কৰ্মচাৰীলৈ নতুন নিৰিখত গৃহ ভাত্তা

ৰাজ্যৰ কৰ্মচাৰীৰ দৰমহা আসোঁৱাহ নিৰাময় কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত নতুন নিৰিখত গৃহ ভাত্তা লাভ কৰিব। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে প্ৰতিটো বিভাগৰ প্ৰধান সচিব, অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত সচিব আৰু সচিবসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা কৰ্মচাৰীসকলে বকেয়া গৃহ ভাত্তা লাভ কৰিব। বিভাগসমূহৰ হাতত কৰ্মচাৰীৰ গৃহ ভাত্তাৰ বাবে বকেয়া ধনৰ অভাৱ হ’লে সংশ্লিষ্ট বিভাগক মঞ্জুৰিৰ ব্যৱস্থা কৰিবলৈ বিত্ত বিভাগে নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰিছিল। কৰ্মচাৰী পৰিষদে এই প্ৰতিবেদনৰ প্ৰতিবাদ কৰিছিল। বহুকেইটা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল অসন্তুষ্ট আছিল। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ…

Read More...

ভাৰতবর্ষত স্হাপন হব বেংক অব্ চাইনাৰ শাখা

অসম খবৰ, ৭জুলাই : ভাৰতীয় ৰিৰ্জাভ বেংকৰ পৰা অনুমতি লাভ কৰিছে ভাৰতবর্ষতশাখা স্হাপনৰ বাবে চীনৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান বেংক অব্ চাইনাই।বেংক অব্ চাইনা হৈছে চীনৰ চৰকাৰৰ অংশাদাৰিত্ব থকা বেংক প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম বেংক।চীনৰ ৰাষ্টপতিৰে হোৱা বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেংক অব্ চাইনাক ভাৰতত বেংক স্হাপনৰ অনুমতি প্ৰদানৰ আশ্বাস দিছিল।

Read More...

ফ্লিপকাৰ্টৰ সমীক্ষা : গুৱাহাটীত সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰী বিধ চানগ্লাছ

অসম খবৰ@নিউজ ডেস্ক,গুৱাহাটী ৩ জুলাই : ফ্লিপকাৰ্টৰ সমীক্ষা অনুসৰি গুৱাহাটীত সবাতোকৈ বেছি বিক্ৰী হোৱা সামগ্ৰীবিধ হৈছে ছানগ্লাছ। ফ্লিপকাৰ্টৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অনলাইন প্ৰতিষ্ঠানটোত উপলব্ধ বিলাসী আৰু অনান্য ব্ৰেণ্ডৰ ৫ শতাংশ চছমা ক্ৰয় কৰিছে গুৱাহাটীবাসীয়ে। গুৱাহাটীত সবাটোতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিব সক্ষম হৈছে চানগ্লাছ। উতৰ পূবৰ দুৱাৰমুখ গুৱাহাটীয়ে আজি দেশৰ অন্যতম ফেশ্বনেবল চহৰৰ স্বীকৃতি লাভ কৰিছে। শেহতীয়াকৈ গুৱাহাটীত অনলাইনযোগে বজাৰ কৰাৰ চাহিদাও যথেষ্ট হাৰত বৃদ্ধি পাবলৈ ধৰিছে। 

Read More...

বিগব্রাদাৰ নিউট্ৰাকেয়াৰৰ নতুন সামগ্ৰী

ভাৰতৰ বজাৰত বিগব্রাদাৰ নিউট্ৰাকেয়াৰৰ নতুন সামগ্ৰী ‘স্বৰ্ণসাথী’ মুুকলি কৰা হৈছে  ধঁপাত আৰু গুটখা সেৱন কৰাৰ ফলত ভাৰতৰ লোকসকল কেন্সাৰ দৰে ৰোগত আক্ৰান্ত হব লগা হৈছে  প্ৰাকৃতিক উপাদনেৰে তৈয়াৰ কৰা এই সমগ্ৰীবিধৰ দ্বাৰা গুটখা সেৱন কৰা সকলে এতিয়াৰ পৰা এইবিধ সামগ্ৰী গ্ৰহণ কৰিব পাৰিব  প্ৰবীণ অভিনেতা অক্ষয় কুমাৰে সমগ্ৰীবিধ যোৱা মঙ্গলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে  এই পেকেটৰ মূল্য 19.14 টকাৰ পৰা 299.00 টকা নিৰ্ধাৰণ কৰা হৈছে 

Read More...