৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক স্বৰূপ “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী” বৰ্ণালী কলিতা,গুৱাহাটী ১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা। প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী। ১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ জন…

Read More...

অসমীয়া ছবি নিৰ্মাণত ব্যস্ত এগৰাকী উদ্যমী লিখক অৰ্ণৱ নাথ

অসমীয়া ছবি নিৰ্মাণৰ কামত ব্যস্ত জামুগুৰিহাটৰ লিখক অৰ্ণৱ নাথ অসম খবৰ জামুগুৰিহাট,৩১ জুলাই জামুগুৰিহাটৰ উজৰাচুক গাৱঁৰ এজন যুৱক ৷ নাম লিখক নাথ , নাটক চিনেমাৰ প্ৰতি আগ্ৰহী যুৱক জন শেহতীয়াকৈ ব্যস্ত হৈ পৰিছে এখন সম্পূৰ্ণ অসমীয়া ছবি নিৰ্মাণৰ কামত ৷আৰ্থিক ভাবে টনকিয়াল নহয় যদিও অতি কম খৰচৰে এখনি সুন্দৰ ছবি নিৰ্মাণৰ চেষ্টা যুৱক জনৰ ৷ শ্ৰোতা – দৰ্শকক এখন ভাল অসমীয়া ছবি উপভোগ কৰাবৰ বাবে অসমৰ ভিন্ন প্ৰান্তত চিএ গ্ৰহণত ব্যস্ত হৈ পৰিছে তেওঁৰ লগতে একাংশ যুৱক ৷ শব্দ প্ৰডাকচনৰ জৰিয়তে লিখক নাথৰ পৰিচালনা , কাহিনী , চিএনাট্য সংলাপ আৰু স্থানীয় কেইবাজনো…

Read More...

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা

২০১৮ বৰ্ষতেই ৫০ হাজাৰ গছপুলি ৰোপণ কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম খবৰ জামুগুৰিহাট ৩১ জুলাই চতিয়া সমষ্টিৰ চাৰিওফালে সেউজীয়া হোৱাৰ পথত যেন আগবাঢ়িছে বিধায়ক পদ্ম হাজৰিকা ৷ অসমৰ ভিতৰতে সেউজীয়া সমষ্টি হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই বছৰৰ ভিতৰতে পঞ্চাশ হাজাৰ গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে ৷ বিধায়ক পদ্ম হাজৰিকাৰ এই পদক্ষেপে চতিয়া সমষ্টিলৈ এক সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিব ৷

Read More...

গৃহীত হ’ল “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮

গৃহীত হ’ল ‘অপৰাধী আইন সংশোধন      বিধেয়ক ২০১৮’   অসম খবৰ, গুৱাহাটী ৩১ জুলাই দেশত দিনক দিনে বাঢ়ি থকা শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা সমূহক ৰোধ কৰাৰ প্ৰচেষ্টাৰে সোমবাৰে চলিত লোকসভাত গৃহীত হ’ল “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮”। সোমবাৰে এই আইনখন গৃহীত কৰি তাৰ অধীনত কোনো ব্যক্তিয়ে যদি ১২ বছৰৰ তলৰ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা ঘটনা পোহৰলৈ আহে, তেনেক্ষেত্ৰত অভিযুক্তক কঠোৰৰ পৰা কঠোৰত্বম শাস্তি প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা কথা উল্লেখ কৰে । “অপৰাধীক আইন সংশোধন বিধেয়ক ২০১৮”ৰ অনুসৰি ১২ বছৰৰ তলৰ কিশোৰীক বলৎকাৰৰ ক্ষেত্ৰত অপৰাধীক আজীৱন কাৰাদণ্ডৰ উপৰিও…

Read More...

NSK কাৰ্য্যলয়ত মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়

BREAKING NEWS মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়   মহানগৰৰ কাহিলিপাৰা দাক্ষিনগাঁও তিনিআলি স্থিত দাক্ষিনগাঁও হাইস্কুলত আজি মহানগৰ আয়ুক্ত হীৰেন নাথে মত বিনিময় কৰে Nsk ( code 0756/Dispur4) NSK কাৰ্যালয়ত নিয়োগ হৈ থকা বিষয়া আৰু ৰাইজৰ সৈতে । আয়ুক্ত নাথে অসম খবৰৰ সাংবাদিকক জনোৱা মতে এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা মহানগৰীত সৃষ্টি হোৱা নাই আৰু লগতে তেওঁ জনাই যে মহানগৰ আৰক্ষী সকলো সময়তে সষ্টম হৈ আছে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ।

Read More...

প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণি অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস

প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণি অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস ● ছাত্ৰ জীৱন ৰসাল আৰু শান্তিৰ জীৱন এই জীৱন সুন্দৰ কৰাৰ প্ৰথম পথটোৱেই হৈছে শিক্ষা- গুৰুজ্যোতি দাস অসম খবৰ@খাৰুপেটিয়া ৩১ জুলাই :: দৰং জিলাৰ পূৱ মঙ্গলদৈৰ অন্তৰ্গত ধূলাৰ জ্যোতি সংঘ প্ৰাঙ্গনত ধুলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক হৰেন্দ্ৰ নাথৰ সঞ্চালনাত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফলৰ অন্তত বঁটা বিতৰনি সভা অনুষ্ঠিত কৰা হয় । অঞ্চলৰ কেইবাজনো শিক্ষিত নিৱনুৱা যুৱকে একত্ৰিত হৈ নতুন প্ৰজন্মৰ লগতে সমাজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষাৰ পোহৰ বিলুৱাৰ উদ্দেশ্যৰে জ্ঞানোদয় টিউচন চেণ্টাৰ নামে এখন শিক্ষানুষ্ঠান জন্ম দিয়ে।…

Read More...

নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা ◆ নাম বাদ পৰিলেও সংকীট হোৱাৰ প্ৰয়োজন নাই… অসম খবৰ @গুৱাহাটী,৩০ জুলাই: এন আৰ চি পূৰ্ণাঙ্গ খচৰা তালিকা নাম প্ৰকাশ নোহোৱাৰ বাবে এগৰাকী মহিলাই কান্দোনত ভাগি পৰিল । আজি প্ৰকাশ পালে এন. আৰ.চিৰ সম্পূৰ্ণ খচৰা তালিকা। তালিকাখনক লৈ বহুতৰ মুখত হাঁহি বিৰিঙিল যদিও আকৌ বহুতৰ চকুত চকুলো দেখা পোৱা গ’ল। আমি দেখুৱাব খোজা এইগৰাকী মহিলা এন আৰ চিত নাম নাহিল । পুৱাই এন আৰ চিৰ কেন্দ্ৰ গৈ দেখা নাপালে নিজৰ নামটো । মহিলা গৰাকী অভিযোগ কৰে সম্পূৰ্ণ তথ্য…

Read More...

৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক 👉 “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক স্বৰূপ “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী” 📝 বৰ্ণালী কলিতা,গুৱাহাটী ১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা। প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী। ১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫…

Read More...

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা   অসম খবৰ@ মৰিগাঁও,৩০ জুলাই শান্তি শৃংখলা পৰিবেশত মৰিগাঁৱত আজি প্ৰকাশ পালে দ্বিতীয় খন NRC খচৰা সমগ্ৰ ৰাজ্য খনত মুঠ ৩ কৌতি ২৯ লাখ লোকে এই NRC আবেদন কৰিছিল যদিও তাৰে ২ কৌতি ৮৯ লাখ ৬৭৭ জনৰ নাম সন্নিবিষ্ট হৈছে আৰু ৪০ লাখ ৭ হাজাৰ ৭০৮ জনৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে। ইতিমধ্যে NRC ৰ কতৃপক্ষৰ পৰা জানিব পৰা গৈছে যে এই বাদ পৰা লোক সকলৰ চিন্তা কৰা কোনো কাৰণ নাই এই সকল লোকে পুনৰ আবেদন কৰিব পাৰিব । আজি পুৱা…

Read More...

নুমলীগড়ত এটি পথে জীয়াতু ভুগাইছে ৰাইজক

নুমলীগড়ত এটি পথে জীয়াতু ভুগাইছে ৰাইজক অসম খবৰ মানস বৰুৱা,নুমলীগড় ৩০ জুলাই:- নুমলীগড়ত এটি পথৰ বিধস্ত ৰূপ নুমলীগড় ৰিফাইনেৰী গাতে লাগি থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰংবং গড় বস্তী হৈ বকিয়াল সংযোগী পথটি একেবাৰে শোচনীয় ।পথটিৰ মাজত পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে।বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী অহা লগতে ৰোগীক চিকিৎসালয়লৈ অনা নিয়াত বহুত অসুবিধাৰ সন্মুখীন হৱ লগা হয়।এই পথটিৰ নিৰ্মান কৰাৰ বাৱে নুমলীগড় ৰিফাইনেৰী লগতে ৰংবং গাওঁ পঞ্চায়তে আজিলৈ কোনো পদক্ষেপ লোৱাৰ পৰিলক্ষিত নহল। স্থানীয় ৰাইজে এই পথটিক অতি শীঘ্ৰেই নিৰ্মাণ কৰি দিবৰ বাৱে দাবী জনাইছে।

Read More...

যুৱকক ৰঙিয়াত ঘপিয়াই হত্যা

 দুৰ্নীতি  বিৰুদ্ধে মাত মতা যুৱকক               ৰঙিয়াত ঘপিয়াই হত্যা   অসম খবৰ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৩০ জুলাই ৰঙিয়াৰ ওচৰৰ বিহাপাৰা গাঁৱৰ আনচাৰ আলী নামৰ ব্যক্তিজনক দুৰ্বৃত্তই ডেগাৰেৰে ঘপিয়াই হত্যা কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে কাউৰবাহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই গেপ্তাৰ কৰে। সেই ঘটনাটোত দুৰ্নীতি নিবাৰক শাখাক সহায় কৰা আনচাৰ আলীয়ে কাউৰবাহাৰ পৰা উভতি অহা সময়ত খন্দিকৰৰ চাইফুদ্দিন, গোলাম নবী আজাদ, মনিৰ আলী আৰু খালেক আলীয়ে আজি বিয়লি ৰাস্তাত আগভেটি ধৰি…

Read More...

পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী ভৱেশ কলিতা

                পথৰ আধাৰশিলা স্থাপন            মন্ত্ৰী ভৱেশ কলিতা   অসম খবৰ ৩০ জুলাই: অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতাই আজি ৰঙিয়া-বৰঘুলি পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি কলিতাই কয় যে ৰঙিয়া অঞ্চলৰ ৰাস্তা-ঘাট, পথ, দলংসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্ব দিছে। যিসমূহ ৰাস্তা জৰাজীৰ্ণ হৈ আছে সেইসমূহো শীঘ্ৰে মেৰামতি কৰা হ’ব বুলিও তেওঁ আধাৰশিলা অনুষ্ঠানত ঘোষণা কৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিছে আৰু অনাগত দিনত অধিক গুৰুত্ব প্ৰদান কৰা…

Read More...

মোছলেম উদ্দিন মণ্ডলৰ সংবাদমেল

NRC চুড়ান্ত খচৰা প্ৰকাশকলৈ ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ     সম্পাদক মোছলেম উদ্দিন মণ্ডলৰ সংবাদ মেল অসম খবৰ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট , ৩০ জুলাই:- শেহতীয়াকৈ এন আৰ চি চুড়ান্ত খচৰা প্ৰকাশ সম্পৰ্কে বিলাসীপাৰাত সংবাদ মেল অনুষ্ঠিত কৰি ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে মহামান্য উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এজনো বিদেশীৰ নাম এন আৰ চি অন্তৰ্ভুক্তি নোহোৱাকৈ আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ মাজ ৰাতিৰ অসম চুক্তি সাপেক্ষে এজনো প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ নপৰে তাৰ বাবে আহ্বান জনায়। এই…

Read More...

বিধায়ক ৰমাকান্ত দেউৰীৰ নাম নাহিল NRC

 বিধায়ক ৰমাকান্ত দেউৰীৰ         নাম নাহিল NRCত অসম খৱৰ , তেজপুৰ পৰা মৃন্ময় শইকীয়া , ৩০ জুলাই : আজি প্ৰকাশ পালে NRC ৰ সম্পূৰ্ণ খচৰা ৷ ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিৱিষ্ট হৈছে NRC ৰ সম্পূৰ্ণ খচৰাত , আনহাতে ৩ কোটি ২৯ লাখ লোকে আবেদন কৰাৰ ভিতৰত ৪০ লাখ ৭ হাজাৰ ৭০৮ জনৰ নাম ৰখি গৈছে NRC সম্পূৰ্ণ খচৰাৰ পৰা লগতে বাদ পৰিছে মৰিগাওঁৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নাম ৷ মৰিগাওৰ বিধায়কে পুনৰ আবেদন নকৰো বুলি অৱগত কৰিলে ৷ NRC ৰ সম্পূৰ্ণ খচৰাত…

Read More...

 বিশ্বনাথত মন্ত্ৰী ৰিহণ দৈমাৰী

     বিশ্বনাথ জিলাৰ চৰকাৰী বিভাগসমূহৰ                   কাম-কাজৰ পৰ্যালোচনা                মন্ত্ৰী ৰিহণ দৈমাৰীৰ অসম খবৰ বিশ্বনাথ চাৰিআলি, ৩০ জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ মুহূৰ্তত বিশ্বনাথ জিলাত উপস্থিত থকা জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে।  উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে বিভাগসমূহৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ…

Read More...