নলবাৰীত অভিনন্দন অনুষ্ঠান সম্পন্ন

নলবাৰীত অভিনন্দন অনুষ্ঠান সম্পন্ন অসম খবৰ@নলবাৰী,১জুলাইঃ নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয় প্ৰাংগনত অাজি স্হানীয় বিধায়ক নাৰায়ন ডেকাৰ উদ্যোগত বৰভাগ অঞ্চলৰ শিক্ষাৰ্থীৰে মত বিনিময় অাৰু অভিনন্দন অনুষ্ঠন অনুষ্ঠিত হয় । বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফনীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক নাৰায়ন ডেকা,বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফনীধৰ ডেকা,অাইতৰু হাইস্কুলৰ অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক জ্যোতিষ ভূঞাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী অাৰু ভালে সংখ্যক লোক উপস্থিত থাকে । উক্ত সভাতে বৰভাগ অঞ্চলৰ ভালে সংখ্যক বিদ্যালয়ক গুণোৎসৱত ভাল ফলাফল প্ৰদৰ্শন কৰা বাবে বিধায়কে  মানপত্ৰ সহ শুভেচ্ছা জ্ঞাপন কৰে । লগতে বৰভাগ অঞ্চলৰ হাইস্কুল শিক্ষান্ত অাৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উওীৰ্ণ শতাধিক…

Read More

ৰাজ্যত মৰেল পুলিচৰ উদ্ভণ্ডালি

ৰাজ্যত মৰেল পুলিচৰ উদ্ভণ্ডালি   অসম খবৰ@উজ্জ্বল জোতি ডেকা ,মঙ্গলদৈ ১ জুলাই :- ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে মৰেল পুলিচৰ ঘটনা। কিছুদিনৰ আগতে ডকমকা, বিশ্বনাথত মৰেল পুলিচৰ দাদাগিৰি পিছত এইবাৰ চুৰিৰ সন্দেহত দৰঙৰ দৈপামত মানসিক বিকাৰগ্ৰস্ত যুৱকক আক্ৰমণ কৰিলে কিছুমান উদণ্ড লোকে। বেছিমাৰীৰ ইমৰাজুল হক নামৰ যুৱকজনক প্ৰহাৰ একাংশৰ। ঘটনাক কেন্দ্ৰ কৰি দৈপামত এতিয়াও উত্তেজনা অব্যাহত আছে ।

Read More

নাগৰিকত্বঃবিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে সক্ৰিয় মণিপুৰ চৰকাৰ

অসম খবৰ@  নিউজ ডেস্ক, ১ জুলাই  :  বহুবিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণে গভীৰ সংশয়ত ভুগি থকাৰ বিপৰীতে এই বিধেয়কখনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ চৰকাৰসমূহ। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰা সিদ্ধান্তৰ ইতিমধ্যেই প্ৰতিবাদ জনাইছে মেঘালয় চৰকাৰে। মেঘালয় চৰকাৰে কেবিনেটত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে এই সংশোধনী ব্যৱস্থাৰ প্ৰতিবাদ জনাইছে। একেদৰে উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত  নাগালেণ্ড আৰু মিজোৰামেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে। অসমৰ সোণোৱাল চৰকাৰ বিদেশীক স্বদেশী কৰাৰ পক্ষত থকা অৱস্থাত মণিপুৰ চৰকাৰেও নাগৰিকত্ব সংশোধনী…

Read More

‘সঞ্জু’ত পাপনকে ধৰি ৪ অসম সন্তান

অসম খবৰ@  নিউজ ডেস্ক, ১ জুলাই – বলিউডৰ ছবি জগতত লাহে লাহে অসমীয়াৰ দপদপনি আৰম্ভ হৈছে। অসমৰ শিল্পী, কলা–কুশলীয়ে বলিউডৰ ছবিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰিছে। বহুকেইজনে ইতিমধ্যেই ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। বলিউডৰ তাৰকা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত ৰাজকুমাৰ হিৰানীয়ে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবি ‘সঞ্জু’ত ৪ গৰাকী অসম সন্তানে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। সঞ্জয় দত্তৰ নাম ভূমিকাত অভিনয় কৰা ৰণবীৰ কাপুৰৰ এই ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ছবিখনৰ ছাউণ্ড এফেক্টৰ দায়িত্বত আছে নাহৰকটীয়াৰ সন্তান জ্যোতি চেতিয়া। ২০১২ চনৰ পৰা বৰ্তমানলৈকে উত্তৰ ভাৰত, দক্ষিণ…

Read More

এজাক বৰষুণতে খহিল কাকপথাৰৰ চেঙেলী গাওঁৰ পাঁচ কোটি টকীয়া শ্বুইছ গেট

এজাক বৰষুণতে খহিল কাকপথাৰৰ চেঙেলী গাওঁৰ পাঁচ কোটি টকীয়া শ্বুইছ গেট অঞ্চলজুৰি অাতংক অসম খবৰ@দ্বীপেন লহকৰ, কাকপথাৰ ১ জুলাই: সমগ্ৰ অসমতে অাজি দুদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ী অহা নৈ উপনৈ সমুহৰ বাঢ়নী পানীয়ে আতংক সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ মাইথং পঞ্চায়তৰ অন্তৰ্গত চেঙেলি গাৱঁতো এখন শ্বুইছ গেটক লৈ আতংকৰ সৃষ্টি হৈছে ৷খেতিপথাৰত চহা খেতিয়কক পানী যোগান ধৰা উদ্দেশ্যেৰে চেঙেলীজান নৈৰ ওপৰত নিৰ্মান কৰা কোটি টকীয়া শ্বুইছ গেটখন দুই এজাক মান বৰষুণৰ বাঢ়নী পানীয়ে খহনীয়াৰ সৃষ্টি কৰাত গেটখনৰ এটা অংশ বহি যোৱাৰ লগতে…

Read More

কৰ্মইহে ৰক্ষা কৰিব জাতিক

কৰ্মইহে ৰক্ষা কৰিব জাতিক কামৰ কোনো সৰু বৰ নাই অভাৱত থকাতকৈ কৰ্ম কৰক গুৱাহাটীত বৰ্তমান দৈনিক হাজিৰা ৫০০ টকা। বেছিভাগেই আজিকালি ঠিকাতহে কাম কৰে। এনেকৈ ঠিকাত ৭০০/৮০০ টকা দৈনিক ইনকাম কৰি ল’ব পাৰে। আপোনাৰ চৌহদটো চাফা কৰিবলৈ কামলা আনিলে। সি ক’ব ৫০০ টকাত ঠিকা দি দিয়ক, আপোনাৰো ঝামেলা নাই। আপুনি ভাবিব, হাজিৰা কাম চাই থাকিবলৈ সময় নাই, ঠিকাত দি দিয়াই ভাল। ১২ বজাতে সি কাম শেষ কৰি ৫০০ টকা লৈ যাব। কথাখিনি কোৱাৰ কাৰণ হ’ল পঢ়া শুনা বাদ দি কাম বন নকৰি টিঘিল ঘিলাই ফুৰা আমাৰ ল’ৰাবোৰে এইবোৰ চিন্তা কৰি…

Read More