চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি

চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি, ভোমোৰাগুৰি ক্ৰীড়া একাদশ চেম্পিয়ন; দহগৰাকীকৈ প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা*         অসম খৱৰ,বেবেজীয়া, ১১ নৱেম্বৰ-   নগাঁও জিলাৰ চকলাঘাট আঞ্চলিক ক্ৰীড়া  সন্থাৰ উদ্যোগত আয়োজিত স্বৰ্গীয় দীনকান্ত বৰা, হেমকান্ত ভূঁঞা, মহেশ্বৰী ভূঁঞা সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰিছে।চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত প্ৰতিযোগিতা ৰ ফাইনেল খেলখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশে শ্বাইনছ এণ্ড ক্ৰিয়েচন থলুৱা এফ.চি ক ১-০ গ’লৰ ব্যৱধানত পৰাভূত কৰি চেম্পিয়ন হয়। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশৰ হৈ সমৰজ্যোতি বৰদলৈয়ে দ্বিতীয়াৰ্ধৰ ষষ্ঠ মিনিটত দিয়া একমাত্ৰ গ’লেৰে বিজয়…

Read More...

“আন্তঃৰাষ্ট্ৰীয় কাৰাটে ড’চেম্পিয়নশ্বিপ ২০১৮, মালয়েছিয়া” লৈ হৃদয়ানন্দ, মিলনজ্যোতি আৰু চনম

  “আন্তঃৰাষ্ট্ৰীয় কাৰাটে ড’চেম্পিয়নশ্বিপ ২০১৮, মালয়েছিয়া” লৈ হৃদয়ানন্দ, মিলনজ্যোতি আৰু চনম মালয়েছিয়াত অনুষ্ঠিত হব লগীয়া ইণ্টাৰনেচনেল অকিনাৱান গজু- ৰৰ্য়ু কাৰাটে ড’ ফেডাৰেচন (International Okinawan Goju-Ryu Karate-Do Federation) ৰ দ্বাৰা আয়োজিত ইণ্টাৰনেচনেল কাৰাটে ড’ চেম্পিনশ্বিপ ২০১৮ (International Karate Do Championship 2018 at Malaysia) ত অসমৰ হৃদয়ানন্দ দাস আৰু তেওঁৰ দুই ছাত্ৰ মিলনজ্যোতি বৰদলৈ আৰু চনম লামা অংশগ্ৰহণৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে হৃদয়ানন্দ দাসে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাতে কেৱল খেলুৱৈ হিচাপেই নহয়, দেশীয় দলৰ প্ৰশিক্ষক, দল পৰিচালক, বিচাৰক হিচাপেও অংশগ্ৰহণৰে অনেক পদক আৰু সুনাম কঢ়িয়াই আনিছে৷ বৰ্তমান নৰ্থ ইষ্ট ডাইৰেক্টৰ…

Read More...

বেদেতীত মৰ্ণিং ক্লাব’ৰ উদ্যোগত সদৌ   অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা

বেদেতীত মৰ্ণিং ক্লাব’ৰ উদ্যোগত সদৌ    অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা বিহালীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাব’ৰ উদ্যোগত প্ৰথম বাৰৰ বাবে বেদেতীৰ বেদেতী চাহ বাগিচা খেল পথাৰত কৰ্কটৰোগী সকলৰ সাহাযাৰ্থে প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতাৰ সোঁৱৰণীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ০৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ লৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত খনিত অংশগ্ৰহনকাৰী দল সমূহ হৈছেঃ গুৱাহাটী চি. টি পুলিচ এফ. চি, গুৱাহাটী, অম্লানগোষ্ঠী ফুটবল ক্লাব নগাঁও, অসম ৰাইফলচ, মৰ্ণিং ক্লাব এফ. চি, বিহালী, কোকৰাঝাৰৰ বাৰহোং – খা এথলেটিকছত ক্লাব,কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাব, ওদালগুৰি জিলাৰ ওদালগুৰি…

Read More...

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন 

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন   যোৱা ইংৰাজী ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে ৷ একাডেমী খনৰ সঞ্চালক ৰাষ্ট্ৰীয় প্ৰয্যায়ৰ প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিক্ষক মনোজ মেধীৰ প্ৰশিক্ষনত কাৰাটে, টাইকোৱানডো, মুইথাই, চৈকোৱাংডো, কিক্ বক্সিং ৰ বিভিন্ন প্ৰতিযোগিতাত এই কেন্দ্ৰটিৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰি শতাধিক পদক জিলা প্ৰয্যায়ত, ২৫ টা পদক ৰাজ্যিক প্ৰয্যায়ত, ১১টা পদক ৰাষ্ট্ৰীয় প্ৰয্যায়ত (৬টা সোন ৩ ৰূপ ২ টা ব্ৰঞ্জৰ) আৰু আন্তৰাষ্ট্ৰীয় প্ৰয্যায়ত ৪টা (১সোন, ১ৰূপ আৰু ২টা ব্ৰঞ্জ) পদক জিকি একাডেমী খনৰ লগতে বিশ্বনাথ…

Read More...

ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত লক্ষীমপুৰৰ সাফল্য

  ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত লক্ষীমপুৰৰ সাফল্য ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া কলকাতাৰ নেতাজী ইন্দৰ ষ্টেডিয়ামত ২৮-২৯ জুলাইত অনুষ্ঠিত হোৱা ফ’ৰ্থ ইণ্টাৰনেচনেল অপেন চেম্পিয়নশ্চিপত ভাৰতবৰ্ষৰ হৈ অসমৰ লক্ষীমপুৰ জিলাৰ পৰা যোৱা ৯ জন প্ৰতিযোগিৰ মাজৰ পৰা ৩ জনে বাংলাদেশ,নেপাল,মালয়েচিয়া,শ্ৰীলংকা আৰু ইৰানকে ধৰি ৫ খন ৰাষ্টৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ দেশৰ লগতে লক্ষীমপুৰ জিলাৰ বগিনদীলৈ এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয় । অসমৰ অনগ্ৰহৰ হিচাপে পৰিচিত লক্ষীমপুৰ জিলাৰ বগিনদী অঞ্চলৰ জগন্নাথ কামান(উচ্চ) ৫৪ কেজি শাখাত ৰূপৰ পদক , জগদীশ পায়েং (নিম্ন)৫৪ কেজি শাখাত আৰু বিতোপন দাসে…

Read More...

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি   অসম খবৰ বিশ্বনাথ চাৰিআলি ৪ আগষ্ট -: উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ নবোদয় বিদ্যালয়ৰ অধক্ষ্য…

Read More...

প্ৰতিযোগিতা-২০১৮

দশম বাৰ্ষিক অন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰনমূলক বদৌচা কাপ ফুটবল                   প্ৰতিযোগিতা-২০১৮  অসম খবৰ  তিনিচুকীয়াৰ পৰা ৰাণাদ্বীপ দুৱৰা, ৩ আগষ্ট উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ ফুটবল প্ৰতিযোগিতা “বদৌচা কাপ” ফুটবল প্ৰতিযোগিতা এইবাৰ আৰম্ভ হ’ব অহা ইং ৭ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্তেম্বৰ ২০১৮ লৈ। বদৌচা স্পটচ ক্লাবৰ উদ্দ্যোগত, অসম ফুটবল সন্থাৰ তত্বাবধানত, তিনিচুকীয়া জিলা ক্ৰীয়া সন্থা,হাইলাকান্দি জিলা ক্ৰীয়া সন্থা, মাজুলী জিলা ক্ৰীয়া সন্থা, শদিয়া জিলা ক্ৰীয়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীয়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীয়া সন্থা, ডুমডুমা ক্ৰীয়া সন্থা আৰু সমন্বয় সংঘ ডিগবৈৰ সহযোগত অনুষ্ঠিত হ’ব লগীয়া “দশম বাৰ্ষিক অন্তঃৰাষ্ট্ৰীয়…

Read More...

জুনিয়ৰ বাবা ৰামদেৱ

জুনিয়ৰ বাবা ৰামদেৱ  ৰহাত দুটিকৈ শিশুৰ যোগচৰ্চাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে   অসম খবৰ নগাঁও ২৬ জুলাই যোগ চৰ্চাই বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ সময়তে নগাঁৱৰ ৰহাত সৃষ্টি হৈছে দুটি জুনিয়ৰ বাবা ৰামদেৱৰ৷ ৰহা চহৰৰ ৰজাগাঁৱৰ স্তুতি দেৱী আৰু অভিজ্ঞান নাথ নামৰ এই শিশু দুটিৰ যোগ প্ৰদৰ্শনে বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ স্তুতি আৰু অভিজ্ঞান সম্পৰ্কত ভাতৃ-ভগ্নী৷ সেনাবাহিনীত কৰ্মৰত নকুল চন্দ্ৰ নাথ আৰু স্বৰ্ণলতা দেৱীৰ কন্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী স্তুতি আৰু পুত্ৰ চতুৰ্থ শ্ৰেণীৰ অভিজ্ঞানে ইতিমধ্যেই আয়ত্ব কৰিছে ৩০খনতকৈ অধিক আসন৷ শীৰ্ষাসন, পদ্মাসনৰ পৰা প্ৰায় সকলো কঠিন আসন দক্ষতাৰে প্ৰদৰ্শন…

Read More...

বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত

বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত অসম খবৰ গুৱাহাটী,জুলাই-২২:  শনিবাৰৰ পৰা ইলেণ্ডত আৰম্ভ হোৱা চতুৰ্দশ “মহিলা বিশ্বকাপ ২০১৮” ৰ গ্ৰুপ খ শাখাৰ প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটো অৱতীৰ্ণ হয়। অলিম্পিক চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ আত্মবিশ্বাস কোনো গুণে কম দেখা পৰিলক্ষিত নহ’ল। খেলৰ আৰম্ভণিৰে পৰা ভাৰতীয় মহিলা দলটোত দেখা গৈছিল আক্ৰমণাত্মকতা। খেলৰ আৰম্ভ হোৱাৰ ২৫ মি: পাছতে বিশ্বৰ ভিতৰতে ২য় স্থানত থকা ইংলেণ্ডৰ মহিলা হকী দলটোৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ১-০ ৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথমটো গোল কৰে নেহা গোৱেলে। উল্লেখ যে, প্ৰথম ভাগত ইংলেণ্ডে ২০আৰু২২…

Read More...

চকদে ইণ্ডিয়া

চকদে ইণ্ডিয়া                                                             অসম খবৰ গুৱাহাটী :- ২১ জুলাই শনিবাৰৰ পৰা লণ্ডনত অনুষ্ঠিত হৈছে “চতুৰ্দশ মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতা২০১৮” । চলিত মাহৰ ২১ জুলাইৰ পৰা আগন্তুক ৫ আগষ্ট পৰ্যন্ত চলিব লগা এই বিশ্বকাপ খনত সৰ্বমুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব ।  উল্লেখযোগ্য যে শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখী হ’ব ভাৰতৰ ।  ভাৰতীয় সময়…

Read More...

আজি বিশ্ব ফুটবলৰ মহাৰণ

ফ্ৰান্স নে ক্ৰ’ৱেচিয়া ? আজি বিশ্ব ফুটবলৰ মহাযুদ্ধ।অধীৰ অপেক্ষাত বিশ্বৰ ফুটবলপ্ৰেমী।৪৫লাখ জনসংখ্যাৰ দেশ ক্ৰ’ৱেচিয়া।যুদ্ধৰ মাজত থকা এই সৰু দেশখনে এইবাৰ যুদ্ধত নামিছে খেলপথাৰত।বিশ্বৰ ফুটবলপ্ৰেমীৰ আৱেগ নিজৰ পক্ষত নিবলৈ সক্ষম হৈছে ক্ৰ’ৱেচিয়াৰ দলে। ক্ৰ’ৱেচিয়াৰ বাবে এই সুযোগ দুবাৰ নাহে। ফুটবলৰ সকলো কৌশল প্ৰয়োগ কৰিব ক্ৰ’ৱেচিয়াই। লক্ষ্য চেম্পিয়ন হোৱাৰ। বিশ্বকাপ নিজৰ ভূমিলৈ নিব লাগিব। ফ্ৰান্স নি:সন্দেহে শক্তিশালী।প্ৰতিখন মেচতে ফ্ৰান্সে অতি উন্নত খেল প্ৰৰ্দশন কৰি আহিছে।ক্ৰ’ৱেচিয়া দলক উৎসাহিত কৰিবলৈ ৰাছিয়াতে আছে দেশৰ ৰাষ্ট্ৰপতি গৰাকী। নিশা ৮.৩০ বজালৈ সকলোৰে অধীৰ অপেক্ষা-কাৰ শিৰত জিলিকিব বিশ্ব চেম্পিয়নৰ মুকুট !

Read More...

হিমাৰ জয়যাত্রা অব্যাহত

হিমাৰ জয়যাত্রা অব্যাহত : হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা…   অসম খবৰ@(বি. কলিতা.)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী,১৩ জুলাই:- হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা। ইয়াতকৈ বেছি কি হ’ব পাৰে গৌৰৱৰ কথা অসম তথা অসমীয়াৰ বাবে ? হিমাৰ এই জয় যাত্ৰাত অসমীয়া গামোচাও জিলিকিল বিশ্বৰ আগত। অসম কন্যা হিমাৰ কৃতিত্বত উৎফুল্লিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সেয়েহে শুকুৰবাৰে তিনিচুকীয়াত হিমাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা । হিমা হ’ব অসম ক্ৰীড়া খণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। লগতে ৰাজ্যিক মৰ্য্যদাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হ’ব হিমা দাসক ।

Read More...

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি   অসম খবৰ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি ৯ জুলাই জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ইং ০৮ জুলাই ২০১৮ তাৰিখে বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নছ্ মেকাৰ একাডেমীত দিনযোৰা কাৰ্য্যসূচীৰে বিশ্বনাথ জিলা টাইকোৱানডো প্ৰতিযোগিতা আৰু ৩৫ সংখ্যক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগীতালৈ প্ৰতিযোগিতালৈ বিশ্বনাথ জিলাৰ দলটি নিৰ্বাচিত কৰা হয় ৷ প্ৰতিযোগিতাখনি পুৱা ১০ বজাত বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ স্থায়ী সভাপতি দিৱ্যজ্যোতি বৰুৱাই পাতাকা উত্তোলন কৰে আৰু বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ কৰিকৰী সঞ্চালক পাৰ্থ হাজৰিকাই প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে ৷…

Read More...