জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা   জামুগুৰিহাট , ২৩ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী কবি সাহিত্যিক প্ৰবন্ধকাৰ তথা এগৰাকী উদীয়মান লেখক হিমাংশু ৰনজন ভূঞাঁৰ চতুৰ্থ সংখ্যক গ্ৰন্থ ” সাম্প্ৰতিক সময়ঃ প্ৰাসংগিক চিন্তা ” শীৰ্ষক এখন মনোগ্ৰাহী গ্ৰন্থ অাজি জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত অানুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । বিগত কেইবা বছৰ ধৰি অসমৰ বিভিন্ন দৈনিক অাৰু সপ্তাহিক বাতৰি কাকতত প্ৰকাশ পোৱা কিছু সংখ্যক প্ৰবন্ধ একত্ৰিত কৰি এখনি পূৰ্নাঙ্গ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱা এই গৰাকী উদীয়মান  লেখকে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ শলাগ লয় অনুষ্ঠানটিত উপস্থিত থকা জামুগুৰিহাটৰ বিশিষ্ট…

Read More...

নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন 

নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন   নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন   asom khobor@ HOWRAGHAT  : আপুনি বিদ্যুতৰ সমস্যাত ভূগিছে নেকি  ?  সন্ধিয়া হ’লেই বিদ্যুতৰ অভাৱত আন্ধাৰে আৱৰি ধৰে নেকি আপোনাৰ ঘৰখন  ?  নতুবা উৎকট গৰমত বিজুলী পাংখাৰ সুবিধাৰ পৰা বঞ্চিত হয় নেকি আপুনি  ?  তেন্তে মুঠেই চিন্তা নকৰিব  !    নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন বিদ্যুৎ ৷ জ্বলাব পাৰিব লাইট ৷ ঘূৰাব পাৰিব ফেন  ৷ কাৰ্বি আংলঙত শিশু বিজ্ঞানীৰ চমক ৷  হয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন সময়তো ৰাজ্যত বিদ্যুতৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জ্বলা কলা খুৱাই থকাৰ সময়তে ঘৰতে বহি অতি…

Read More...

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)

“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….) “কেলেণ্ডাৰ” এখন সামাজিক মনোৰম ধৰ্মী নতুন অসমীয়া কথাছবি অহা ১৬ ফেব্ৰুৱাৰী ত মুক্তি লাভ কৰিব। বৰ্তমান অসমীয়া ছবিজগতৰ বক্স অফিচত মুক্তিৰ পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেলেণ্ডাৰ নামৰ ছবিখন। এই ক্ষেত্ৰত ছবিখনৰ মূল বিষয়বস্তু আৰু ছবিখনৰ পৰিয়ালবৰ্গ ই চলোৱা ব্যতিক্ৰমী প্রচাৰে চৰ্চাৰ মূল বুলিব পাৰি। কেলেণ্ডাৰ নামৰ শব্দটোৰ সৈতে আমাৰ প্ৰতিজন লোকৰ এক ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে । ঠিক একেদৰে সদ্য মুক্তি পাবলগা ‘কেলেণ্ডাৰ’ ছবিখনো আমাৰ দৈনন্দিন সমাজ জীৱনৰ এখন পৰিয়ালকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনীভাগত দেখুৱা হৈছে এখন কেলেণ্ডাৰে সলনি কৰি দিছে এখন সৰু নগৰত বাস…

Read More...

Mrs Global International Pageant PMT @ Guwahati

Mrs Global International Pageant PMT @ Guwahati February 12, 2018 @asom khobor Models under different category of Mrs. Global International Pageant 2018, addressing a press conference at Guwahati Press Club on 12-02-18. These ladies recently represented India to Malaysia at the world finals for the Mrs. Global International pageant 2018. #ub Models under different category of Mrs. Global International Pageant 2018,posing for a group photograph during a press conference at Guwahati Press Club on 12-02-18. These ladies recently represented India to Malaysia at the world finals for the Mrs. Global International…

Read More...