সেউজীয়া কৰোঁ আহক আমাৰ ধৰণী

সেউজীয়া কৰোঁ আহক আমাৰ ধৰণী অসম খবৰ@পৰাশ শইকীয়া,গহপুৰ, ৪ জুলাইঃ- আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। এই ছাত্ৰ সমাজে যেতিয়া সমাজৰ হকে সময়োচিত কাৰ্যপন্থা গ্ৰহণ কৰে তেতিয়াই দেশ জাতি মাতিয়ে পূৰ্ণাঙ্গতা লাভ কৰে । আজি এনে এক কাৰ্যসূচীৰ অংশীদাৰী হয় গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় লগতে বিদ্যালয় খনৰ দশম শ্ৰেণী (খ শাখা)ৰ বিদায় দিয়া উপলক্ষে আমাৰ বনানীৰ সঞ্চালক বকুল গগৈ তত্বাৱধানত আৰু বিদ্যালয় খনৰ অধ্যক্ষা দিপালী বৰুৱাৰ নেতৃত্বত বিদ্যালয় খনৰ চাৰিওফালে ৬২ জোপা গছৰ পুলি ৰোপণ কৰি ধৰণী খন সেউজীয়া কৰি তোলাৰ এক বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰে। এই কার্যসূচীত অংশগ্ৰহণ কৰে মুখ্য…

Read More

কাইলৈ বিহালীত অখিল গগৈৰ বিশাল গণ সমাৱেশ

কাইলৈ বিহালীত অখিল গগৈ বিশাল গণ সমাৱেশ অসম খবৰ@ বিহালী, ৪ জুলাইঃ- অসম আৰু অসমীয়া জাতি সত্তাৰ দূৰ্যোগপূৰ্ণ সময়ছোৱাত জাতি ৰক্ষাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বানথ জিলা সমিতিৰ আহ্বানত বিশ্বনাথ আৰু বিহালীৰ বহুকেইটা জাতীয়তাবাদী সংগঠনৰ সহযোগত কাইলৈ অৰ্থাৎ বৃহস্পতি বাৰে বিহালী ৰংগ মঞ্চ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব এখন বিশাল গণ সমাৱেশ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইন খনৰ বাতিকৰণৰ দাবীত অনুষ্ঠিত হ’বলগা সভাখনত অংশ গ্ৰহন কৰিব সংগ্ৰামী সত্তা নেতা তথা দূৰন্ত সৈনিক অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু অসমৰ সংগীত…

Read More

গোলাঘাটত প্ৰয়াস একাডেমিৰ সৌজন্যত CONCEPT EDUCATIONS, GUWAHATI ৰ অনুষ্ঠানৰ প্ৰস্তুতি

https://schools.org.in/golaghat/18180211607/prayash-academy.html

প্ৰয়াস একাডেমিৰ সৌজন্যত CONCEPT EDUCATIONS, GUWAHATI ৰ অনুষ্ঠানৰ প্ৰস্তুতি অসম খবৰ@গোলাঘাট,ফৰকাটিং, ৫ জুলাইঃ- বৰ্তমান সময়ত উচ্চ শিক্ষাৰ এক তীব্ৰ প্ৰতিযোগিতামূলক পৰিবেশত সমগ্র উত্তৰ-পূব ভাৰতৰ এটি অন্যতম বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান Concept educations, Guwahati য়ে গোলাঘাটৰ অগ্ৰণী কনিষ্ঠ মহাবিদ্যালয় প্ৰয়াস একাডেমিৰ ( Prayash Academy ) উদ্যোগত একাদশ আৰু দ্বাদশ বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্র-ছাত্ৰীসকলৰ বাবে NEET, AIIMS,JEE ( MAIN | ADV ), CEE, MEE, AJPVT আদি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত সফলতা লাভ কৰিবলৈ উন্নত প্ৰযুক্তিগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বিচৰা হৈছে বুলি জানিবলৈ দিছে । এই প্ৰচেষ্টাৰ দ্বাৰা সমগ্র গোলাঘাট জিলাখনৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীৰ…

Read More

অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট্য কৰ্মশালা

অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট কৰ্মশালা অসম খবৰ@গহপুৰ, ৪ জুলাইঃ- অহা ৫ জুলাইৰ পৰা ২৬ জুলাইলৈকে অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট কৰ্মশালা আয়োজন কৰা হৈছে । গহপুৰৰ সমূহ সচেতন ব্যক্তিৰ লগতে নাট্য প্ৰেমী ৰাইজক উপস্থিত থাকি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Read More

চিৰাং বিজনীত ফেনে-ফোটোকাৰে বাঢ়িছে উপনৈ 

চিৰাং-বিজনীত ফেনে-ফোটোকাৰে বাঢ়িছে উপনৈ  আতংকিত ৰাইজ অসম খবৰ@বিজনী, ৪ জুলাইঃ- চিৰাং জিলাৰ বিজনীৰ মাজৰাবাড়ী গাওঁৰ আই নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে জিলা খনৰ কেবাখনো গাঁও। যোৱা কেবাদিন ধৰি নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে চিৰাং জিলাৰ নৈ-উপনৈ সমূহ । বিশেষকৈ আই,চম্পা,নাঙলভাঙা,হুটহুটি,কানামাক্ৰা ১ নং বিষ্ণুপুৰৰ চিকা নদীকে আদি উপনৈৰ পানী আধিক হাৰত বৃদ্ধি পাইছে । জিলা খনৰ অন্তৰ্গত আমগুৰি থানাৰ এলেকাৰ নাঙল ভাঙ্গা নদীয়ে পশ্চিম জয়পুৰ আৰু হুটহুটী গাওঁ দুখনৰ ৰক্ষাৰ বাবে দিয়া মাথাউৰি বান্ধটো বাঢ়নি পানীয়ে তথা গড়াখহনীয়াই মথাউৰিটো খহাই নিয়া ফলত অঞ্চলটো ৰাইজ আতংকিত হৈ পৰিছে । ইতিমধ্যে অঞ্চলটোৰ…

Read More

বিশিষ্ট অভিনেতা পবন বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তি

অসম খবৰ, ৪ জুলাই : যোৱাকালি বিয়লি প্ৰায় ২-৪৫ বজাত অসমৰ নাত্যজগতৰ এক পৰিচিত নাম পৱন বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটে।৭৯ বছৰ বয়সত তেও মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুই কন্যাসহ জোৱাই নাতি নাতিনীক এৰি থৈ যায়। শিৱসাগৰ আমোলাপটিৰ বেজবৰুৱা চুকত জন্মগ্ৰহণ কৰা বিশিষ্ট নাট্যশিল্পীগৰাকীয়ে ডিব্ৰুগড়ত বসবাস কৰিছিল।

Read More

এছিয়ান গেমছলৈ অসম তথা তেজপুৰৰ জীয়ৰী ৰদালি বৰুৱা

অসম খবৰ, ৪ জুলাই : তেজপুৰ চহৰৰ গৌৰব তথা অসম গৌৰব টাইকোৱানডো খেলুৱৈ ৰদালি বৰুৱাই অহা ১৮ আগষ্টৰ পৰা জাকাৰ্টাত হ’ব লগা এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।অনুপম বৰুৱাৰ দ্বিতীয় কন্যা ৰদালি বৰুৱাই ৭৩ কি : গ্ৰা উৰ্ধ্বৰ শাখাত ভাগ লব।বিশ্ব ৰেংকিঙৰ ৫৩ নং স্হানত থকা খেলুৱৈগৰাকীয়ে বিগত বৰ্ষত ছিনিয়ৰ ৰাষ্টীয় আৰু সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যায় টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।উল্ল্যেখযোগ্য যে ৰদালিকে ধৰি অসমৰ মুঠ পাচ গৰাকী খেলুৱৈৱে এছিয়ান গেমছত দেশক প্ৰতিনিধিত্ব কৰিব।

Read More

বিশ্বনাথ মহকুমাৰ ১৫ গৰাকী সাংবাদিকক স্বীকৃতি-পত্ৰ বিতৰণ

_তথ্য আৰু জনসংযোগ বিভাগৰ পদক্ষেপ   বিশ্বনাথ মহকুমাৰ ১৫ গৰাকী সাংবাদিকক স্বীকৃতি-পত্ৰ বিতৰণ     অসম খবৰ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি, ৪ জুলাইঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি আয়োজিত এক অনুষ্ঠানত বিশ্বনাথ জিলাৰ সাংবাদিকসকললৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা স্বীকৃতি-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজিৰ অনুষ্ঠানত বিশ্বনাথ মহকুমাৰ ১৫ গৰাকী সাংবাদিকক উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই আনুষ্ঠানিকভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰে। স্বীকৃতি পত্ৰ লাভ কৰা সাংবাদিকসকলক শুভেচ্ছা জনাই উপায়ুক্তগৰাকীয়ে তেওঁলোকৰ অধিকাৰ আৰু…

Read More

অসমৰ জীয়ৰী জয়া শীললৈ শ্ৰেষ্ঠ অভিনেত্ৰী বটা

অসম খবৰ, ৪ জুলাই : অসমৰ জীয়ৰী তথা কলকাতাৰ বোৱাৰী সু-অভিনেত্ৰী জয়া শীললৈ অলপতে অনুষ্ঠিত হৈ যোৱা হায়দৰাবাদ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান প্ৰদান কৰা হয়।দীপ চৌধুৰী পৰিচালিত ‘ আলিফা’ নামৰ ছবিখনৰ নায়িকাৰ চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে এই সন্মান বুটলিবলৈ সক্ষম হয় জয়া শীলে।তেওঁৰ এই সফলতাত তেওঁৰ স্বামী বিখ্যাত সংগীত পৰিচালক বিক্ৰম ঘোষ যথেষ্ট গৌৰৱাম্বিত বুলি প্ৰকাশ কৰে।

Read More

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ অসম খবৰ@পৰাশ শইকীয়া,গহপুৰ ৪ জুলাই: সদৌ অসম মইনা পাৰিজাত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগ ৰাজ‍্যিক বিজ্ঞান মেলা ২০১৮ আজিৰে পৰা আৰম্ভ হৈছে । বিজ্ঞান মেলাত গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা ডুবিয়া আদৰ্শ সুধাকণ্ঠ মইনা পাৰিজাতৰ মইনা গৌৰৱ ভূঞা আৰু মানস মৌচম গগৈ আদি লগতে বহু কণ কণ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Read More

ৰক্তই জীৱন প্ৰাণ

ৰক্তই জীৱন প্ৰাণ (ৰক্তদানৰ তিতা-কেঁহা শিতানতৰ কিছু কথা) 📝 মানস জে ৱাই শৰ্মা কথাৰে ——————————————————– এজন টে’ট শিক্ষক, দেউতাকৰ জীৱন ৰক্ষাৰ বাবে লাগে O+ve ব্লাডৰ ৩টা ইউনিট.. যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে…আজি দিনৰ ১১ মান বজাত মোক ফোন কৰিলে যে :- দুটা O+ve ব্লাডৰ প্ৰয়োজন…মই ৰোগীৰ সম্পূৰ্ণ তথ্য বিচাৰিলো মোক লগে লগে মেছেইজ যোগে সম্পূৰ্ণ তথ্য দিলে… মই লগতে সুধিলো যে ঘৰত দিব পৰা মানুহ আছে নে …? মোৰ প্ৰশ্নৰ প্ৰত্তুতৰত ক’লে যে ঘৰত কোনো নাই ব্লাড দিব পৰা .. মই আকৌ সুধিলো যে আপুনি দিলে নে …? মোক ক’লে…

Read More

বঙাইগাঁও বাইক চালক সকলৰ বাবে দু-খবৰ

বঙাইগাঁও বাইক চালক সকলৰ বাবে দু-খবৰ অসম খবৰ@বঙাইগাঁও,৩ জুলাই:- বঙাইগাঁও জিলা উপাযুক্ত এক নিৰ্দেশনা দিছে যে আজিৰ পৰা হেলমেট পৰিধান নকৰা বাইক, স্কুটি আৰোহিক তেল ডিপুই পেট্ৰল দিব নোৱাৰিব আৰু কোনোবাই যদি নিয়ম উলংঘা কৰে আইনী ব্যৱস্থা গ্ৰহন কৰা হব বুলি উল্লেখ কৰিছে ৷

Read More

কোচ ৰাজবংশী ছাত্ৰ সন্থা প্ৰতিবাদী কাৰ্যসূচী ৪ জুলাইত

আজি কোচ ৰাজবংশী ছাত্ৰ সন্থা প্ৰতিবাদী কাৰ্যসূচী ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট অসম খবৰ@প্ৰতিনিধি বঙাইগাঁও: ৩ জুলাই: –  আজি চিৰাং জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক বিদেশী সজাই হাৰাহাস্তি কৰি অহা অভিযোগ উত্থাপিত হাৰাশাস্তি বন্ধ কৰা আৰু অন্ন বালা ৰায়ক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আজি আক্ৰাছুৰ চিৰাং জিলা সমিতিয়ে ৩ ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা বুলি জিলা সমিতিয়ে জনাইছে ।

Read More

ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ

অসমলৈ গৌৰৱ কুসুমটোলা জোৱান তথা গহপুৰ বালিজানৰ ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ অসম খবৰ@ষ্টাফ ৰিপ’ৰ্টাৰ শ্ৰীমন্ত দাস,২ জুলাইঃ- যোৱা ১ জুলাই ২০১৮ তাৰিখৰে মধ্যপ্ৰদেশৰ জৱলপুৰ ৰানি দুৰ্গাৱতী সংগ্ৰহালয়ত অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ কমিটিয়ে আয়োজন কৰা অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮বৰ্ষৰ বটাঁ বিতৰণ সভাত বিশ্বনাথ জিলা গহপুৰ বালিজান কটকী চুকৰ নিবাসী প্ৰয়াত টংঙ্কেশ্বৰ দিহিঙ্গীয়া দ্বিতীয় পুত্ৰ ড°মঞ্জিৎ দিহিঙ্গীয়ালৈ। জানিব পৰা মতে ড৹ মঞ্জিৎতে চাইকেলিং,আৰু মাৰাথান দৌৰ লগতে নিষ্ঠাৰ আৰু নিজৰ দায়বদ্ধ মাজত ৰাখি অহৰহ সমাজৰ সেৱা ফলত সমিতি খনে লাইভ টাইম এচিভমেন্ট দুটাকৈ বটাঁ বাবে নিৰ্বাচিত কৰি বটাঁ…

Read More