গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যো-জা

গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যো-জা ২ নৱেম্বৰ: তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপোৰ্ট: অহা ৫ নৱেম্বৰত ধেমাজি জিলাৰ চিলাপথাৰত অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তি লাভ কৰিব। এই চলচিত্ৰখন মুম্বাই স্থিত অনহদ ষ্টুডিঅ” প্ৰাইভেট লিমিটেড আৰু বাবা ডাংগ্ৰে ফ্লিম চচাইটিৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই চলচিত্ৰ খন কমল ছেত্ৰীয়ে নিৰ্দেশনা কৰিছে। এই চলচিত্ৰ খন বহুতো দুখ কষ্টৰে নিৰ্মাণ কৰা বুলি চলচিত্ৰ খনৰ পৰিচালক কমল ছেত্ৰীয়ে জানিব দিয়ে। এই চলচিত্ৰ খন অৰুণাচল, ছিকিম, পাছীঘাট, গুৱাহাটী, দাৰ্জিলিং আদি ঠাইত দৃশ্য গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে। অসমবাসী ৰাইজে “প্ৰতিজ্ঞা মায়াকো” চলচিত্ৰ…

Read More

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমে

  জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমেঃ অৱশেষত নাও চলিল বিশ্বনাথৰ ঘিলাধাৰী নৈতঃ ঢৌ যাত্ৰা বিদ্যালয় ছাত্র -ছাত্রী অন্ত পৰিলঃ   ৰাজ্য চৰকাৰৰ পৰিবৰ্তনৰ শ্লোগানক ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত কৰা বিশ্বনাথৰ ঘিলাধাৰী নদীত কনকন ছাত্ৰ- ছাত্ৰীৰ বিপদসংকুল ভাৱে ঢৌ জড়িয়তে নদীৰ পাৰ হৈ বিদ্যালয় যাত্ৰাৰ কৰি আছিল বিগত ২০১২ চনৰ পৰাই সেই যাত্ৰা আজিৰ্ অন্ত পৰিল ৷ এক মাত্ৰ সংবাদ মাধ্যমৰ বাবে এই মন্তব্য ঘিলাধাৰি ৰাইজৰ ।ৰাজ্য চৰকাৰৰ শিক্ষা ভট্টাচাৰ্য্য এণ্ড শিক্ষা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসৰ কোম্পানীৰ অধীনস্ত শিক্ষা বিভাগটোৰ পুতৌজনক স্বৰুপ উদঙাই পৰিবৰ্তন কামী সোণোৱাল চৰকাৰৰ উন্নয়ণ ব্যৱস্থাটো পৰিহাসলৈ…

Read More

সাংবাদিকতাৰ বিষয়ে কিছুকথা ৷ মনোৰম গগৈ চাৰৰ দৃষ্টিকোণেৰে

  সাংবাদিকতাৰ বিষয়ে কিছুকথা ৷ মনোৰম গগৈ চাৰৰ দৃষ্টিকোণেৰে   #AssamMoon হেল্লৌ viwes আজি আমি বিশিষ্ট সাংবাদিক মনোৰাম গগৈ চাৰৰ interview এটা আপোনালোকৰ লৈ আগবঢ়াই দিলো সকলোৰে চাই ভাল পাব আশা থাকিল ৷ আমাৰ যদি ভিডিঅ বোৰ চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব subscribers কৰিব আৰু কাষতে থকা ঘন্টাতো বজাই দিবলৈ পাহৰি নাথাকিব ৷ আমাৰ আগৰ ভিডিঅ বোৰ চাই থাকিবলৈ তলৰ লিংকটো ক্লিক কৰক https://www.youtube.com/channel/UCwTx…

Read More

ভাৰত বন্ধত দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতি

    #ভাৰত #বন্ধৰ #প্ৰভাৱ সৰ্বাত্মক   ভাৰত বন্ধ উত্তপ্ত গুৱাহাটী মহানগৰ দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। শ শ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সচিবালয়ত। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিশাল ৰেলী কংগ্ৰেছ নেতা কৰ্মীৰ । ভিৰ কৰিছে মহানগৰীৰ ৰাজপথ । হৰিশ ৰাৱট আৰু ৰিপুণ বৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Read More