ৰাজকুমাৰ ৰাওঁ য়ে লাভ কৰিলে সৌন্দৰ্য্যৰ বটা

ৰাজকুমাৰ ৰাওঁ য়ে লাভ কৰিলে সৌন্দৰ্য্যৰ বটা   ৰাষ্টীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেতা ৰাজকুমাৰ ৰাওঁ য়ে কয় যে অভিনয়ে তেওঁৰ সৌন্দৰ্য্যৰ চাবিকাঠি।অভিনয়ৰ এক নিজস্ব সৌন্দৰ্য্য থাকে। ৰাজকুমাৰে তেওঁৰ বিভিন্ন চলচিত্ৰ যেনে বৰেলি কি বৰফি, নিউটন এন্ড চাহিদ আদিৰ দ্বাৰা বহুতো পুৰস্কাৰ লাভ কৰিছে। যোৱা কিছুদিন পূৰ্বে মেন অব দ মোমেন্ত ছবি খনৰ যোগেদি সৌন্দৰ্য্য বটা ২০১৮ লাভ কৰিবলৈ সক্ষম হয়।

Read More...

বেদেতীত হৃদয়ংগম নাট্য গোষ্ঠীৰ নাটক কৰ্মশালাৰ সফল সামৰণি

বেদেতীত হৃদয়ংগম নাট্য গোষ্ঠীৰ নাটক কৰ্মশালাৰ সফল সামৰণি   অসম খবৰ বিহালী পৰা অম্লান কাশ্যপ চাহা, ২৭ জুলাই :- ‌হৃদয়ংগম নাট্যগোষ্ঠীৰ উদ্যোগত তথা দাপোণ দা মিৰৰ সহযোগত যোৱা ৩ জুলাই ২০১৮ তাৰিখৰ পৰা পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৫ দিনীয়া শিশু নাট কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান সফলতাৰে সম্পন্ন হয় । উল্লেখ্য যে, ৮ ৰ পৰা ১৫ বছৰীয়া প্ৰায় ৩৫ গৰাকী শিশুৱে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । কৰ্মশালাখনিত জনপ্ৰিয় অভিনেতা তথা নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত প্ৰশিক্ষণ প্ৰাপ্ত পবিত্ৰ ৰাভা, ত্ৰিপুৰাস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত যদুভূষণ শুক্ল দাস আৰু দাপোন…

Read More...

অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত বলিউডৰ অভিনেত্ৰী

পোন প্ৰথম বাৰৰ বাবে অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত বলিউডৰ অভিনেত্ৰী অসম খবৰ@ নগাঁও, ২৫ জুলাই: প্ৰয়াত পূৰ্ণধৰ কলিতাৰ সোঁৱৰণত লিন্টন কলিতাৰ প্ৰযোজনাৰে কিং অফ মেল’ডি ” কুমাৰ চানু” ৰ কণ্ঠত মুক্তি পাবলগীয়া ” জোনাকী হাঁহি” নামৰ অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত পোন প্ৰথম বাৰৰ বাবে অসমৰ ৰাইজে দেখিবলৈ পাব বলিউডৰ মোহময়ী অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ ” পূজা হেগডে”ক ।

Read More...

বৰলুইতৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা:ভৱজ্যোতি কলিতালৈ মিষ্টাৰ ৰঙিয়া খিতাপ 

বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা ●  মিষ্টাৰ ৰঙিয়া খিতাপ ভৱজ্যোতি কলিতালৈ ●  হিমাশ্ৰী লহকৰলৈ মিছ ৰঙিয়া    অসম খবৰ@ৰঙিয়া, ২৪ জুলাই : ৰাজ্যৰ উদ্যমী সাংস্কৃতিক গোষ্ঠী বৰলুইতৰ উদ্যোগত যোৱা বুধবাৰে এক ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাখনিত মিষ্টাৰ ৰঙিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৰঙিয়াৰ লাচি বিষ্ণুপুৰৰ যুৱক ভৱজ্যোতি কলিতাই । প্ৰথম ৰানাৰ্ছ আপ হিচাপে ওদালগুৰিৰ যুৱক প্ৰেমকান্ত ৰাভা আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ লাভ কৰে ধুবুৰীৰ ৰাজদ্বীপ কুমাৰক নিৰ্বাচিত কৰা হয় । ফেশ্বন প্ৰতিযোগিতাখনিত মিছ ৰঙিয়া খিতাপ হিচাপে লাভ কৰে ৰঙিয়া ৰেল ষ্টেচনৰ হিমাশ্ৰী লহকৰে । প্ৰথম ৰানাৰ্ছ আপ…

Read More...

বোকাখাতত আৰম্ভ ৰাজ্যিক নাট সমাৰোহ

বোকাখাতত আৰম্ভ ৰাজ্যিক নাট সমাৰোহ অসম খবৰ গোলাঘাট, ১০ জুলাইঃ ১৯৩৫ চনৰে পৰা বোকাখাত চহৰত নাট্য চৰ্চাৰ এক পৰিবেশ গঢ়ি উঠাৰ পৰিপ্ৰেক্ষিততে যোৱা ৯ জুলাইৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আৰু ইলেকট্ৰ’নিক মিডিয়া জাৰ্ণেলিষ্ট এছ’চিয়েচন, কাজিৰঙা নিউজ নেটৱৰ্কৰ সহযোগত এখনি ৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত হৈছে। কালি প্ৰথম নিশাৰ নাট হিচাপে বিশিষ্ট নাট্যকৰ্মী অমৰ শৰ্মাৰ ৰচিত আৰু ছিৰিয়াছ নাট্যকৰ্মী জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিকল্পনা-পৰিচালনাৰে মঞ্চস্থ হ’য় “ডেম পেহাৰ দূৰবীণ” শীৰ্ষক নাটখনিৰ। সুন্দৰ পৰিচালনাৰে মঞ্চায়ন হোৱা নাটখনিত শিল্পীসকলৰ দলগত অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্দ্ধ কৰি ৰখাত সফল হৈছে পৰিচালক তথা অভিনেতাসকল। দৰ্শকৰ সৈতে একাত্মতা…

Read More...

MUKHA ⬇

  Assamese New Movie Poster Opened  ‘MUKHA‘ The poster of Mukha , an upcomming  assamese movie was launched some months before. Seeing the poster the movie looks quite promising. As per our news reporter, the team of Mukha is planning to launch the 2nd poster at press club in guwahati. The script is written by Banajit Sharma and Dharitri Sharaban and the movie is directed by Karbi director Dhireswar Ronghang. As per the news we got , the movie teaser is going to realese in new year and discussions is…

Read More...

১০০ কোটি টকাৰ ক্লাবত ‘সঞ্জু’ৰ অভিলেখ

অসম খবৰ@ডিজিটেল ডেস্ক, ৩ জুলাই: মুক্তিৰ চাৰিদিনৰ ভিতৰতেই ১০০ কোটি টকাৰ ক্লাবত প্ৰবেশ কৰিলে অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনে। মুক্তি লাভ কৰাৰ দিনাই ৩৪. ৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে প্ৰতিদিনাই একে হাৰত উপাৰ্জন কৰি কম দিনৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে চলিত বৰ্ষৰ সৰ্বাৰ্ধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। 

Read More...

অসমৰ অনিৰ্বানলৈ বলিউদত সন্মান

অসমৰ অনিৰ্বানলৈ বলিউদত সন্মান অসম খবৰ@টীয়কৰ পৰা অঞ্জন প্ৰকাশ  ২ জুলাই ‘: বোলছবি জগতত নিজৰ অনবদ্য অবদানৰ বাবে অসম সন্তান অনিৰ্বান বৰঠাকুৰে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ শব্দ সম্পাদনাৰ( sound editor) বঁটা । উল্লেযোগ্য যে ২০০৯ চনৰ পৰাই বলিউদত নিজা শৈলীৰে কৰি অহা এইজন অসমীয়া যুৱকৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল   “Ab Tak Chappan”, “Ajab Prem ki gajab kahani”দৰে জনপ্ৰিয় চিনেমাৰ ওপৰিও শতাধিক ছবিয়ে ।নিজশ্ৰ শৈল্যি, কৰ্ম দক্ষ্যতাৰ আৰু বোলছবি জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবেই  এইজন যুবকলৈ “ইণ্ডিয়ান আাৰ্ট একাডেমীয়ে” ২০১৮ বৰ্ষৰ বাবে বৰঠাকুৰক  তোমাহৰি চ’লো (Tumhari sulu) বোলছবিখনৰ বাবে এই…

Read More...

‘সঞ্জু’ত পাপনকে ধৰি ৪ অসম সন্তান

অসম খবৰ@  নিউজ ডেস্ক, ১ জুলাই – বলিউডৰ ছবি জগতত লাহে লাহে অসমীয়াৰ দপদপনি আৰম্ভ হৈছে। অসমৰ শিল্পী, কলা–কুশলীয়ে বলিউডৰ ছবিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰিছে। বহুকেইজনে ইতিমধ্যেই ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। বলিউডৰ তাৰকা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত ৰাজকুমাৰ হিৰানীয়ে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবি ‘সঞ্জু’ত ৪ গৰাকী অসম সন্তানে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। সঞ্জয় দত্তৰ নাম ভূমিকাত অভিনয় কৰা ৰণবীৰ কাপুৰৰ এই ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ছবিখনৰ ছাউণ্ড এফেক্টৰ দায়িত্বত আছে নাহৰকটীয়াৰ সন্তান জ্যোতি চেতিয়া। ২০১২ চনৰ পৰা বৰ্তমানলৈকে উত্তৰ ভাৰত, দক্ষিণ…

Read More...

আৰ্শীবাদ থিয়েটাৰৰ অাখৰা গৃহ মুকলি…

আৰ্শীবাদ থিয়েটাৰৰ অাখৰা গৃহ মুকলি বহুকেইখন গুৰুত্বপূৰ্ণ নাটকেৰে সাজু আৰ্শীবাদ থিয়েটাৰ অসম খবৰ@ নলবাৰী,২০জুনঃ-  প্ৰয়াত  ৰবীন নেউগৰ স্মৃতি বিজৰিত আৰ্শীবাদ থিয়েটাৰ ন ৰূপত সাজু হৈছে ২০১৮-১৯ নাট্যবৰ্ষৰ বাবে । ৰঙিয়া চেপ্তীত অাজি আৰ্শীবাদ থিয়েটাৰৰ অাখৰা গৃহ মুকলি কৰা হয় । ৰাতিপুৱা অাখৰা গৃহৰ মুখ্য দ্বাৰ উম্মোচন কৰে বিশিষ্ট সমাজসেৱক গনেশ চন্দ্ৰ গোস্বামীয়ে । পতকা উত্তোলন কৰে কৃতি শিক্ষক অচ্যুত গোস্বামীয়ে। ইফালে কাৰ্যালয়টো মুকলি কৰে দ্বিজেন দাসে । প্ৰয়াত ৰবীন নেউগৰ প্ৰতিচ্ছ্যবিত মাল্যাপৰ্ণ কৰে হীৰা নেউগ সহ নাট্যদলটোৰ সকলো শিল্পী তথা কলা কুশলীৰ লগতে প্ৰজোযকে । নাট্যদলটোৰ জেষ্ঠ অভিনেতা প্ৰাণজিত দাসে…

Read More...

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….) “কেলেণ্ডাৰ” এখন সামাজিক মনোৰম ধৰ্মী নতুন অসমীয়া কথাছবি অহা ১৬ ফেব্ৰুৱাৰী ত মুক্তি লাভ কৰিব। বৰ্তমান অসমীয়া ছবিজগতৰ বক্স অফিচত মুক্তিৰ পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেলেণ্ডাৰ নামৰ ছবিখন। এই ক্ষেত্ৰত ছবিখনৰ মূল বিষয়বস্তু আৰু ছবিখনৰ পৰিয়ালবৰ্গ ই চলোৱা ব্যতিক্ৰমী প্রচাৰে চৰ্চাৰ মূল বুলিব পাৰি। কেলেণ্ডাৰ নামৰ শব্দটোৰ সৈতে আমাৰ প্ৰতিজন লোকৰ এক ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে । ঠিক একেদৰে সদ্য মুক্তি পাবলগা ‘কেলেণ্ডাৰ’ ছবিখনো আমাৰ দৈনন্দিন সমাজ জীৱনৰ এখন পৰিয়ালকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনীভাগত দেখুৱা হৈছে এখন কেলেণ্ডাৰে সলনি কৰি দিছে এখন সৰু নগৰত বাস…

Read More...