স্বাধীন দেশত মুক্তিৰ যোজ প্ৰদূষণৰ

স্বাধীন দেশত মুক্তিৰ যোজ প্ৰদূষণৰ 21 শতিকাৰ ভীষণ উন্নীতকৰণৰ মেৰপাকত অলস জীৱন সুলভ প্লাষ্টিকৰ বটল, বাতি, কাঁহি, গিলাচ  চাহৰ সোৱাদ,  বিয়া সবাহৰ ভোজ ভাত কিম্বা জন্ম দিন তথা  বনভোজ খোৱাৰ মেজাজ,  সকলোতে বেঢ়ি ধৰিছেহি  তোমাক মোক নদ নদীক  শষ্যৰে ভৰা পথাৰত বাজিছে  প্লাষ্টিকৰ অৰণ্যৰ মৃত্যুৰ কিৰিলি,  72 টা স্বাধীনতাৰ পাছতো  মোৰ চহৰত প্লাষ্টিকৰ পতাকা,  উৰুৱাইছে খন্তেকৰ সুখত  ভৱিষ্যত আন্ধাৰ কৰি l হে জননী তোমাক স্বাধীন কৰাৰ এইয়াই জানো মাননি?  মনবোৰ স্বাধীন হওক  হৃদয় বোৰ স্বাধীন হওক  পৰিবেশকো স্বাধীনতাৰ সোৱাদ দিয়ক প্লাষ্টিকৰ পৰা সকলোকে স্বাধীন কৰি l   72 সংখ্যক স্বাধীনতা…

Read More...