দেৰগাঁৱৰ কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণঃ আতঙ্কত স্থানীয় ৰাইজ

দেৰগাঁৱৰ নিকটৱৰ্তী মন্দিৰ চাপৰি লহৰে চাপৰি আৰু কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণ আতঙ্কত স্থানীয় ৰাইজ ২ দিনৰ পূৰ্বে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা উলাই আহি উক্ত গাঁও সমূহত মুক্ত বিচৰণ গঁড়টোৰ যি কোনো মুহূৰ্তত চোৰাং চিকাৰী আক্ৰমণ বলি হব পাৰে গঁড়টো উক্ত অঞ্চলত চোৰাং চিকাৰী বিচৰণৰ সন্দেহ ৰাইজৰ

Read More

মঙলদৈত অসম বন্ধৰ সমৰ্থনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ

মঙলদৈত অসম বন্ধৰ সমৰ্থনত বিভিন্ন দল সংগঠনে ব্লক চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ

Read More

গহপুৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

স্বতস্ফুতভাবে দোকান বন্ধ ৰাখিছে গহপুৰ চহৰৰ ব্যৱসায়ী সকলে সষ্টম আৰক্ষী-প্ৰশাসন শতাধিক সেনাবাহিনী মোতায়ন বৰ্তমান সময়লৈকে কোনো কোনো হিংসাত্মক ঘটনা খবৰ পোৱা নাই শতাধিক দল সংগঠনৰ সমৰ্থক সকলে শান্তিপূৰ্ণ ভাবে সাব্যস্ত কৰিছে প্ৰতিবাদ

Read More

বিশ্বনাথত চানডেৰ অডিচনত শিল্পীৰ ভীৰ : জেষ্ঠ্য সাংবাদিকক সম্বৰ্ধনা

  বিশ্বনাথত চানডেৰ অডিচনত শিল্পীৰ ভীৰ : জেষ্ঠ্য সাংবাদিকক সম্বৰ্ধনা চানডে ছৱিখনত বলিউডৰ একাংশ শিল্পীৰ লগতে বঙালী ভাষাৰ বাবে কলকাতাৰ শিল্পীয়ে অভিনয় কৰিব :গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ প্ৰতিভাৱান শিল্পীক সঠিক মৰ্যদা দি যোগ্যজনক প্ৰতিভা বিকাশৰ বাবে নিৰ্বাচিত হৈ চানডে “নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ দিয়াৰ উদ্দেশ্যে বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত আজি অডিচন অনুষ্ঠিত হৈ যায় l আজি অডিচন আৰম্ভ হোৱাৰ পূৰ্বে সদৌ অসম সাংবাদিক সংস্হাৰ প্ৰতিস্হাপক তথা বয়োজেষ্ঠ সাংবাদিক নৰেণ বৰাক এখন ফুলাম গামোচা আৰু জাপীৰে সংগীত চিনে প্ৰডাকচনে উষ্ম অভিন্দন জনয় lচানডেৰ…

Read More

অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত

  গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ নিৰ্বাচিত হৈ SUNDAY নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ লোৱাৰ সুবিধা লওক অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত /

Read More

ডিমা হাচাও জিলাত সোমবাৰে উপস্থিত হোৱা অগপৰ সভাপতিসহ শীৰ্ষ নেতৃবৰ্গলৈ উষ্ম আদৰণি

ডিমা হাচাও জিলাত সোমবাৰে উপস্থিত হোৱা অগপৰ সভাপতিসহ শীৰ্ষ নেতৃবৰ্গলৈ উষ্ম আদৰণি courtesy@http://www.newsasn.com/

Read More