বালিপৰাত মটৰচাইকেল চুৰি

বালিপৰাত মটৰচাইকেল চুৰি   অসম খবৰ@  বালিপৰা :৭ জুলাই : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাত একাংশ চোৰৰ দপদপনি বৃদ্ধি পোৱাৰ বিষয়টোৱে সঘন চৰ্চা লাভ কৰি অহাৰ মাজতে যোৱানিশা পুনৰ চুৰি হয় এখন মটৰচাইকেল। জানিব পৰা মতে, বালিপৰাৰ বাসিন্দা ৰঞ্জন ছেত্ৰী নামৰ ব্যক্তিজনৰ এ এছ ১২ এম ১১০২ নম্বৰৰ ক’লা ৰঙৰ ৰয়েল এনফিল্ড ক্লাছিক বুলেট মটৰচাইকেলখন যোৱানিশা বালিপৰা পৰিদৰ্শন বঙলাৰ সমীপৰ তেখেতৰ বাসগৃহৰ কাষত ৰখাই থোৱা অৱস্থাৰপৰা চোৰে চুৰি নিয়ে । পুৱা ছেত্ৰীয়ে যথাস্থানত ৰখাই থোৱা বুলেট মটৰচাইকেল নেদেখি চুৰি হোৱা বুলি নিশ্চিত হয় । ঘটনা সন্দৰ্ভত লোকজনে চাৰিদুৱাৰ আৰক্ষী…

Read More...