নতুনত্ব

নতুনত্ব   অবিনাশ দাস  নলবাৰী   নতুনত্বৰ সোৱাদ কিবা  পাইছা নেকি ? ওঁহো,এতিয়ালৈ কোনো  নতুনত্বই জীৱন দুৱাৰত আলোড়িত কৰিব পৰাকৈ খুন্দিওৱা নাই নহয়,নতুনত্ব আনিবলৈ চেষ্টা কৰা নাই ৷   কেতিয়াবা বিবেকক মই শুধো কিয় মৰি মৰি জীয়াই আছো ! সন্মুখত অনিশ্চত ভবিষ্যতৰ  এক কন্টকমই যাত্ৰা ৷ অনুভৱ হয় মৰিবলৈ হে জীয়াই আছো ৷   মনযায় কেতিয়াবা আত্মিকতাৰ  বান্ধোনত খাপ খুৱাই পাখিত পাখি লগাই আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ৷ কিন্তু ক্ষন্তেকৰ বাবে স্তব্ধ হয় মৌন ওঁঠৰ ৰঙীন ভাষা ৷ নেপথ্যৰ আত্মিকতাই যদি মিথ্যা হয় ৷উত্তৰণত যদি ব্যঘাত হয় নতুনত্বৰ…

Read More...

স্বাধীনতা দিৱস বিশেষ লেখা

স্বাধীনতা দিৱস বিশেষ লেখা আজিৰ পৰা বাসত্তৰ বছৰ পূৰ্বে ভাৰতবর্ষই যি স্বাধীনতা লাভ কৰি ভাৰতবর্ষৰ প্ৰতিজন লোকৰ বাবে প্ৰতিটো জাতিৰ হকে স্বাধীন ভাৰতৰ থলী দেখুৱালে সেইয়া সচাকৈ ইতিহাসৰ পাতত সোণালী আখৰে লিখা এটি ৰঙীন পৃষ্ঠা।যি ইতিহাসৰ পৃষ্ঠা আজিওঁ সমগ্র দেশে গৌৰৱেৰে উনুকিয়াই গৌৰম্বাৱিত হৈ উৎসৱমুখী পৰিবেশত ১৫ আগষ্টক উল্লাসেৰে আদৰে।আজি এই আনন্দময়ী দেশৰ নামত অৰ্পন কৰা এই দিনটি উপভোগ কৰিব পৰাকৈ যিসকল লোকে আমালৈ তথা সমগ্র দেশখনক উপহাৰ স্বৰূপে দি থৈ গল সেই আন্দোলনত সেই বীৰসকলৰ অবদানেই সুকীয়া আছিল। তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতাৰ নামত কৰা ত্যাগ, সংগ্ৰাম,  দেশপ্ৰেম আৰু সৎসাহস প্ৰতিজন…

Read More...

এপৃষ্ঠা অনুভৱ আইৰ বাবে…..

এপৃষ্ঠা অনুভৱ আইৰ বাবে…..    আইৰ সতে বহিছিলো জোনাকবিঢৌত নিশাচৰ গছজোপাৰ তলত,মনৰ সূক্ষ্মতাৰ সিটো পাৰে এজাক নিলাজ বতাহে নাঙঠ কৰি তোলা অনুভৱখিনি তেওৰ কোচত পৰি উকমুকাই ফুৰিছিল।আয়ে সুধিছিল,আৱেগিক মৰণৰ এই দুৰ্বিষহ গংগাত সদ্যস্নাতা তোৰ আত্মাই এতিয়াও কিয় ধৰফৰাই আছে,মোৰ ন-মহীয়া গৰ্ভৰ বন্দীত্বত কোনোদিনেই ইমান চটফটনিত ডুবি যোৱাৰ উমান পোৱা নাছিলো!!! কিদৰে বুজাম তোক আই,যৌৱনৰ ৰাগিত মাতাল হোৱা জীৱনৰ উদ্ভণ্ডালিবোৰ,,বিষাদৰ বৰষুণত জুৰুলি-জুপুৰি হৈ পৰা ভণ্ড মানৱতাৰ অভিনয়বোৰ,আৰু লম্পট যান্ত্ৰিকতাই মানহানি কৰা চৰম একাগ্ৰতাবোধ।সময়ৰ কোবত কোঙা হৈ পৰা এবুকু মৰমবুটলা হিয়াত এঙাৰবোৰো জ্বলি জ্বলি শেষ হৈ যায় ,শুনিবিনে আই তই ভ্ৰষ্ট মনৰ…

Read More...

সুবিশাল ব্ৰহ্মপুত্ৰৰ বুকুত

সুবিশাল ব্ৰহ্মপুত্ৰৰ পাৰত      ধৰিত্ৰী শ্ৰাৱণ                         নিকামূল সত্ৰ,                     তেজপুৰ    সেইদিনা হঠাৎ মন গ’ল নিৰবতাক বিচাৰি নিসংগতাৰ আৰত নিজকে লুকুৱাবলৈ। হঠাৎ মন গ’ল নিৰবতাক আকোৱালি লৈ নিসংগতাৰ লগত কিছু মূহুৰ্ত কটাবলৈ।তাকে বিচাৰি পালোগৈ নাতিদূৰতে থকা সুবিশাল ব্ৰহ্মপুত্ৰৰ অবিকল ঢৌৰ কলকলনিৰ মাজত থকা বালিচাপৰৰিৰ পাৰ।আচম্ৱিত কৰি তোলা এক নিৰ্জন শান্ত পৰিবেশ,এক শিহৰিত কৰি তোলা মধুৰ নিৰ্জনতাৰ  পৰিবেশ ।যি প্ৰতি মূৰ্হূততে সকলোকে আকোৱালি লবলৈ দুবাহু মেলি ৰৈ থাকে খন্তেক সময়…

Read More...