অনুগল্প

অনুগল্প জিণ্টু আয়ান বৰা     ১:অপৰাধ   দেৱলিনা নাথ এগৰাকি ভাল লেখিকা।সমাজত সকলোৱেই সমিহ কৰে। তেওঁৰ কুৰি খনৰো অধিক কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে।       তেওঁৰ দ্বিতীয় পুত্ৰৰ বিয়া।ছোৱালী চাবলৈ গৈ তেওঁ খুলা-খুলিকৈ কৈ দিছিল-যৌতুক হিচাপে নহয়,কিন্তু ছোৱালীৰ লগত বস্তু দি নপঠিয়ালে মানুহে বুবু-বাবা কৰে।গতিকে,,,,,,,,,,,,,,,,,,,,,         আজি ২ বছৰৰ পিছত তেওঁৰ কন্যাক ল’ৰা ঘৰৰ মানুহে চাব আহিও সেই খিনি কথাই কলে,যি তেওঁ নিজৰ পুত্ৰৰ বাবে ছোৱালী চাবলৈ যাওতে কৈছিল। পিছদিনা এখন বাতৰি কাকতত তেওঁৰ লেখা এটা প্ৰকাশ হল- যৌতুক দিয়া আৰু লোৱা এক সামাজিক অপৰাধ…

Read More...