মোৰাঝাৰত পুৰুষ প্ৰেমিকৰ প্ৰতাৰণাঃ মহিলাক গৰু বন্ধা ৰছিৰে বান্ধি নিৰ্মম প্ৰহাৰঃ চুৰ্ণিৰে বান্ধি চোচোৰাই নিলে আধা কিলোমিটাৰ বাট

মোৰাঝাৰত পুৰুষ প্ৰেমিকৰ প্ৰতাৰণাঃ মহিলাক গৰু বন্ধা ৰছিৰে বান্ধি নিৰ্মম প্ৰহাৰঃ চুৰ্ণিৰে বান্ধি চোচোৰাই নিলে আধা কিলোমিটাৰ বাট অসম খবৰ@ছাদিকুজ জামান, মোৰাঝাৰ ৩০ জুনঃ মানৱ আজি দানৱৰ শাৰীত গৈছে নেকি? এটাৰ পিছত আনটো ঘটনা সংঘটিত হৈছে ৰাজ্যত । অতি নিৰ্মম, নিকৃষ্ট, অমানৱীয় এক বৰ্বৰ নাৰী নিৰ্যাতনে কঁপাই গ’ল হোজাই জিলাৰ মোৰাঝাৰ ৷ জিলাখনৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক গৰু বন্ধা ৰচীৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰা এক ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পোহৰলৈ অহা ভিডিঅ’টোত এগৰাকী অসহায় মহিলাক খুঁটাত হাত, ভৰি সহ…

Read More...

মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালা

মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালা অসম খবৰ @ জামুগুৰিহাট , ২৯ জুন : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এটা আগশাৰী সাংস্কৃতিক গোষ্ঠী ” মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী ” ৰ উদ্যোগত অহা ৫ জুলাই পৰা ২০ জুলাইলৈ বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰা হৈছে ৷ উক্ত কৰ্মশালাত অসমৰ বিভিন্ন ঠাইৰ বিশিষ্ট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হব বুলি সম্পাদক উদ্দিপ্ত কাশ্যপে জানিবলৈ দিয়ে ৷ উক্ত কৰ্মশালাৰ ভর্তিমাছুল ২৫০ টকা ৷ লগতে অসমৰ যিকোনো ঠাইৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে য়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি সভাপতি বিৰাজ হাজৰিকাৰ প্ৰমুখ্যে সম্পাদকদ্বয়ে জনায় ৷

Read More...

দিছপুৰ প্ৰেছ ক্লাৱত স্মৃতিচাৰণ সভা

দিছপুৰ প্ৰেছ ক্লাৱত স্মৃতিচাৰণ সভা অসম খবৰ@জাহিদুল ইছলাম, ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,২৯ জুন -: আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত আদৰ্শ শিক্ষক প্ৰবন্ধক জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সোৱৰণত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সভাত কেবাজনো বিশিষ্ট সমাজ কৰ্মী লগতে শিক্ষক উপস্থিত থাকে ।

Read More...

AASU & 28 groups stage ‘gana satyagraha’ against Citizenship Bill at Guwahati

AASU & 28 groups stage ‘gana satyagraha’ against Citizenship Bill at Guwahati অসম খবৰ@Jahidul Islam, Guwahati,29 June:- .The All Assam Students’ Union (AASU) and 28 other organizations representing various ethnic communities staged a ‘gana satyagraha’ in protest against the Bharatiya Janata Party-led Central Government’s move to implement the Citizenship (Amendment) Bill, 2016 and demanded scrapping of the Bill immediately. Addressing a gathering, AASU chief advisor Dr Samujjal Kumar Bhattacharyya asked the BJP-led Centre and the State Government to work in the interest of the indigenous people of the State otherwise…

Read More...

বিশ্বনাথৰ বন বিভাগৰ কাৰ্যালয়ত লাখ লাখ  টকাৰ উজান ● বন বিভাগৰ জালত এটা পিছত এটাকৈ চোৰাং চিকাৰী

বিশ্বনাথৰ বন বিভাগৰ কাৰ্যালয়ত লাখ লাখ  টকাৰ উজান ● বন বিভাগৰ জালত এটা পিছত এটাকৈ চোৰাং চিকাৰী অসম খবৰ@ বিশ্বনাথ চাৰিআলি পৰা শ্ৰীমন্ত দাস, ২৯জুন : বিশ্বনাথৰ নৰ্ডান ৰেঞ্জাৰ আৰু বিশ্বনাথ আৰক্ষীয়ে অব্যাহত ৰাখিছে চোৰাং চিকাৰী অভিযান  । এটা পিচত এটাকৈ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ নৰ্ডান ৰেঞ্জা কাৰ্যালয় আৰু আৰক্ষীয়ে । যোৱা দুদিন পূৰ্বে বন বিভাগ আৰু আৰক্ষী যুটীয়া অভিযানত আটক হোৱা এটা চোৰাং চিকাৰী ভাষ্য অনুসৰি বিশ্বনাথ নৰ্ডান ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা আৰু বিশ্বনাথ জিলা আৰক্ষী ডিএছ পি দেবুজিৎ নাথৰ যুটীয়া অভিযানত এটা চোৰাং চিকাৰী খহুৰক ঘৰৰ …

Read More...

নলবাৰীৰ দৌকুছি-বৰ অাজাৰা সংযোগী পথৰ দুৰৱস্থা ➡মেৰামতিৰ অভাৱত বিধ্বস্ত যাতায়ত

➡মেৰামতিৰ অভাৱত বিধ্বস্ত যাতায়ত নলবাৰীৰ দৌকুছি-বৰ অাজাৰা সংযোগী পথৰ দুৰৱস্থা অসম খবৰ@নলবাৰী,২৯ জুনঃ নলবাৰীৰ  দৌকুছিৰ পৰা বৰ অাজাৰা হৈ নলবাৰী চহৰলৈ যোৱা পথটো প্ৰায় বিধ্বস্ত হৈ পৰিছে । তদানীন্তন নলবাৰী সমষ্টিৰ  বিধায়ক জয়ন্ত মল্ল বুজৰ বৰুৱাৰ দিনত ২০১০ চনত নলবাৰীৰ তপন ডেকা নামৰ ঠিকাদাৰ জনে নিৰ্মান কৰিছিল যদিও নিৰ্মাণ কাৰ্য নিম্নমানৰ হোৱাত পথটো জৰাজীৰ্ণ হৈ পৰাৰ  অভিযোগ উঠিছে । সেই তেতিয়াৰ পৰা অাজি পৰ্যন্ত মেৰামতি নহল এই পথটো  । উল্লেখ্য যে নিৰ্মানৰ ৮ বছৰ সম্পূৰ্ণ হোৱা উক্ত পথটো পুনৰ নিৰ্মান নোহোৱাত অঞ্চলটোৰ  সচেনত লোকে স্থানীয় বিধায়ক অশোক শৰ্মাৰ হস্তক্ষেপ দাবী…

Read More...

পৃথক কমতাপুৰ আৰু জনজাতি কৰণৰ দাবীত বঙাইগাঁও গান্ধী ময়দানত বিশাল গণ সমাবেশ

দিল্লী দিশপুৰত আলোচনা কৰিলে ১হাজাৰ বছৰত জনজাতিকৰণ নহব কোচৰাজবংশীৰ: অখিল গগৈ অসম খবৰ@বঙাইগাঁও, ২৮ জুন: পৃথক কমতাপুৰ আৰু জনজাতি কৰণৰ দাবীত বঙাইগাঁও গান্ধী ময়দানত বিশাল গণ সমাবেশৰ আযোজন কৰে আক্ৰাছুৱে ৷ উক্ত গণ সমাবেশ উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলচ এছোচিয়েশ্যনৰ সম্পাদক, কোচৰাজবংশী সাহিত্য সভাৰ সভাপতি, আমছুৰ সভাপতি, আছাৰ সভাপতি , অখিল গগৈ আৰু বিভিন্ন কোচৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনৰ প্ৰতিনিধি ৷অখিল গগৈ তেওঁৰ ভাষণত কয় কোচৰাজবংশী জনগোষ্ঠী জনজাতি কৰণৰ বাবে দিল্লী দিছপুৰ গৈ লাভ নাই , দিল্লী দিশপুৰ গৈ আলোচনা কৰিলে জনজাতিকৰণ ১০০০ বছৰত নহব বুলি উল্লেখ কৰে ৷ গগৈয়ে কোচৰাজবংশী…

Read More...

জামুগুৰিহাটৰ হিমাংশু বৰাৰ মৃতদেহ উদ্ধাৰ 

জামুগুৰিহাটৰ হিমাংশু বৰাৰ মৃতদেহ উদ্ধাৰ  অসম খবৰ , জামুগুৰিহাট , ২৮ জুন : শোনিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানা অন্তগত জীয়াভৰলী দাতিকাষৰীয়া চামধৰা ঘাটত গা ধুবলৈ যোৱা তিনি ছাএৰ ভিতৰত হিমাংশু ক জীয়াভৰলীৰ প্ৰবল সোতে উতুৱাই নিয়া ঘটনাই ঘৰ খনৰ লগতে অঞ্চলটোলৈ শোকৰ বন্যা কঢ়িয়াচে ৷উক্ত ঘটনাত জামুগুৰি আৰক্ষী থানা আৰু SDRF বাহিনীয়ে অভিযান চলাই আজি হিমাংশু বৰাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে মৃতদেহ পোৱা বাতৰি গম পাই ঘৰ খনৰ লগতে অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ লগতে “অসম খবৰ ” সমূহ কমকতাৰ ফালৰ পৰা হিমাংশু বৰাৰ আত্মাৰ…

Read More...

Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country

’ Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country অসম খবৰ@Jahidul Islam, Guwahati,28June:- Tarun Gogoi, Former Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country specially with Pakistan. Earlier also surgical strike did take place during the previous UPA and NDA government. It carried by the army and it was not disclosed earlier as it was Indian army secrecy. But the present Modi government and BJP party want to take political advantage…

Read More...

বালিজুৰি তিনিঅালি প্ৰাথমিক বিদ্যালয়ৰ দুৰবস্থা প্ৰধান মন্ত্রীৰ মোডীৰ ডিজিটেল ইণ্ডিয়াক প্ৰত্যাহ্বান

বালিজুৰি তিনিঅালি প্ৰাথমিক বিদ্যালয়ৰ দুৰবস্থা প্ৰধান মন্ত্রীৰ মোডীৰ ডিজিটেল ইণ্ডিয়াক প্ৰত্যাহ্বান অসম খবৰ@অপূৰ্ব সুমন, নগাওঁ, ২৮জুন :- এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ পৰিবেশ দেখিলে অাপোনাৰ মনত পৰিব ১৯ বিংশ শতিকালৈ। বিদ্যালয়খনৰ ছাত্র-ছাত্রীৰ পঢ়া শুনা ব্যৱস্থাই প্ৰত্যাহ্বান জনাইছে নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়া অাৰু সৰ্বানন্দৰ এডভান্স আসামক। নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অাৰু ৰূপহী শিক্ষাখণ্ডৰ অধীনৰ (চৰকাৰী) বালিজুৰি তিনিআলি প্ৰাথমিক বিদ্যালয়খনত কি ঘটিছে সেয়া শিক্ষা বিভাগত উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনে হয়তো খবৰ ল’বলৈ সময় নাপায়। য’ত অাজিৰ তাৰিখত এটা জুপুৰি সদৃশ ঘৰত পাঁচটাকৈ শ্ৰেণী কোঠাত শিক্ষা দান কৰিছে দুজন শিক্ষকে।…

Read More...

National Inter State Senior Athletics lived up to her fast rising sprint star status as she pocketed the gold in women’s 200m race

ASOM KHOBOR@(Jahidul Islam)NEWS DESK , GUWAHATI 28 June : National Inter State Senior Athletics lived up to her fast rising sprint star status as she pocketed the gold in women’s 200m race in a meet record-equalling time of 23.10 seconds to book a ticket for the Asian Games, on day two of the 58th National Inter State Senior Athletics Championships here on Wednesday. Running at lane number 7, the 18-year-old local favourite led the final race from start to the end as she left behind Dutee Chand (23.41) of Odisha…

Read More...

হোজাই-যমুনামুখ যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ ফলাফলত জালিয়াতি

হোজাই-যমুনামুখ যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ ফলাফলত জালিয়াতি ➡লবীকেন্দ্ৰীক ৰাজনীতি পুনৰ আৰম্ভ ➡ৰিপুন বৰাক স্মাৰক পত্ৰ প্ৰদান অসম খবৰ@ছাদিকুজ জামান,মোৰাঝাৰ,২৮ জুন :- অসম প্ৰদেশৰ প্ৰধান শক্তিশালী বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছ । সাম্প্ৰতিক ৰাজ্য খনত সাংগঠনিক নিৰ্বাচনক লৈ যুৱ সমাজৰ উচাহ পৰিলক্ষিত হয় । কিন্ত যমুনামুখত পুনৰ আৰম্ভ হৈছে লবী ৰাজনীতি । এই নিৰ্বাচনত ধনবল বাহুবল প্ৰয়োগ কৰি ভোটাৰৰ ভোট আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে । হোজাই জিলা সমিতি খন পোন প্ৰথমবাৰৰ বাবে গঠিত হব, সেয়া হোজাই জিলা সমিতিৰ সভাপতি পদত প্ৰায় ৫ জন প্ৰাৰ্থী প্ৰতিত্বদ্বিতা কৰিছিল । লগতে যমুনামুখ বিধান সভা সমষ্টিৰ…

Read More...

অভিযাত্ৰী কলাকেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা

অভিযাত্ৰী কলাকেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা   অসম খবৰ @মৃন্ময় শইকীয়া, জামুগুৰিহাট , ২৭জুন : শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন আগশাৰী কলাকেন্দ্ৰ ” অভিযাত্ৰী কলাকেন্দ্ৰ ” ৷ অহা ১০জুলাই ৰ পৰা ৩০ জুলাই ২০১৮ তাৰিখলৈ জামুগুৰি অভিযাত্ৰী কলাকেন্দ্ৰৰ উদ্যোগত আধুনিক নৃত্য আৰু গীতৰ কৰ্মশালা আয়োজন কৰা হৈছে ৷ অভিযাত্ৰী কলাকেন্দ্ৰৰ অধ্যক্ষ নলিনীৰঞ্জন ভূঞাই জানিবলৈ দিয়া অনুসৰি কৰ্মশালাত বলিউদত কৰ্মৰত বিশিষ্ট কৰিঅ’গ্ৰাফাৰ ভাস্কৰ আৰু স্নেহাক (কলকাতা) প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰিছে ৷ আনহাতে নিম্নতম সাত বছৰ ওপৰৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিব পাৰিব আৰু নামভৰ্তি মাচুল – ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে । লগতে অধিক…

Read More...

তামুলপুৰত যুৱ স্বাৱলম্বন প্ৰশিক্ষণ তথা যোগ শিৱিৰৰ সামৰণি

তামুলপুৰত যুৱ স্বাৱলম্বন প্ৰশিক্ষণ তথা যোগ শিৱিৰৰ সামৰণি অসম খবৰ@ধীৰজ উপাধ্যায়,তামুলপুৰ ২৭জুনঃ বাক্সা জিলাৰ তামুলপুৰত ২৩ জুন ২০১৮ ইং তাৰিখৰ পৰা পতঞ্জলিৰ উদ্যোগত পতঞ্জলি যোগ সমিতি, পতঞ্জলি মহিলা যোগ সমিতি, ভাৰত স্বাভীমান ন্যাস, কিষান সেৱা সমিতি, যুৱ ভাৰত আৰু হামৰো স্বাভীমান এই ছয়টা সংগঠনৰ দ্বাৰা যুৱ স্বাৱলম্বন প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মহিলা পতঞ্জলী প্ৰভাৰী শান্তি বিশ্ব কৰ্মা, যোগ প্ৰচাৰক মোহন ভট্টৰাই, ভাৰত স্বাভিমান প্ৰভাৰী গংগা আচাৰ্য ,পতঞ্জলী যোগ সমিতিৰ প্ৰভাৰী চত্ৰ বাহাদুৰ মহন্ত আৰু বিক্ৰয় বিষয়া দীনেশ বৈশ্য ই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে। আজি সম্পন্ন হোৱা প্ৰশিক্ষণ…

Read More...