দৰঙামেলাৰ পাহাৰপুৰত থকা ফায়াৰিং ৰেঞ্জত অঘটন

দৰঙামেলাৰ পাহাৰপুৰত থকা ফায়াৰিং ৰেঞ্জত অঘটন অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা, ২ জুলাই: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ ফায়াৰিং ৰেঞ্জত আজি এক অঘটন ঘটে। সেনাবাহিনীৰ নিয়মীয়া প্ৰশি‍ক্ষনে প্ৰান ললে এজন যুৱকৰ । নিহত আলবিনাছ তুডু (২৩) হৰতোলা গাঁৱৰ ডানিয়াল তুডুৰ দ্বিতীয় পুত্ৰ বুলি জানিব পৰা গৈছে । আনিবানছে লগৰীয়াৰ সৈতে ফায়াৰিং ৰেঞ্জত বোমা বাৰুদৰ টুকুৰা কঢ়িয়াবলৈ গৈছিল । সেনাবাহিনীৰ নিমিয়াত প্ৰশিক্ষণৰ চলি থকাৰ সময়তে হঠাৎ স্পিণ্টাৰ টুকুৰাই থিয় হৈ চাই থকা যুৱক জনৰ মুৰত ছিটিকী আহি পৰাৰ মাটিত ধলি পৰাত স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা লাগে। ততাতৈয়াকৈ যুৱক…

Read More...

বিশ্বনাথত আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি

বিশ্বনাথত আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি অসম খবৰ@বিশ্বনাথ চাৰিআলি,২ জুলাই: সংযুক্ত মহিলা উন্নয়ণ পৰিষদ অসমৰ উদ্যোগত বিশ্বনাথ চাৰিআলিত মহিলা সকলৰ বাবে বিনামূলীয়া আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰৰ আজি শুভাৰম্ভণি কৰা হয়। এই উপলক্ষে আজি চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সংযুক্ত মহিলা ইউনিয়ন পৰিষদ অসম বিশ্বনাথ জিলাৰ সভানেত্ৰী বাগ্মিতা বৰাৰ সভাপতিত্বত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানৰ সভা খনৰ আতঁ ধৰে আৰু উদ্দেশ্য বাখ্যা কৰে সংগঠনটোৰ সম্পাদিকা ছয়নিকা ডেকাই৷ এই আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰত আন্তঃৰাষ্টীয় সমৰকলাবিদ হৃদয়ানন্দ দাসে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব । এই আত্মৰক্ষা শিবিৰত সকলো বয়সৰ মহিলাই যোগদান কৰিব পাৰিব৷ এই…

Read More...

শেষ হৈ যোৱা নাই মানৱতা : দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি…

শেষ হৈ যোৱা নাই মানৱতা ঋষিৰাজ বৰকটকীৰ মহানুভৱতা দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি… অসম খবৰ@ ষ্টাফ ৰিপৰ্টাৰ গহপুৰ পৰা মুন গগৈ ১জুলাই:-  শেষ হৈ যোৱা নাই মানৱতা । দুখ আৰু দুৰ্দশাই হতাশ কৰাজনৰ কাষত থিয় হ’বলৈ এতিয়াও সমাজত আছে একাংশ লোক । জীৱন সংগ্ৰামত হাৰ নমনা বিশেষভাবে সক্ষম দুগৰাকী ছাত্রীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ যুৱ উদ্যোগপতি ঋষিৰাজ বৰকটকী । উল্লেখ্য যে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ দুৰ্বাৰ হেঁপাহ গহপুৰ মহকুমাৰ হাৱাজান নপমুৱাৰ বিশেষভাৱে সক্ষম ছাত্রী উষা দাসৰ। সেয়েহে ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি অতি কষ্টৰে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা-যোৱা…

Read More...

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ অসম খবৰ@পৰাশ শইকীয়া,গহপুৰ,২ জুলাই : সদৌ অসম মইনা পাৰিজাত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগ ৰাজ‍্যিক বিজ্ঞান মেলা ২০১৮ আজি পৰা আৰম্ভ হোৱা বিজ্ঞান মেলাত গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা ডুবিয়া আদৰ্শ সুধাকণ্ঠ মইনা পাৰিজাতৰ মইনা গৌৰৱ ভূঞা আৰু মানস মৌচম গগৈ আদি লগতে বহু কণ কণ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Read More...

সুবিশাল ব্ৰহ্মপুত্ৰৰ বুকুত

সুবিশাল ব্ৰহ্মপুত্ৰৰ পাৰত      ধৰিত্ৰী শ্ৰাৱণ                         নিকামূল সত্ৰ,                     তেজপুৰ    সেইদিনা হঠাৎ মন গ’ল নিৰবতাক বিচাৰি নিসংগতাৰ আৰত নিজকে লুকুৱাবলৈ। হঠাৎ মন গ’ল নিৰবতাক আকোৱালি লৈ নিসংগতাৰ লগত কিছু মূহুৰ্ত কটাবলৈ।তাকে বিচাৰি পালোগৈ নাতিদূৰতে থকা সুবিশাল ব্ৰহ্মপুত্ৰৰ অবিকল ঢৌৰ কলকলনিৰ মাজত থকা বালিচাপৰৰিৰ পাৰ।আচম্ৱিত কৰি তোলা এক নিৰ্জন শান্ত পৰিবেশ,এক শিহৰিত কৰি তোলা মধুৰ নিৰ্জনতাৰ  পৰিবেশ ।যি প্ৰতি মূৰ্হূততে সকলোকে আকোৱালি লবলৈ দুবাহু মেলি ৰৈ থাকে খন্তেক সময়…

Read More...

বিশ্বনাথৰ নৰ্ডান ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষী সফল অভিযান / চোৰাং চিকাৰী পৰা উদ্ধাৰ নগত দুই লাখ টকা প্লাষ্টিক নাও

বিশ্বনাথৰ নৰ্ডান ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষী সফল অভিযান / চোৰাং চিকাৰী পৰা উদ্ধাৰ নগত  দুই লাখ টকা প্লাষ্টিক নাও অসম খবৰ বিশ্বনাথ চাৰিআলি ২ জুলাই যোৱা ২০১৪ চনত CBIৰ গোচৰ নং- ১৫৯১/২০১৪ সংক্ৰান্তত বিশ্বনাথৰ আটকাধী চোৰাং চিকাৰী য়াকুবক আলীৰ ওপৰত   (CHARGE SHEET) দাখিল কৰিছিল। তাৰ পিছৰ পৰা উল্লেখিত গোচৰ সমূহত য়াকুবক পলাতক বুলি ঘোষণা কৰিছিল। চলিত তদন্তত কেতবোৰ অন্য তথ্য পোহৰলৈ আহিছে যেনে- য়াকুবে বিগত প্ৰায় ১০ বছৰ ধৰি গড়ঁ হত্যাৰ লগতে ইয়াৰ খৰ্গ বিক্ৰী কৰাৰ কাৰ্য্যত জড়িত হৈ আছিল। মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলকে ধৰি অন্য বহি:ৰাজ্যৰ লগতো য়াকুবে সম্পৰ্ক…

Read More...

অসমৰ অনিৰ্বানলৈ বলিউদত সন্মান

অসমৰ অনিৰ্বানলৈ বলিউদত সন্মান অসম খবৰ@টীয়কৰ পৰা অঞ্জন প্ৰকাশ  ২ জুলাই ‘: বোলছবি জগতত নিজৰ অনবদ্য অবদানৰ বাবে অসম সন্তান অনিৰ্বান বৰঠাকুৰে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ শব্দ সম্পাদনাৰ( sound editor) বঁটা । উল্লেযোগ্য যে ২০০৯ চনৰ পৰাই বলিউদত নিজা শৈলীৰে কৰি অহা এইজন অসমীয়া যুৱকৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল   “Ab Tak Chappan”, “Ajab Prem ki gajab kahani”দৰে জনপ্ৰিয় চিনেমাৰ ওপৰিও শতাধিক ছবিয়ে ।নিজশ্ৰ শৈল্যি, কৰ্ম দক্ষ্যতাৰ আৰু বোলছবি জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবেই  এইজন যুবকলৈ “ইণ্ডিয়ান আাৰ্ট একাডেমীয়ে” ২০১৮ বৰ্ষৰ বাবে বৰঠাকুৰক  তোমাহৰি চ’লো (Tumhari sulu) বোলছবিখনৰ বাবে এই…

Read More...