সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ শক্তিশালী শাখা সমিতি গঠন অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা:২১ জুলাই: বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত খৈৰাবাৰী গাঁওত আজি সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ খৈৰাবাৰী, পুখুৰীপাৰ আৰু মেছগুৰী এই তিনিটা গাঁৱ লগ লাগি এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয়। গোপাল আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাউলি আঞ্চলিক কমিটিৰ সভাপতি তৰুণ বিশ্বাস, বাক্সা জিলা কমিটিৰ বিষয়ববীয়া খগেন দাস আৰু হৰেন দাসে ফুল কুমাৰ বিশ্বাসক বৰ্তমান হিন্দু বাঙালী সকলৰ ডি ভোটাৰ সমস্যা আৰু হিন্দু বাঙালীৰ ওপৰত চলা হাৰাশাস্তিৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰাৰ…

Read More...

ৰক্তদান জীৱন দান 📝 নয়ন জ্যোতি কটকী

ৰক্তদান জীৱন দান —————————— আমাৰ গৌৰৱ ৰক্তদাতা     নয়ন জ্যোতি কটকী…   অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা পূণ্যধৰ সোণোৱাল নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰে ৰক্তদাতা নয়ন জ্যোতি কটকী ডাঙৰীয়াই … ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মাৰ সহযোগত নিজৰ কৰ্মব্যস্ততাৰ মাজত আৰ্তজনৰ বাবে অকণমান সময় উলিয়াই ৰক্তদানৰ বাবে আগবাঢ়ি আহে সন্মানীয় সোণোৱাল ডাঙৰীয়া… ৰক্তদানৰ দৰে এক মহান কৰ্মৰে জনসাধাৰণৰ মাজত মানৱীয়তাৰ পৰিচয় দিয়া বাবে সন্মানীয় নয়নজ্যোতি কটকী দেৱৰ সু স্বাস্থ্যৰ কামনা কৰি তেখেতক আমাৰ ৰক্তই জীৱনৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো…

Read More...

ৰক্তদান জীৱন দান

ৰক্তদান জীৱন দান মানস জে ৱাই শৰ্মা   অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা বন্টি সিং নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰোগী জনৰ আত্মীয় জনে এটোপাল ৰক্তৰ বাবে এজন ৰক্তদাতা বিচাৰি চিন্তাত বিভোৰ হৈ পৰিছিল.. ঠিক সেই সময়তে আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মা দেৱৰ সহযোগত ডিব্ৰুগড়ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ নৱাগত সদস্য শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱে উক্ত ৰোগী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে স্বেচ্ছাই ৰক্তদান কৰে .. ৰক্তদানৰ দৰে এনে এক মহান কৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱৰ…

Read More...

ধুবুৰীত মহিলা সমাহৰোহ

ধুবুৰীত মহিলা সমাহৰোহ     অসম খবৰ গুৱাহাটী, জুলাই-২১ শনিবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত অনুষ্ঠিত হোৱা “মহিলা সমাহৰোহ ২০১৮” অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।  ৰাজ্য মহিলা সকলক আৰ্থিক ভাৱে সৱলীকৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰখনে “কনকলতা মহিলা সৱলীকৰণ” নামৰ এক বিশেষ আঁচনি হাতত লয়।  যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত এক বিশাল মহিলা সমাৰোহৰ আয়োজন কৰা হয়।  উক্ত সমাৰোহত মহিলা আত্মসহায়ক গোটৰ বাবে ২৫ হাজাৰ টকাকৈ হণ্ডি বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। লগতে সমাৰোহ খনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী…

Read More...

ডঃভূপেন হাজৰিকা সেতুত পথ দুৰ্ঘটনা

ড° ভূপেন হাজৰিকা সেতুত পথ দুৰ্ঘটনা থিতাতে এজনৰ মৃত্যু, এজন আহত  অসম খবৰ দ্বীপেন লহকৰ ,কাকপথাৰ ২১ জুলাই: ডঃ ভূপেন হাজৰিকা সেতুত আজি দুপৰীয়া অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহন নিগমৰ এখন বাছে এখন মটৰচাইকেলক মহতিয়াই নিয়াৰ ফলত এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনজন আৰোহী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হব লগীয়া হয় ৷ঘটনাৰ বিবৰণী মতে শদিয়াৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখী অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহনৰ এ আৰ এক্স ০৪৮২ নম্বৰৰ বাছখনে একে দিশলৈ গৈ থকা এ এছ ২৩ বি ৩৩৭০ নম্বৰৰ পালচাৰ মটৰচাইকেলখনৰ পিছফালেে খুন্দা মৰাত তিনিচুকীয়াৰ ফিৰোজ আলম(৫৩) নামৰ আৰোহীজন চিটিকি পৰে…

Read More...

নগাওঁ ASDM চেন্টাৰত যুৱ দক্ষতা দিৱস

নগাঁৱৰ হয়বৰগাঁওস্থিত ASDM চেন্টাৰত যুৱ দক্ষতা দিৱস   অসম খবৰ নগাঁও ২১ জুলাই: এখন চাৰ্টিফিকেত এজন শিক্ষাৰ্থীৰ জীৱন নহয়।  যদিহে ব্যৱহাৰিক জ্ঞান নাজানে — এই মন্তব্য নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক নৱ কুমাৰ মহন্তৰ। শনিবাৰে দিনযোৰা বৰ্নাঢ্য কাৰ্য্যসুচীৰে অায়োজিত হোৱা অনুষ্ঠানটি শুভাৰাম্ভ কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক নৱ কুমাৰ মহন্তই।  দেৱব্ৰত বৰাই অাঁত ধৰা অনুষ্ঠানটিত উদেশ্য বাখ্যা কৰে ASDM হয়বৰগাঁওস্থিত চেন্টাৰৰ তত্বাৱধায়ক ধ্ৰুৱজ্যোতি বৰুৱাই। ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে জীপাল হ’ল অনুষ্ঠানটি।  অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপষ্ঠিত থাকে সমাজসেৱক প্ৰদীপ বৰা, দা চ’চিয়েল ফাউণ্ডেচনৰ মুৰব্বী নাজিৰ হুচেইন, লগতে উপষ্ঠিত থাকে অসম প্ৰৱাহ কাকতৰ কাৰ্যবাহী সম্পাদক…

Read More...

পথাৰত নাই পানী:কৃষকৰ হাহাকাৰ অৱস্থা

নদুৱাৰৰ জলসিঞ্চন বিভাগৰ ল’ৰা ধেমালিত অতিষ্ঠ ৰাইজ অসম খবৰ@তেজপুৰৰ পৰা মৃন্ময় শইকীয়া ২১ জুলাই : পথাৰত নাই পানী, প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাত মূুৰে কপালে হাত দিছে নদুৱাৰৰ কৃষক ৰাইজে ৷ ৰ’দৰ তাপত পথাৰ চিৰাল ফাট দিছে ।  সমস্যাত পৰিছে কৃষক সকল ৷ আজি কেবা দিনো ধৰি প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাৰ লগতে কঠিয়াসমূহ পানীৰ অভাৱত ৰঙচুৱা হৈ পৰিছে ৷  আনহাতে ওচৰৰ খাল -পুখুৰী আদিৰ পৰা পানী সিচিচে যদিও কোনো আশাৰ বতৰা দেখা নাই কৃষক সকলে তাকে লৈ চিন্তাত পৰিছে কৃষক সকল ৷ যাৰ বাবে খেতি পথাৰত পানী দিব…

Read More...

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮

 আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮ অসম খবৰ গুৱাহাটীৰ, জুলাই-২১: দ্বিতীয় বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব গৈ আছে ‘গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮”।  শুকুৰবাৰে এই বিষয়ে কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবন প্ৰাংগণত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।  চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা উদ্দেশ্যে অনুষ্ঠিত হোৱা বৈঠক খনত উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা ৰাজ্যৰ সক্ৰিয় সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা।  উত্তৰ-পূৰ্বাঞ্চলৰৰ ৰাজ্যসমূহত নিৰ্মিত চলচ্চিত্ৰসমূহ প্ৰদৰ্শিত কৰাৰ বাবে এক আয়োজন কৰা এক সুন্দৰ মঞ্চ।  চলিত বৰ্ষৰ ২৫/১০/২০১৮ ৰ পৰা ৩১/১০/২০১৮ লৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ। উল্লেখ যে, Cinemas of North-East(Feature Film)- এই শিতানৰ অন্তৰ্ভুক্ত কৰি আবেদনকাৰীসকলে নিজৰ…

Read More...

বিজনী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তিৰ শুভাৰম্ভ

 বিজনী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ পূৰ্তিৰ শুভাৰম্ভ অসম খবৰ বিজনীৰ পৰা লিটন বসাক ২১ জুলাইঃ চিৰাং জিলা বিজনী মহাবিদ্যালয়ে ২১জুলাই আজি পৰা সোণালী জয়ন্তী আৰম্ভ । ইতিহাস প্ৰসিদ্ধ ৰজা বিজিৎ নাৰায়ণৰ বিজনী ৰাজ্যৰ ৰাজধানী বিজনী চহৰ তথা বৰ্তমানৰ চিৰাং জিলাৰ বিজনীৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিজনী মহাবিদ্যালয়ৰ, ১৯৬৯ চনৰ ২১ জুলাই তাৰিখে স্থাপন হোৱা বিজনী মহাবিদ্যালয়ৰ আজি ২০১৮ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ বীৰহাস গিৰি বসুমতাৰীয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি ক্ৰমান্বয়ে স্মৃতি তৰ্পণ, সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৫০ টাবেলুন উৰুৱাই দিয়ে পৰ্যটন মন্ত্ৰী চন্দন…

Read More...

জনজাতিকৰণৰ দাবীত কাকপথাৰত প্ৰতিকৃতি দাহ কাৰ্যসুচী

জনজাতিকৰণৰ দাবীত কাকপথাৰত প্ৰতিকৃতি দাহ কাৰ্যসুচী অসম খবৰ বিদ্যুৎ বৰুৱা:কাকপথাৰ:২১ জুলাই:: ছয় জনগোষ্টী জনজাতিকৰণৰ দাবীত আজি সন্ধিয়া উত্তাল হৈ পৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ ৷ অসমৰ ভুমিপুত্ৰ মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশি আৰু চাহ জনগোষ্টী সকলে জনজাতিকৰণৰ দাবীত বহু বছৰৰে পৰা আন্দোলন কৰি আহিছে যদিও কোনো চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই ৷ ৰাজ্যত আৰু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোতে বিষয়টো পিছোৱাই নি থকাৰ সময়তে ৰাজ্যত বিজেপি চৰকাৰ আহিলে ছয় জনগোষ্টী বিষয়টো প্ৰথমে অগ্ৰাধিকাৰ দিয়া হব বুলি ঘোষণা কৰিছিল যদিও সেইয়া ফুটোকাৰ ফেনত পৰিণত হৈছে ৷  আজি টাই আহোম ছাত্ৰ সন্থা কাকপথাৰ…

Read More...

চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ গ্ৰীষ্মৰ ৰং কৰ্মশালাৰ সফল সমাপ্তি

চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ গ্ৰীষ্মৰ ৰং কৰ্মশালাৰ সফল সমাপ্ত                                            অসম খবৰ  পৰাশ শইকীয়া গহপুৰৰ ২১ জুলাইঃ অসম চাৰু-কাৰু কলা পৰিষদৰ অনুমোদিত হাৱাজান স্থিত চিত্ৰলেখা আৰ্ট গাৰ্ডেনে প্ৰতি বছৰৰ দৰেই এই বছৰো যোৱা ১০-০৭-১৮ তাৰিখৰ পৰা ২০-০৭-১৮ লৈ ১০ দিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰীষ্মৰ ৰং কৰ্মশালাৰ যোৱাকালি সমাপ্তি ঘটে ।  চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ অধক্ষ্য প্ৰাঞ্জল শইকীয়া আৰু আৰ্ট গাৰ্ডেনৰ সদস্য সকলে ছাত্র-ছাত্ৰী সকলক চাৰু-কাৰু কলাৰ মাধ্যমত বিভিন্ন ধৰনৰ সা সামগ্ৰী তৈয়াৰ কৰিবলৈ শিকায়। তাৰ…

Read More...

স্বৰ্ণৰাণী হিমা দাসৰ ঘৰত শংকৰ সংঘ-আসাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি

স্বৰ্ণৰাণী হিমা দাসৰ ঘৰত শংকৰ সংঘ-আসাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি                                                                                                                                                          অসম খবৰ নগাঁও পৰা ২১…

Read More...

বিশ্বনাথত ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিশ্বনাথত ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি অসম খবৰ বিশ্বনাথ চাৰিআলি, ২১ জুলাইঃ সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো দেশৰ ৭২তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি আহ্বান কৰা এক বিশেষ বৈঠকত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশ পুংখানুপংখভাৱে আলোচনা কৰা হয়। উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনত প্ৰায় সকলোবোৰ চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত থাকি এই দিৱস উদযাপন সন্দৰ্ভত গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়। সমাগত স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে…

Read More...

চকদে ইণ্ডিয়া

চকদে ইণ্ডিয়া                                                             অসম খবৰ গুৱাহাটী :- ২১ জুলাই শনিবাৰৰ পৰা লণ্ডনত অনুষ্ঠিত হৈছে “চতুৰ্দশ মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতা২০১৮” । চলিত মাহৰ ২১ জুলাইৰ পৰা আগন্তুক ৫ আগষ্ট পৰ্যন্ত চলিব লগা এই বিশ্বকাপ খনত সৰ্বমুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব ।  উল্লেখযোগ্য যে শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখী হ’ব ভাৰতৰ ।  ভাৰতীয় সময়…

Read More...

ছেকেন্দ্ৰৰাবাদৰ ৰেলৰ পৰা নগাঁৱৰ কামপুৰৰ যুবক সন্ধানহীন

ছেকেন্দ্ৰৰাবাদৰ ৰেলৰ পৰা নগাঁৱৰ কামপুৰৰ যুবক সন্ধানহীন   অসম খবৰ নগাঁও পৰা অপূৰ্ব হাজৰিকা ২১ জুলাই ৰেলত বহিঃ ৰাজ্যলৈ যোৱা কামপুৰৰ যুৱক সন্ধানহীন ছেকেন্দ্ৰৰাবাদ অভিমুখী ৰেলৰ পৰা সন্ধানহীন নগাঁও জিলাৰ কামপুৰ চাংচকী গাঁৱৰ এজন যুৱক। যুৱক জনৰ সন্ধানত এতিয়া পৰিয়ালৰ লোকে ৰেল আৰক্ষী আৰু জনসাধাৰণৰ কাষ চাপি হাবাথুৰি খাই ফুৰিছে। যি সময়ত ৰেল যাত্ৰাৰ নিৰাপত্তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদ্বেগ হৈছ; সেই সময়তে নগাওঁ জিলাৰ কামপুৰৰ চাংচকী বৰগাৱঁৰ এজন ব্যক্তিৰ ছেকেন্দ্ৰৰাবাদ অভিমুখী ৰেলৰ পৰা সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে |  পদ্ম মিলিক নামৰ ব্যক্তিজনে আন দুজনৰ সৈতে হায়দৰাবাদত কাম কৰিবলৈ…

Read More...