পলকতে আজিৰ দিনটো

@ দেশৰ পৰৱৰ্ত্তী লোকসভা নিৰ্বাচনত ভোটদান কৰিব ১৩ কোটি নতুন ভোটাৰে । ২৮ কোটি ভোটাৰৰ বয়সৰ সীমাৰেখা হ’ব ১৮ ৰপৰা ২৫ বছৰৰ ভিতৰত । সকলো দলৰে লক্ষ্য হ’ব এই ২৮ কোটি ভোটাৰ । @ দেশত দ্ৰুত হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ-পলিউচন আণ্ডাৰ কণ্ট্ৰল(পি ইউ চি) প্ৰমাণপত্ৰ অবিহনে গাড়ীৰ বীমা নহ’ব । @ নতুন দিল্লীত অনুষ্ঠিত উত্তৰ-পূৱ আনাৰস উৎসৱত ত্ৰিপুৰাৰ কুইন  আনাৰসে পাইছে ব্যাপক সমাদৰ। উত্তৰ পূৰ্বাঞ্চলৰ আনাৰস সম্পূৰ্ণ প্ৰাকৃতিক আৰু সোৱাদ সবাতোকৈ বেছি । @ আমেৰিকা-চীনৰ বাণিজ্যিক যুদ্ধৰ পৰিণতিত লাভৱান্ৱিত হোৱাৰ দিশে ভাৰত । ভাৰতলৈ…

Read More

এপৃষ্ঠা অনুভৱ আইৰ বাবে…..

এপৃষ্ঠা অনুভৱ আইৰ বাবে…..    আইৰ সতে বহিছিলো জোনাকবিঢৌত নিশাচৰ গছজোপাৰ তলত,মনৰ সূক্ষ্মতাৰ সিটো পাৰে এজাক নিলাজ বতাহে নাঙঠ কৰি তোলা অনুভৱখিনি তেওৰ কোচত পৰি উকমুকাই ফুৰিছিল।আয়ে সুধিছিল,আৱেগিক মৰণৰ এই দুৰ্বিষহ গংগাত সদ্যস্নাতা তোৰ আত্মাই এতিয়াও কিয় ধৰফৰাই আছে,মোৰ ন-মহীয়া গৰ্ভৰ বন্দীত্বত কোনোদিনেই ইমান চটফটনিত ডুবি যোৱাৰ উমান পোৱা নাছিলো!!! কিদৰে বুজাম তোক আই,যৌৱনৰ ৰাগিত মাতাল হোৱা জীৱনৰ উদ্ভণ্ডালিবোৰ,,বিষাদৰ বৰষুণত জুৰুলি-জুপুৰি হৈ পৰা ভণ্ড মানৱতাৰ অভিনয়বোৰ,আৰু লম্পট যান্ত্ৰিকতাই মানহানি কৰা চৰম একাগ্ৰতাবোধ।সময়ৰ কোবত কোঙা হৈ পৰা এবুকু মৰমবুটলা হিয়াত এঙাৰবোৰো জ্বলি জ্বলি শেষ হৈ যায় ,শুনিবিনে আই তই ভ্ৰষ্ট মনৰ…

Read More

MUKHA ⬇

  Assamese New Movie Poster Opened  ‘MUKHA‘ The poster of Mukha , an upcomming  assamese movie was launched some months before. Seeing the poster the movie looks quite promising. As per our news reporter, the team of Mukha is planning to launch the 2nd poster at press club in guwahati. The script is written by Banajit Sharma and Dharitri Sharaban and the movie is directed by Karbi director Dhireswar Ronghang. As per the news we got , the movie teaser is going to realese in new year and discussions is…

Read More

শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা

শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা ●চিংগাগাপুৰৰ পৰা অসমলৈ আনিলে ব্ৰঞ্জৰ পদক অসম খবৰ@বঙাইগাঁওঃ- বঙাইগাঁও চহৰৰ এগৰাকী শৰীৰ চৰ্চাবিদে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চহৰখন বাসিন্দা তথা শৰীৰচৰ্চাবিদ মনোজ মহন্তই যোৱা ১ জুলাইত ছিংগাপুৰৰ অনুষ্ঠিত মিষ্টাৰ এণ্ড মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই অনুষ্ঠান আয়োজন কৰিছিল ৱৰ্ড ফিটনেছ ফেডাৰেছনছ। উক্ত প্ৰতিযোগিতা ভাৰতবৰ্ষৰ ১৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। লগতে বিশ্বৰ,৩৬ খন দেশৰ চাৰিশ অধিক প্ৰতিযোগিতা অংশগ্ৰহণ কৰা অনুষ্ঠানত অসমৰ ৫ গৰাকীয়ে অংশগ্ৰহণ কৰিছিল ।

Read More