ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী)ৰ মৃত্যু ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ অসম খবৰLive@কুমাৰীকাটা: ৩০ এপ্ৰিল: ধীৰজ উপাধ্যায়: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী নিবাসী বিশিষ্ট সমাজসেৱক তথা ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায়ৰ আজি পুৱতি নিশা ৩.৩০ বজাত পৰলোকগামী হয় । জানিব পৰা মতে তেখেত বিগত কেইমাহমান ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু পৰিয়ালে বহু চিকিৎসা কৰাৰ পিছতো তেখেতক সুস্থ কৰি তুলিব পৰা নাছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল আৰু তিনিগৰাকী পুত্ৰ,বোৱাৰী, নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত…

Read More...

UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সকলোলৈকে আন্তৰিক অভিনন্দন !

UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সকলোলৈকে আন্তৰিক অভিনন্দন ! Posted on April 28, 2018 by asomkhobor UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিছে। তেওঁলোকৰ ভিতৰত দুগৰাকীয়ে প্ৰথম এশজনৰ ভিতৰত স্থন লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে……… তেখেতসকল হ’ল:- ● শ্ৰীযুতা বিপাশা কলিতা, সৰ্বভাৰতীয় স্থান ৪১ ● শ্ৰীযুত স্বপ্ননীল পাল, সৰ্বভাৰতীয় স্থান ৬৪ ● শ্ৰীযুতা মৃগাক্ষী ডেকা, সৰ্বভাৰতীয় স্থান ১২৬ ● শ্ৰীযুত অৰণ্যক শইকীয়া, সৰ্বভাৰতীয় স্থান ১৪৮ ● শ্ৰীযুত পূৰ্ণ বৰা, সৰ্বভাৰতীয় স্থান ১৪৯ ● শ্ৰীযযুতা মনালীকা বুঢ়াগোহাই, সৰ্বভাৰতীয় স্থান ২৩০ ● শ্ৰীযুতা মামনী দলে, সৰ্বভাৰতীয়…

Read More...

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা Posted on April 28, 2018 by asomkhobor অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা                   মঃ নুৰ হুছেইন,  বিশ্বনাথ চাৰিআলি,                       মোবাইলঃ ৮৬৩৮০-৮৩০২৬     অৱশেষত মন্ত্ৰীসভা গঠনৰ দুবছৰ পাছত সৰ্বানন্দ সোণোৱাল-নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল । অসমৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানবিহীন পূৰ্নাঙ্গ মন্ত্ৰীসভা গঠন কৰিলে । প্ৰাক স্বাধীনতা কাল তথা স্বাধীনতাৰ পৰবৰ্ত্তী সময়ত এয়া প্ৰথমবাৰৰ মন্ত্ৰীসভাত উপেক্ষিত এক বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধি ।…

Read More...

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা Posted on April 28, 2018 by asomkhobor অসম খবৰ LIVE@DegitalNewsDesk অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। চকলং প্ৰথাৰ বিবাহৰ কইনা হ’ব মোহময়ী অভিনেত্ৰীগৰাকী। সন্ধিয়া ৭.৩০ বজাত বিশেষ বিমানেৰে পাবহি যোৰহাট। নিশা যোৰহাটতে থাকি দেওবাৰ আৰু সোমবাৰে যোৰহাটৰ ঠেঙাল মেনৰ আৰু বনিয়ান গ্ৰুভত ব্যস্ত থাকিব শ্বুটিঙত। মঙলবাৰে বিয়লি একেখন বিমানেৰে দিল্লীলৈ উভতিব অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ  প্ৰিয়ংকা চোপ্ৰা ।

Read More...

সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা 

সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা  Posted on April 28, 2018 by asomkhobor নাৰী নিৰ্যাতন,বাল্য বিবাহ, শিশু শ্রমিক, সাম্প্ৰদায়িকতা, অন্ধ বিশ্বাস, ৰোধ কৰাৰ সৰ্ন্দভত বঙালমৰাত সজাগতা সভা  অসম খবৰ@(মনোজ বৰপত্ৰ গোঁহাই) লালুকঃ২৮এপ্ৰিল:-  বঙালমৰা আৰক্ষী চকীৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্রাদ্ৰাছ উদ্যোগত আজি এখনি জনজাগৰণ সভা বঙালমৰা বজাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আবু শ্বইদ খানে । সভাখনিৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা ও যুৱ সমাজ কৰ্মী আব্দুৰ ৰাজিবে ।  সভাত আদৰণি ভাষণ দিয়ে বিহপুৰীয়া শিক্ষাখণ্ডৰ সহকাৰী পৰিদৰ্শক আব্দুৰ ৰাজ্জাকে , তেখেতে বৰ্তমান শিশু শ্রমিক…

Read More...

২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ

২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ Posted on April 27, 2018 by asomkhobor   ২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে,বাক্সাত শোকৰ ছাঁ.. অসম খবৰLIVE@ (ধীৰাজ উপাধ্যায়) কুমাৰীকাটা: ২৭ এপ্ৰিল : ২৭ মাহৰ পিছত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত ভুগি অৱশেষত জীৱন যুদ্ধত হাৰ মানি অকাল মৃত্যুক সাৱটি ললে বাক্সা জিলাৰ এগৰাকী শিক্ষকে। তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী পাকৰিবাৰী এম. ই স্কুলৰ বিটিচি টেট(ছমহীয়া)ৰ শিক্ষক তথা খৈৰানী কাৰখেলা নিৱাসী খেম বাহাদুৰ ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ জিতেন্দ্ৰ ছেত্ৰী(৩০)ৰ…

Read More...

তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত

তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত অসম খবৰ LIVE@ তামুলপুৰ: ২৭ এপ্ৰিল:( ধীৰজ উপাধ্যায়); বাক্সা জিলাৰ তামুলপুৰৰ বৰখাটত আজি ৰাতিপুৱা  প্ৰায় ৮-৪৫ বজাত পথ দুৰ্ঘটনা হয়।জানিব পৰা মতে চামতাৰ পৰা ৰঙিয়া হৈ তামুলপুৰৰ সাপ্তাহিক বজাৰলৈ টেম্প ভেন এখনেৰে মাছ লৈ আহিছিল দুগৰাকীকৈ মাছ ব্যৱসায়ী। জগন্নাথ দাস (৩৫) আৰু লোহিত দাস (৪০) এ বাইক আৰোহীক বচাবলৈ গৈ টেম্প ভেনখন দুৰ্ঘটনাত পতিত হয় ১২৭ (ডি) নং ৰঙিয়া- ভূটান পথৰ বৰখাটাত। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থীত  তামূলপুৰৰ আৰক্ষী উপস্থিত হৈ দুয়ো গৰাকী ব্যক্তিক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।…

Read More...

সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰ দপ্তৰ বিতৰণ

# BREAKING NEWS@ASOM KHOBOR   সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰ দপ্তৰ বিতৰণ ১) সৰ্বানন্দ সোণোৱাল(মু্খ্যমন্ত্ৰী)– গৃহ, ৰাজনৈতিক, কৰ্মচাৰী, সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, অসম চুক্তি ৰূপায়ন, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, নিৰ্বাচন, তথ্য আৰু জনসংযোগ, সীমান্ত অঞ্চল উন্নয়ন, ক্ৰীড়া আৰু যুৱ কল্যাণ, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু আন মন্ত্ৰীৰ হাতত নথকা দপ্তৰ ২) মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা– বিত্ত, গড়কাপ্টানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ট্ৰেন্সফৰ্মেচন এণ্ড ডেভলপমেণ্ট ৩) অতুল বৰা– কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, নগৰ আৰু পয় প্ৰণালী উন্নয়ন ৪) প্ৰমীলাৰাণী ব্ৰহ্ম– সমাজ কল্যাণ, ভূমি সংৰক্ষণ ৫) কেশৱ মহন্ত– জলসম্পদ, বিজ্ঞান আৰু…

Read More...

মহানগৰীত হাতীগাঁও আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ বহু চোৰাং সামগ্ৰী জব্দ

**মহানগৰীত হাতীগাঁও আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ বহু চোৰাং সামগ্ৰী জব্দ। প্ৰায় ২ লক্ষাধিক টকাৰ ইলেক্টনিক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত সামগ্ৰীসহ গ্ৰেপ্তাৰ ইমৰান মলিক আৰু আজ মহম্মদ নামৰ দুজন লোক।

Read More...

গোলাঘাট নগৰ উন্নয়নৰ বাবে ১০০ কোটি ঘোষণা কৃষি-নগৰ উন্নয়ন মন্ত্ৰী অতুল বৰাৰ

গোলাঘাট নগৰ উন্নয়নৰ বাবে ১০০ কোটি ঘোষণা কৰিলে কৃষি-নগৰ উন্নয়ন মন্ত্ৰী অতুল বৰাই। ‘নগৰখনৰ সামগ্ৰিক উন্নয়নত দিয়া হ’ব গুৰুত্ব।’– গোলাঘাটত এই ঘোষণা মন্ত্ৰী বৰাৰ।

Read More...