নিবনুৱা বাবে সু-খবৰ

নিবনুৱা বাবে সু-খবৰ    ১/ভাৰতীয় বায়ু সেনাত এয়াৰমেন নিযুক্তি । যোগাযোগ ৱেবচাইট www.airmenselection.cdac.in অন্তিম ২৪ জুলাই ২/ অসমৰ পলিটেকনিকত গেষ্ট ফেকাল্টী নিযুক্তি । যোগাযোগ ৱেবচাইট www.dte.assam.gov.in অন্তিম ১৬ জুলাই ৩/ বি এছ এফত কনিষ্টবল পদ খালী আভদৰ বাবে www.bsf.nic.in অন্তিম ২৩ জুলাই   ৪/বিনোদ নিছানত ছেলছ প্ৰফেছনেল পদ খালী ।   যোগাযোগ hr@binodnissan.co.in অন্তিম ১৩ জুলাই    ৫/শোণিতপুৰ বিদেশী ন্যায়াধিকৰণত পদ খালী । ঠিকনা The,member foreigner.a tribunal 2nd Sonitpur tezpur   ৬/ ঔষধ কোম্পানীৰ এম আৰ পদ নিযুক্তি বায় ডাটা ঠিকনা bioclarismkt@gmail.com   ৭/ লক্ষীমপুৰ গ্লৰিয়িছ মটছত পদ খালী ।…

Read More...

চাকৰি….

“চৰকাৰী চাকৰি- গুৱাহাটী উচ্চ ন্যায়্যালয়ত ২১ টা পদ খালী 15 May. 2018 17:08 গুৱাহাটী উচ্চ ন্যায়্যালয়ত ২১ টা পদ খালী| আবেদকৰ পৰা আবেদন খোজা হৈছে|  আবেদনৰ শেষ তাৰিখ ১৮ মে, সোনকাল কৰক   পদসমূহৰ নাম: প্ৰশাসনিক অধিকাৰী (Administrative Officer) : 1 ষ্টেনোগ্ৰাফাৰ -I (Stenographer Grade-I) : 1   (Librarian) : 1  প্ৰগ্ৰামাৰ (Programmer) : 1  Superintendent : 1  একাউন্ট অফিছাৰ একাউন্টেন্ট (Accounts Officer/Accountant) : 1 জ্যেষ্ট প্ৰশাসনিক সহায়ক (Senior Administrative Assistant) : 1 पद ষ্টেনোগ্ৰাফাৰ গ্ৰেড-II (Stenographer Grade-II) : 1  কনিষ্ঠ প্ৰশাসনিক সহায়ক (Junior Administrative Assistant) : 2  ষ্টেনোগ্ৰাফাৰ গ্ৰেড III (Stenographer…

Read More...