিনক দিনে বাঢ়ি থকা শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা সমূহক ৰোধ কৰাৰ প্ৰচেষ্টাৰে সোমবাৰে চলিত লোকসভাত গৃহীত হ’ল “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮”। সোমবাৰে এই আইনখন গৃহীত কৰি তাৰ অধীনত কোনো ব্যক্তিয়ে যদি ১২ বছৰৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা ঘটনা পোহৰলৈ আহে, তেনেক্ষেত্ৰত অভিযুক্তক কঠোৰৰ পৰা কঠোৰত্বম শাস্তি প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা কথা উল্লেখ কৰে । “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮”ৰ অনুসৰি ১২ বছৰৰ তলৰ কিশোৰীক বলৎকাৰৰ ক্ষেত্ৰত অপৰাধীক আজীৱন কাৰাদণ্ডৰ উপৰিও…

Read More...

পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ

পাকিস্তানৰ ইতিহাসত মুখ্য ন্যায়াধীশ ৰূপে অধিস্থিত প্ৰথমগৰাকী মহিলা ন্যায়াধীশৰ অসম খবৰ@গুৱাহাটী,২৫জুলাই: পাকিস্তানৰ বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ৰূপে নিযুক্তি লাভ কৰিছে দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। চৈয়দা টাহীৰ চাফদা হৈছে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। ইছলামধৰ্মী দেশখনৰ ইতিহাসত ই এক অতি অবৰ্ণনীয় ঘটনা ৰূপে পৰিলক্ষিত হৈছে। উল্লেখ যে, বেলুচিস্তানৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ নুৰ মেছকানজিয়ৰ অৱসৰৰ পাছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে চৈয়দা টাহীৰ চাফদাক। চলিত বছৰৰ আগন্তুক মাহৰ পৰা তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। এই বিষয়ে পাকিস্তানৰ মুখ্য ন্যায়াধীশ চাকিব নিছাৰে দেশখনৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। পাকিস্তানৰ বেলুচিস্তানত ১৯৫৭…

Read More...

পঞ্জাৱত অনুস্থিত ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত সোণৰ পদক লাভ

পঞ্জাৱত অনুস্থিত ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত সোণৰ পদক লাভ কৰা ৰিংকু বৰাক তাই আহোম ছাত্র সন্থা আহোম গাওঁ আঞ্চলিক সমিতিৰ উচ্ম আদৰণি অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ গোলাঘাটঃ ১৮জুলাইঃ পঞ্জাৱত অনুস্থিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত গোলাঘাটৰ খেলুৱৈয়ে দহটাকৈ সুণৰ পদক লাভ কৰি বিশেষ সাফল্য আজুৰি আনিবলৈ সক্ষম হৈছে । নন্দোলাল মহত্ত্বোৰ নেতৃত্বাধীন অসমৰ গোলাঘাট জিলাৰ পৰা যোৱা দলটোৱে পাচটা স্বৰ্ণ পদক তিনিটা ব্ৰঞ্জ পদক এটা ছিলভাৰ পদক অসমলে আজুৰি আনিবলৈ সক্ষম হৈছে । পাঞ্জাৱত অনুস্থিত হোৱা প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল ৰিঙ্কু বৰা, নন্দোলাল মহত্ত্বো, সাগৰ মেছ, বিশাল বড়ো, নিপুল…

Read More...

নিৰ্ভয়াৰ ধৰ্ষণ-হত্যাকাণ্ডত জড়িতসকলৰ ফাঁচীৰ হুকুম বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

নিৰ্ভয়াৰ ধৰ্ষণ-হত্যাকাণ্ডত জড়িতসকলৰ ফাঁচীৰ হুকুম বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে ◆সৰ্বোচ্চ ন্যায়ালয়খনৰ চূড়ান্ত ৰায়দানৰ লগে লগে কেউজন অপৰাধীৰে ফাঁচী নিশ্চিত হৈ পৰিল  তেজপুৰৰ পৰা মৃন্ময় শইকীয়া , অসম খবৰ : দিল্লীৰ ২৩ বছৰীয়া পেৰামেডিকেলৰ ছাত্ৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰিছিল দিল্লীৰ চাৰি নৰপিশাচে ৷ এই জঘন্যকাণ্ডৰ লগত জড়িত চাৰি নৰপিশাচ – পৱন গুপ্তা , বিনয় শৰ্মা , মুকেশ আৰু অক্ষয় কুমাৰ সিং ৷ আনহাতে ২০১২ চনৰ ১৬ডিচেম্বৰত এই জঘন্যকাণ্ড সংঘটিত হৈছিল ৷ সেই অনুসৰি প্ৰশাসন বিভাগৰ তদন্ত পোহৰলৈ অহাত উচ্চতম ন্যায়ালয় মূখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতীত্বৰ ন্যায়াধীশ আৰ বানুমতি আৰু অশোক ভূষণৰ বিচাৰপীঠৰ…

Read More...

মোডীৰ সমালোচনাত মুখৰ অমৰ্ত্য সেন

মোডীৰ সমালোচনাত মুখৰ অমৰ্ত্য সেন   অসম খবৰ ভাৰতক ধ্বংসৰ গৰাহলৈ লৈ গৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে। এই মন্তব্য আগবঢ়াইছে ন’বেল বঁটা বিজয়ী প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনে। প্ৰধান মন্ত্ৰী মোডীয়ে অনুসৰণ কৰা অৰ্থনৈতিক নীতিৰ তীক্ষ্ণ সমালোচনা কৰি অৰ্থনীতিবিদগৰাকীয়ে কয়- ‘মোডী চৰকাৰে ভুল পথত খোজ দি দেশখনক বৰবাদ কৰি আছে। অৰ্থনৈতিক ক্ষেত্ৰত দেশখন আগুৱাই যোৱাৰহে কথা। কিন্তু মোডী চৰকাৰে ভুল পথ বাছি লোৱা বাবে ভাৰতীয় অৰ্থনীতি ক্ৰমশঃ পিছুৱাই গৈ আছে। ২০১৪ চনৰ পৰাই এই প্ৰৱণতা দেখা গৈছে।’ প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীয়ে লগতে কয় যে ২০১৪ চনৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰত যিবোৰ ঘটি আছে সকলো…

Read More...

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক  অসম খবৰ@নিউজ ডেস্ক ,১০ জুন :- মস্কোত অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব ১২১ সংখ্যক ফিফা বিশ্বকাপ বিশ্ব ৰেংকিংৰ ৯৭ সংখ্যক স্থানত থকা ভাৰতৰ বাবে বিশ্বকাপৰ মূল পৰ্বত খেলাটো এতিয়া সপোন হৈয়ে আছে যদিও থমকি ৰোৱা নাই সমগ্ৰ দেশখনৰ অনুৰাগীসকল । নিজৰ ভালপোৱা দলটোক উৎসাহ জনাবলৈ ৰাছিয়াত উপস্থিত থাকিব বহু সংখ্যক ভাৰতীয় নাগৰিক । ফিফাৰ পৰা পোৱা তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে ইতিমধ্যে ৫৪% টিকট মুকলি কৰি দিয়া হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় অনুৰাগীয়ে সংখ্যা ১৭,৯৮২ খন টিকট সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ।

Read More...

Admiring @SrBachchan #shooting on sets of #GreenGoodDeeds & #WorldEnvironmentDay2018.

Manoranjana Gupta @manoranjana https://mobile.twitter.com/manoranjana/status/1001793729869606913?s=12 Admiring @SrBachchan #shooting on sets of #GreenGoodDeeds & #WorldEnvironmentDay2018. Delightful, jovial and yet so professional & immaculate. Entire crew esp kids loved him @juniorbachchan @ErikSolheim @prasoonjoshi_ #WED2018 #BeatPlasticPollution

Read More...

South vs North: Not biased against any region, says PM Narendra Modi in Chennai over money sharing row

CHENNAI: Prime Minister Narendra Modi has said his government is committed to cooperative federalism. His comment came at an event in Chennai, and appeared to be an attempt to douse the rising flames of discontent in the South over the way the Centre shares money with state governments. Modi’s visit to Chennai has been met with black flag protests, a huge black protest baloon, and with #ModiGoBack trending on social media. PM Modi dismissed the concerns being raised by southern political leaders that his government’s decisions would punish the southern…

Read More...