স্বাধীনতা দিৱসৰ শুভকামনা

অসম খবৰৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভকামনা   অসম খবৰৰ সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰা প্ৰতিজন অসম তথা ভাৰতবাসীলৈ ৭২ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। 

Read More...

স্বৰ্ণজয়ী হিমা দাসলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Read More...

সু- প্ৰভাত আজি দিনটো

সু-প্ৰভাত আজি দিনটো বিশ্ব জনসংখ্যা দিৱস ১৯৫৬ বিখ্যাত সাহিত্যিক অমিতাভ ঘোষ জন্ম ১৯৬৭ পুলিৎজাৰ বটা বিজয়ী ঝুম্পা লাহিড়ীৰ জন্ম ১৯৮২ বিশ্ব কাপ ফুটবল প্ৰতিযোগিতাত ইটালী জয়ী

Read More...

পলকতে আজিৰ দিনটো@সংবাদ শীৰ্ষ –

পলকতে আজিৰ দিনটো@সংবাদ শীৰ্ষ —————————————— ●এন ই চি (নৰ্থ-ইষ্ট কাউন্সিল) উত্তৰ-পূবৰ দক্ষতা বিকাশৰ প্ৰতিষ্ঠান হোৱা উচিত। লগতে সেৱা খণ্ডত কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব দিব লাগিব। এই মন্তব্য শ্বিলঙৰ উত্তৰ-পূব পৰিষদৰ বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ। লগতে অনুমোদিত আঁচনিসমূহ শীঘ্ৰে ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বৈঠকত ৰাজনাথ সিঙে আৰু কয় যে উত্তৰ-পূবত উগ্ৰপন্থীৰ কূটাঘাতমূলক কাৰ্য হ্ৰাস পাইছে। অব্যাহত আছে পথ যোগাযোগ উন্নয়নৰ কাম। ৰাজপথৰ সমান্তৰালভাৱে তথ্য–প্ৰযুক্তিৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে ৰাজনাথ সিঙে। ২০২২ৰ ভিতৰত দেশৰ চৰিত্ৰ সলনি কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ● কোনো মন্ত্ৰীয়ে…

Read More...

পলকতে আজিৰ দিনটো

@ দেশৰ পৰৱৰ্ত্তী লোকসভা নিৰ্বাচনত ভোটদান কৰিব ১৩ কোটি নতুন ভোটাৰে । ২৮ কোটি ভোটাৰৰ বয়সৰ সীমাৰেখা হ’ব ১৮ ৰপৰা ২৫ বছৰৰ ভিতৰত । সকলো দলৰে লক্ষ্য হ’ব এই ২৮ কোটি ভোটাৰ । @ দেশত দ্ৰুত হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ-পলিউচন আণ্ডাৰ কণ্ট্ৰল(পি ইউ চি) প্ৰমাণপত্ৰ অবিহনে গাড়ীৰ বীমা নহ’ব । @ নতুন দিল্লীত অনুষ্ঠিত উত্তৰ-পূৱ আনাৰস উৎসৱত ত্ৰিপুৰাৰ কুইন  আনাৰসে পাইছে ব্যাপক সমাদৰ। উত্তৰ পূৰ্বাঞ্চলৰ আনাৰস সম্পূৰ্ণ প্ৰাকৃতিক আৰু সোৱাদ সবাতোকৈ বেছি । @ আমেৰিকা-চীনৰ বাণিজ্যিক যুদ্ধৰ পৰিণতিত লাভৱান্ৱিত হোৱাৰ দিশে ভাৰত । ভাৰতলৈ…

Read More...