যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা

যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা                                    ✍জিন্তু ভুঞা              বৰ্তমানৰ যুৱ সমাজে ঠিৰাং কৰিব এখন দেশৰ ভৱিষ্যত। কিন্তু বৰ্তমান যুৱ সমাজ “যুৱ-উৎচ্ছৃংখলতা” নামৰ কলংকৰে কলংকিত, যি ভৱিষ্যতৰ বাবে নমাই আনিছে কাল অমানিশা। ইয়াৰ বাবে দায়ী কোন? যুৱ সমাজ নিজেই, নে বৰ্তমান সমাজ ব্যবস্থাই বাধ্য কৰাইছে তেওলোকক??           যদি এজন যুৱক সমাজৰ বাবে নকৰিব লগীয়া কাম কৰে প্ৰথমতে আঙুলিয়াই তেওৰ পিতৃ মাতৃলৈ ই কিমান যুক্তি পুৰ্ণ?…

Read More...

বিহু শব্দৰ উৎপত্তি…

বিহু শব্দৰ উৎপত্তি… বহাগ বিহুটি অসমীয়া জাতিৰ বাপতি সাহোন। বিহুৰ উৎস ক’ত, সঠিক উত্তৰ নাই যদিও ই যে বিষুৱ শব্দৰ পৰা উৎপত্তি হৈছে এই কথা মানি লব পাৰি। পৃথিৱীৰ সোঁমাজেৰে পুৱা পশ্চিমাকৈ এডাল ঘূৰনীয়া ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীয়ে সূৰ্য্যৰ ফালে কিছু হেলনীয়াকৈ ঘূৰি থাকোতে কেতিয়াবা উত্তৰ মেৰুত সূৰ্য্যৰ পোহৰ পোনভাবে পৰে। কিন্তু সূৰ্য্যৰ কিৰণ বিষুৱৰ ওপৰত লম্বভাবে পৰে। বিষুৱৰ কাষৰ ঠাইত সদায় জহকালৰ মাত্ৰা বেছি। পৃথিৱীৰ সকলো ঠাইতে এই সময়তে বিষুৱৰ লগত সম্বন্ধ থকা উৎসৱ পালন কৰা হয়। সেইদিনা সূৰ্য্য বিষুৱ ৰেখা পাৰ হৈ উত্তৰায়নলৈ ঢাপলি মেলে। গতিকে জ্যোতিষৰ…

Read More...