চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন

চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন ৬ দিন ধৰি আবদ্ধ কৰি ৰখা কিশোৰীগৰাকীক উদ্বাৰঃ  অসম খবৰ@যোগীঘোপাৰ পৰা ইনামুল হকৰ ৰিপ’ৰ্ট, ৩১মে:- বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৪ৰ্থ খন্ড গাৱৰ ছকমান আলীৰ পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ গুলবাৰ হুছেইন এগৰাকী কিশোৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই আনি ৬ দিন ধৰি নিজ ঘৰত আবদ্ধ কৰি ৰাখি কিশোৰী গৰাকীক নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, কিশোৰী গৰাকীৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত মাত্ৰা ঘোলাত। কিশোৰীগৰাকী ৬ দিন পিছত আজি যোগীঘোপা থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা…

Read More...

breaking news

*ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাৰ শীৰ্ষত জিলিকিল নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ সম্প্ৰীতি ৰাজখোৱা। ৪৮৭ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে সম্প্ৰীতিয়ে। বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল হোজাইৰ আজমল কলেজৰ অমৰ সিং থাপা। ৪৮৬ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে অমৰ সিং থাপাই। আনহাতে, বাণিজ্যৰ শীৰ্ষত নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ ৰৌনক লোহিয়া। ৪৭৪ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে ৰৌনকে। *উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ দ্বিতীয় স্থানত উজলিল নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ত্ৰিদীপ বৰা। ত্ৰিদীপে লাভ কৰিছে মুঠ ৪৮৫ নম্বৰ। ৪৮৪ নম্বৰেৰে তৃতীয় স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভনীতা ৰয়। ৪৮২…

Read More...

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯.৩০ বজাত ছাত্র-ছাত্রীয়ে লাভ কৰিব ফলাফল। ১৭টা ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফলসমূহ ৱেবছাইটকেইটা নাম– http://www.ahsec.nic.in http://www.indiaresults.com http://www.jagranjosh.com http://www.school.gradup.co http://www.examresults.net http://results.amarujala.com http://www.results.shiksha http://www.assamonline.in http://www.iresults.net http://www.exametc.com http://www.knowyourresult.com http://www.timesofindia.com http://www.examresults.net/assam/ http://www.schools9.com http://www.assam.shiksha http://www.assamjobalerts.com আৰু http://www.yesresult.com যোগেদি পৰীক্ষাৰ ফলাফল গ্ৰহণ কৰিব পাৰিব । এই কথা জনাইছে AHSECৰ সচিব কমলজ্যোতি গগৈয়ে। শিক্ষানুষ্ঠানৰ অধ্যক্ষসমূহে উপায়ুক্ত কাৰ্যালয়ত পাব ফলাফল। উপায়ুক্ত কাৰ্যালয়ৰ পৰা ল’‍ব লাগিব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেটসমূহ ।

Read More...

Assam HS Results 2018 To Be Declare On Today 9.30 am⬇

Assam HS Results 2018 To Be Declare On May 31 [How To Check/ List Of Websites]⬇ Home Page The Assam Higher Secondary Education Council (AHSEC) will declare the results of Class 12 examinations on May 31. The AHSEC secretary Kamal Jyoti Gogoi said that the Council will declare the results of all three streams – Arts, Science and Commerce on May 31 at all the examination centres. The students will get their results through the official websites and application likely from 9.00 am, the official mentioned, adding, that the mark…

Read More...

২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা

২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা: ৩১ মে:  বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ মে তাৰিখে কুমাৰীকাটা আঞ্চলিক গোৰ্খা ছাত্র সন্থা আৰু vectors Academy Guwahati ৰ সহযোগত ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাৰ লগতে Science Phobia & Career Guidance ৰ এদিনীয়া কৰ্মশালা এখন আয়োজন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ব্ৰিজেছ সিং (B.Tech.IIT.ghy) , vector Academy r Operating manager ৰাজেন নেৱাৰ, কুমাৰীকাটা ছোৱালী হাইস্কুলৰ বিজ্ঞান শিক্ষক বুদ্ধ বাহাদুৰ ছেত্ৰী, কুমাৰীকাটা আঞ্চলিক গোৰ্খা ছাত্ৰ…

Read More...

নলবাৰীত দিল্লীৰ প্ৰতিনিধিৰ দলৰ কৃষি ফাৰ্ম পৰিদৰ্শন

নলবাৰীত দিল্লীৰ প্ৰতিনিধিৰ দলৰ কৃষি ফাৰ্ম পৰিদৰ্শন   অসম খবৰ@নলবাৰী,৩০মেঃ-  নলবাৰী জিলাৰ ধনতোলাৰ(চেংনৈ) জ্যোতি ফাৰ্মাছ ক্লাৱ অাৰু মৈৰাদঙ্গাৰ শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত অাজি নতুন দিল্লীৰ পৰা অহা জৈৱিক শূংঙ্খল অভিযানৰ বিষয়াৰ দলে পৰিদৰ্শন কৰে লগতে নলবাৰী সমষ্টিৰ ৪৯৯ জন কূষকক সামৰি গঠন হোৱা পাগলদিয়া এগ্ৰো অৰগেনিক প্ৰাঃ লিমেটেডৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখ্য যে নতুন দিল্লীৰ জৈৱিক শংঙ্খল অভিযানৰ বিপনন বিষয়া পাৰুল মেহতাই ফাৰ্ম দুখনৰ জৈৱিক পদ্বতিৰ কৃষি কৰ্ম দেখি অাপ্লুত হোৱাৰ লগতে বিপনন সৰ্ম্পকত ল’বলগা ব্যৱস্হাৰ বিষয়ে অালোচনা কৰে । অাজিৰ এই অনুষ্ঠানত বিষয়া গৰাকীৰ সৈতে উদ্যান শস্য বিভাগৰ…

Read More...

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন অসম খবৰ@ বিহালী, ৩০ মে: – শ্ৰী শ্ৰী অনিৰুদ্ধ দেবৰ সেবক সকলে তথা বিহালী আধাখনা মায়ামৰা সাংস্কৃতিক সংঘ আৰু যুবক সংঘৰ সহযোগত আজিৰে পৰা তিনিদীনিয়া কাৰ্যসূচীৰে আধাখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাগবত পাঠৰ আয়োজন কৰা হৈছে । বলুভদ্ৰ বৰুৱা সভাপতি আৰু লক্ষী বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি কমিটি গঠন কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী অনুুসৰি পুৱা ৯ বজাত ৫ শতাধিক লোকৰ সতে শোভাযাত্ৰা কৰি বিয়লি ২ বজাৰ পৰা ভাগবত পাঠ আৰম্ভণি কৰা হয়। ভাগৱত পাঠত অংশ গ্ৰহণ কৰে — শংকৰ দাস, সদানন্দ…

Read More...

মৰাণৰ পৰা নিখোজ হোৱা এক্সকেভেটৰ মেচিন কাৰ্বি অংলংত উদ্ধাৰ : আৰক্ষী-প্ৰশাসনক ধন্যবাদ ৰাইজৰ

মৰাণৰ পৰা নিখোজ হোৱা এক্সকেভেটৰ মেচিন কাৰ্বি অংলংত উদ্ধাৰ : আৰক্ষী-প্ৰশাসনক ধন্যবাদ ৰাইজৰ অসম খবৰ@মৰণৰ পৰা সঞ্জীৱ মলিয়া ৰিপৰ্ট, ৩০ মে:- যোৱা কিছুদিন পূৰ্বে মৰাণৰ লেঙেৰীৰ এজন যুৱকে বেংকৰ ঋণ লৈ লোৱা এখন excavetor তথা মাটি খন্দা মেচিনটো কেইমাহমান পূৰ্বে দালালৰ কবলত পৰি হেৰুৱাব লগত পৰিছিল । উক্ত মেচিনটো আৰক্ষীয়ে মঙ্গলবাৰে কাৰ্বি অংলং জিলাৰ বৈঠাংলাইত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ তত্বাবধানত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্নিচ পেগুৰ সহযোগত উদ্ধাৰ হোৱা মেচিনটো বৰ্তমান আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে । আৰক্ষী – প্ৰশাসনৰ সফলতাক স্থানীয়…

Read More...

বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন   অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা, ৩০ মে :-  বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, শিংৰামাৰী গাঁৱৰ পকী পথ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীয়ে আজি  পাকৰিবাাৰী চ‌‌’কত এখনি আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পিছতে এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত বিধায়ক গৰাকীয়ে কয় যে- কুমাৰীকাটা নাগ্ৰীজুলি চ’কৰ পৰা প্ৰায় ৫ কি.মি. ভিতৰুৱা ৰাস্তাৰ  পকীকৰণ আগন্তুক তিনি বছৰৰ ভিতৰত সম্পুৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলি ৰাইজক আশ্বাস দিয়ে । উক্ত সভাত তামুলপুৰ মহকুমাৰ এম. চি. এল.এ বিজিত গৌৰা নাৰ্জাৰী, বি.টি.চি ৰ প্ৰাক্তন এম. চি.এল.এ বাসুদেৱ উপাধ্যায় ৰ…

Read More...

বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ  নাগৰিকত্ব সংশোধনী বিধেয়ক  ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল

বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ  নাগৰিকত্ব সংশোধনী বিধেয়ক  ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল _________________________________________ অসম খবৰ LIVE@ ত্ৰিদীপ দাস, বিহালী, ২৯ মে’ :- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়তে আজি বিহালীত আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি উদোগত এক জোঁঁৰ সমদল উলিয়াই  সংগঠনটোৱে  তীব্র  প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটো শতাধিক সদস্য ই অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদল বিহালীৰ বৰগাং ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বিভিন্ন শ্ল’গানে আকাশ বহাহ কঁপাই তোলে । প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰে আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিৎ কুৰ্মী,…

Read More...

কুশল কলিতাক ‘লোকভাষা-সৰস্বতী’ বঁটা প্ৰদান :

ৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশনত অসমৰ সংস্কৃত প্ৰচাৰক কুশল কলিতাক ‘লোকভাষা-সৰস্বতী’ বঁটা প্ৰদান : অসম খবৰ@উজ্জ্বল জোতি ডেকা, দৰং, ২৯ মে :-  পুৰীত যোৱা ২৫ মে’ ৰ পৰা তিনি দিনীয়াকৈ চলি থকা ৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশনত ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ অধীনস্থ ‘সদাশিৱ সংস্কৃত বিশ্ববিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সমাপন সমাৰোহত অসমৰ মঙলদৈৰ সন্তান জ্ঞানবিকাশ একাডেমীৰ অধ্যক্ষ কুশল কলিতাক দেশৰ অান ১৪ গৰাকী সংস্কৃত সেৱকৰ সৈতে ‘লোকভাষা-সৰস্বতী’ বঁটাৰে সন্মানীত কৰা হয় । সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যৰে সংস্কৃত পণ্ডিত আৰু অধ্যাপক সকল উপস্থিত থকা বিশাল গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত পুৰীৰ চাকেট ধাম মথৰ স্বামী ছিতা মহানন্দ সৰস্বতী দেৱে বঁটাসমূহ…

Read More...

মহানগৰীত চাঞ্চল্য : কাহিলিপাৰা ভাড়াঘৰত উদ্ধাৰ কিন্নৰৰ মৃতদেহ :

মহানগৰীত চাঞ্চল্য : কাহিলিপাৰা ভাড়াঘৰত উদ্ধাৰ কিন্নৰৰ মৃতদেহ : চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো  অসম খবৰ LIVE@ জাহিদুল ইছলাম, গুৱাহাটী, ২৯ মে’ :-  কাহিলিপাৰা দক্ষিনগাঁও অঞ্চলত এটা ভাড়াঘৰত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা কিন্নৰৰ মৃতদেহ । কাহিলিপাৰা দক্ষিনগাঁও তিনিআলিত প্ৰায় দুবছৰৰ পৰা দ্বীপজ্যোতি নাথ নামৰ এজন কিন্নৰে ভাড়াতীয়া হিচাপে উত্তম ঠাকুৰীৰ ভাড়াঘৰত  থাকি আহিছে ।  কিন্তু অতি চাঞ্চল্যকৰ ভাবে যোৱা নিশা দ্বীপজ্যোতি নিজ ভাড়া ঘৰত চিপজৰি লৈ থকা অৱস্থাত স্থানীয় ৰাইজ আৰু  ওচৰ পাজৰৰ ভাড়াতীয়াই দিনৰ পৰাই ১১ মান বজাত দ্বীপজ্যোতিক নিজ ৰুমৰ পৰা উদ্ধাৰ কৰে ।  লোকসকলে জানিবলৈ দিয়া…

Read More...

পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম কংগ্ৰেছৰ প্ৰতিবাদ অসম খবৰ@জাহিদুল ইছলাম, গুৱাহাটী ,২৯ মে :- পেট্ৰ’ল ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধি তথা বিগত চাৰি বছৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাইজক কৰি অহা বিশ্বাসঘটকতাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা উলিওৱা প্ৰতিবাদী চাইকেল ৰেলীত উপস্থিত থকাৰ কিছু দৃশ্য । কংগ্রেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ‘তৰুণ গগৈ’ ডাঙৰীয়াৰ লগত কেইবাজনো জ্যেষ্ঠ নেতা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে 

Read More...

বিশ্বনাথৰ পাণপুৰ মথাউৰি নিৰ্মানত দুৰ্নীতিৰ অভিযোগ

বিশ্বনাথত পাণপুৰ মথাউৰি নিৰ্মানত দুৰ্নীতিৰ অভিযোগ শীঘ্ৰে মথাউৰী নিৰ্মাণ কাম সম্পন্নৰ দাবী ৰাইজৰ  অসম খবৰ @ বিশ্বনাথ , ২৭ মে:- বাৰিষা আহিল বুলি ক’লেই বকু কপে বিশ্বনাথ ঘাটৰ পাণপুৰ বাসী ৰাইজৰ । কাৰণ বাৰিষাই কাল হয় অঞ্চলবাসীৰ বাবে । এই সময়ছোৱাত  বানপানী ফলত বিশ্বনাথ ঘাটৰ দাঁতিকাষৰীয়া অঞ্চল কুমলীয়া, পাণপুৰ আধাভেটী অঞ্চলৰ সমূহত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰি অঞ্চলটোৰ শ শ কৃষি ভুমিৰ লগতে ঘৰৰ সকলো সামগ্ৰী খহনীয়াত জাহ যায় । বৰ্তমান এই অঞ্চলটোত মথাউৰী নিৰ্মাণ কামত লেহেমীয়া আৰু অবাধ ঠিকাদাৰ দুৰ্নীতিয়ে ৰাইজক চিন্তিত কৰি তুলিছে । বিশ্বনাথ বাসী ৰাইজৰ লগতে বিভিন্ন…

Read More...

বিশ্বনাথৰ পাণপুৰ মথাউৰি নিৰ্মানত দুৰ্নীতিৰ অভিযোগ

বিশ্বনাথৰ পাণপুৰ মথাউৰি নিৰ্মানত দুৰ্নীতিৰ অভিযোগ শীঘ্ৰে মথাউৰী নিৰ্মাণ কাম সম্পন্নৰ দাবী ৰাইজৰ  অসম খবৰ @ বিশ্বনাথ , ২৭ মে:- বাৰিষা আহিল বুলি ক’লেই বকু কপে বিশ্বনাথ ঘাটৰ পাণপুৰ বাসী ৰাইজৰ । কাৰণ বাৰিষাই কাল হয় অঞ্চলবাসীৰ বাবে । এই সময়ছোৱাত  বানপানী ফলত বিশ্বনাথ ঘাটৰ দাঁতিকাষৰীয়া অঞ্চল কুমলীয়া, পাণপুৰ আধাভেটী অঞ্চলৰ সমূহত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰি অঞ্চলটোৰ শ শ কৃষি ভুমিৰ লগতে ঘৰৰ সকলো সামগ্ৰী খহনীয়াত জাহ যায় । বৰ্তমান এই অঞ্চলটোত মথাউৰী নিৰ্মাণ কামত লেহেমীয়া আৰু অবাধ ঠিকাদাৰ দুৰ্নীতিয়ে ৰাইজক চিন্তিত কৰি তুলিছে । বিশ্বনাথ বাসী ৰাইজৰ লগতে বিভিন্ন দল…

Read More...