পুৰুষক কৰিলে গৰ্ভধাৰণৰ পৰীক্ষা

গোলাঘাটতৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেসাৱৰ সলনি পুৰুষক কৰিলে গৰ্ভধাৰণৰ পৰীক্ষা   অসম খবৰ ষ্টাফ ৰিপৰ্টা গোলাঘাটঃ ১৯জুলাইঃ যোৱা ১০জুলাইত গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এজন ৰোগীক প্ৰেসাৱৰ সলনি গৰ্ভধাৰণৰ পৰীক্ষা কৰাৰ অভিযোগ উস্থাপিত হৈছে । যোগেশ্বৰ বৰা নামৰ এজন ৰোগীয়ে কৰিছে এই অভিযোগ । ৰোগী গৰাকীয়ে জনিবলৈ দিয়া মতে যোৱা ১০জুলাইত তেওঁ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেসাৱ পৰীক্ষা কৰিবলৈ গৈছিল তাৰ পাছতে তেখেতক প্ৰেসাৱৰ সলনি কৰা হল গৰ্ভধাৰণৰ পৰীক্ষা । উল্লেখ যে Lab technician মধু দত্ত আৰু pathologys পল্লৱী গগৈয়ে এজন পুৰুষক কেনেকৈ কৰিলে গৰ্ভধাৰণৰ পৰীক্ষা । যিটো…

Read More

পঞ্জাৱত অনুস্থিত ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত সোণৰ পদক লাভ

পঞ্জাৱত অনুস্থিত ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত সোণৰ পদক লাভ কৰা ৰিংকু বৰাক তাই আহোম ছাত্র সন্থা আহোম গাওঁ আঞ্চলিক সমিতিৰ উচ্ম আদৰণি অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ গোলাঘাটঃ ১৮জুলাইঃ পঞ্জাৱত অনুস্থিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় ষ্টুডেন্ট অলিম্পিক গেমছত গোলাঘাটৰ খেলুৱৈয়ে দহটাকৈ সুণৰ পদক লাভ কৰি বিশেষ সাফল্য আজুৰি আনিবলৈ সক্ষম হৈছে । নন্দোলাল মহত্ত্বোৰ নেতৃত্বাধীন অসমৰ গোলাঘাট জিলাৰ পৰা যোৱা দলটোৱে পাচটা স্বৰ্ণ পদক তিনিটা ব্ৰঞ্জ পদক এটা ছিলভাৰ পদক অসমলে আজুৰি আনিবলৈ সক্ষম হৈছে । পাঞ্জাৱত অনুস্থিত হোৱা প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল ৰিঙ্কু বৰা, নন্দোলাল মহত্ত্বো, সাগৰ মেছ, বিশাল বড়ো, নিপুল…

Read More

বিশ্বনাথৰ বিহালীত বন্যহস্তীৰ সন্ত্ৰাস

বিশ্বনাথৰ বিহালীত বন্যহস্তীৰ সন্ত্ৰাস : বুৰৈনদীৰ কাষৰ বৰাজুলী নেপালী গাওঁৰ গাওঁবাসীক ত্ৰাহিমাম দেখুৱাইছে এজাক বন্যহস্তীয়ে : বনবিভাগ নিৰ্বিকাৰ অসম খবৰ ষ্টাফ ৰিপৰ্টা বিশ্বনাথ চাৰিআলি ১৯ জুলাই ৰাজ্যত হস্তী মানবৰ সংঘাট বৰ্তমান যেন নৈত্যনৈমত্তিক ঘটনা ৷ জীৱশ্ৰেষ্ঠ মানৱে হকে বিহকে বনাঞ্চল ধংশ কৰা আৰু বানপানীৰ বাবে চৰম খাদ্য সংকটত ভোগা বন্য জীৱকুল উপায়ন্তৰ হৈ ওলাই আহিব লগীয়া হৈছে জনাঞ্চললৈ ৷ জনাঞ্চলত প্ৰৱেশ কৰাৰ পাছতে খাদ্যৰ সন্ধানত বন্যকুলে মানবকুলৰে আৰম্ভ কৰিছে তীব্ৰ সংঘাট৷ বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এপাল বন্যহস্তীৰ ৷ খহনীয়া বিদ্ধস্ত বুৰৈপৰীয়া বৰাজুলী নেপালী গাওঁবাসীয়ে চকুৰে সৰিয়হ ফুল দেখিছে এই নতুন…

Read More

নগাঁৱৰ শিয়ালমাৰীত অঘটন

নগাঁৱৰ শিয়ালমাৰীত অঘটন কলঙৰ পাৰত খেলি থাকোতে বাঢ়নী পানীত পৰিল তিনি শিশু সহ এগৰাকী মহিলা অসম খবৰ ষ্টাফ ৰিপৰ্টা নগাঁৱ অপূৰ্ব হাজৰিকা ১৯ জুলাই এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ’ল নগাঁও চহৰৰ নিকটবৰ্তী অঞ্চল শিয়ালমাৰীত। কলঙৰ বাঢ়নী পানীত পানীত প্ৰাণ দিব লগীয়া হ’ল এজনী মহিলা সহ তিনিটি শিশুৱে। জানিব পৰা মতে, কলঙত কাপোৰ ধুই আছিল আফ্ৰুজা বেগম নামৰ মহিলা গৰাকীয়ে আৰু কাষতে খেলি আছিল তিনিটিকৈ শিশুয়ে। হঠাতে শিশু তিনিটি কলঙৰ বাঢ়নী পাৰি পৰি ককবকাবলৈ ধৰে। শিশু তিনিটিয়ে কলঙত ককবকাই থকা দেখি উদ্ধাৰৰ বাবে বাঢ়নী পানীত মহিলা গৰাকীয়ে জাপ দিয়ে। কিন্তু…

Read More

আশিস প্ৰবাল হাজৰিকাই সহায়ৰ হাত আগবঢ়ালে জ্ঞানদীপক

আশিস প্ৰবাল হাজৰিকাই সহায়ৰ হাত আগবঢ়ালে জ্ঞানদীপক অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ জামুগুৰিহাটৰ পৰা মৃন্ময় শইকীয়া :- জামুগুৰিহাটৰ জ্ঞানদীপ বৰা নামৰ টলকাবাৰী ছাত্ৰ বৰ্তমান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত অধ্যয়নত ছাত্র ৷ কিন্তু আৰ্থিক অসুবিধাৰ কাৰণেই তেওঁ শিক্ষাৰ জখলা ডালৰ পৰা কিছু থমকি ৰব লগা হৈছিল যদিও এতিয়া নালাগে আৰু পিচলৈ চাবলৈ ৷ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ জনৰ আৰ্থিক শোচনীয়তাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত মেধাৱী ছাত্ৰ জনক সহায়ৰ বাবে আগবাঢ়ি আহিছে সমাজৰ বিভিন্ন লোক ৷ আজি জামুগুৰিহাটৰ আশিস প্ৰবাল হাজৰিকা নামৰ টে’ট শিক্ষক গৰাকীয়ে টলকাবাৰী গাঁৱৰ ছাত্ৰ জনৰ ঘৰত উপস্থিত হৈ কিছু…

Read More

গহপুৰত বিজেপি দলৰ গৰাখহনীয়া কেইবাজনো নেতাই দল ত্যাগ কৰি কংগ্ৰেছত যোগদান

গহপুৰত বিজেপি দলৰ গৰাখহনীয়া কেইবাজনো নেতাই দল ত্যাগ কৰি কংগ্ৰেছত যোগদান অসম খবৰ ষ্টাফ ৰিপৰ্টা গহপুৰ ১৮ জুলাই গহপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ গৰাখহনীয়া । এটা পিচত এটা কৈ দল ত্যাগ । আজি কেইবাজনো বিজেপি নেতাই গেৰুৱা বসন ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে । প্ৰাপ্ত তথ্য মতে,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ‍্যসভাৰ সাংসদ ৰিপুন বৰা ওচৰত বিজেপি নেতা অনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা সদস্য কেইজন ওৰফে কলাবাৰী আৰু পূৱ ডুবিয়া পঞ্চায়তৰ ৰন্টু বৰা , মন্টু নেওগ, ধন শইকীয়া, অনিল দুৱৰা,ভাই নাওহলীয়া, কেশৱ হাজৰিকা, গজেন ভূঞা ।

Read More

সদৌ অসম মইনা পাৰিজাতে আজীৱ সদস্য স্বীকৃতি প্ৰদান

গহপুৰ জিলা মইনা পাৰিজাতৰ ৯ গৰাকী সদস্যক সদৌ অসম মইনা পাৰিজাতে আজীৱ সদস্য স্বীকৃতি প্ৰদান   অসম খবৰ ষ্টাফ ৰিপৰ্টা গহপুৰ ১৯ জুলাই আজি গহপুৰ আঞ্চলিক মইনা পাৰিজাতৰ ষষ্ঠ কাৰ্যনিৰ্বাহ সভাত সদৌ অসম মইনা পাৰিজাতে স্বীকৃতি প্ৰদান কৰা গহপুৰ জিলা ৯ গৰাকী সদস্যক আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে গহপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতিৰে । আজীৱন সদস্য কেইজন ক্ৰমে সবেশ্বৰ বৰা, প্ৰতিভা বৰা, যতীন মুদৈ, ধমেশ্বৰ বৰা, নিকুঞ্জৰ কুঁৱৰ মহন্ত, সবিতা কুঁৱৰ, মলয়া বৰা, অশোক দাস,গোপাল কাকতি ।

Read More

দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম বীৰ শ্বহীদ মংগল পাণ্ডেৰ জন্মবার্ষিকী

দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম বীৰ শ্বহীদ মংগল পাণ্ডেৰ জন্মবার্ষিকী অসম খবৰ, ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী জুলাই-১৯ জুলাই -: বৃহস্পতিবাৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম বীৰ শ্বহীদ মঙ্গল পাণ্ডেৰ ১৯২ সংখ্যক জন্মবাৰ্ষিকী উদযাপন। ১৮২৭ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ দক্ষিণ-পশ্চিম উত্তৰপ্ৰদেশৰ ফাজিয়াবাদৰ লালিতপুৰত এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ভাৰতমাতাৰ বীৰ সন্তান মংগল পাণ্ডে৷ ইংৰাজৰ বিৰুদ্ধে পোন প্ৰথমে তেওঁৱে বিদ্ৰোহ প্ৰকাশ কৰিছিল। তেওঁৰ নেতৃত্বতে চিপাহী বিদ্ৰোহ অংকুৰিত হৈছিল। ১৯৫৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই মহান স্বতন্ত্ৰতা সেনানী গৰাকী শ্বহীদ হয়। এই গৰাকী মহান স্বতন্ত্ৰতা সেনানীলৈ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশবাসীৰ লগতে অসম তথা অসম খবৰ পৰিয়ালৰ…

Read More

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত নগাঁওত

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত বিদ্যালয়ৰ দ্ৰয়াৰত উদ্ধাৰ হ’ল ৫০০খন চাউলৰ ৰেচন কাৰ্ড বটদ্ৰবা সমবায়ৰ সভাপতি -সম্পাদকক সোধ- পোছ অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ নগাঁও ১৯ জুলাই নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত প্ৰায় ১৮ টা বছৰ কংগ্ৰেছে দখল কৰি থকাৰ লগতে উক্ত সময় ছোৱাত চাউল, অাটা…ইত্যাদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বিষয়ে পূৰ্বতে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।এই তদন্তত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য-সুৰক্ষা আঁচনিৰ চাউল আৰু আটা গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক…

Read More

APSE কেলেংকাৰীত জড়িত ৬৩ গৰাকী বিষয়াক গ্ৰেপ্তাৰ

APSE কেলেংকাৰীত জড়িত ৬৩ গৰাকী বিষয়াক গ্ৰেপ্তাৰ অসম খব ষ্টাফ ৰিপৰ্টা গুৱাহাটী ১৯ জুলাই:- ধনৰ বিনিময়ত চাকৰি কিনা-বেচা কৰি এতিয়া ৰঙাঘৰৰ আলহী হৈছে মুঠ ৬৩ গৰাকীকৈ উচ্চপদস্থ বিষয়া। ৰাকেশ পালৰ পৰা সাংসদ আৰ.পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মালৈ এই আটাইকেইজনে ভ্ৰষ্টাচাৰী বিষয়াই ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰতখন নিজৰ দখললৈ নি ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটো এক প্ৰকাৰে নিঃশেষ কৰি দিবা খোজা শৃংখলাটোৰ এতিয়াও অন্ত পৰা নাই। বুধবাৰে ১৯ জন ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ কৰা পাছত ইয়াৰ সংখ্যা ৬৩ জনলৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত ৫৫জন ৰাজপত্ৰিত বিষয়া, ৫ গৰাকী কৰ্মচাৰী দালাল আৰু অপসাৰিত অধ্যক্ষ সহ লোকসভাৰ ২…

Read More

স্বৰ্ণৰাণী হিমা দাসৰ বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী, আলফা নেতা

স্বৰ্ণৰাণী হিমা দাসৰ বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী, আলফা নেতা অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ নগাঁও পৰা অপূৰ্ব হাজৰিকা ১৯ জুলাই ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসী লৈ গৌৰৱ কঢ়িয়াই আনিছে দৌৰবিদ হিমা দাসে। হিমা এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চেক গণৰাজ্যৰ প্ৰাগ চহৰত। এচিয়াদৰ বাবে ব্যস্ত কঠোৰ অনুশীলনত। তাই নাই যদিও তাই থকা সঁজাতো চাবলৈ ভিৰ কৰিছেহি অগণন লোক। তাইক পালন কৰা পিতৃ-মাতৃক তথা পৰিয়ালবৰ্গক অলপমান অাশীৰ্বাদ দিবলৈ ভিৰ কৰিছেহি অগণন লোকে। বিভিন্ন লোকৰ লগতে দল সংগঠন তথা ৰাজনৈতিক নেতাৰ ভিৰ…

Read More